Author: Sonakshi Sarkar

চৰম একাকীত্বৰ পৰিণতি; আৱাসৰ বন্ধ কোঠাত দুই অশীতিপৰ বৃদ্ধাৰ আত্মহননৰ সন্দেহ

চৰম একাকীত্ব তথা নিসংগতাৰ মানসিক অৱসাদত অৱশেষত একেলগে আত্মহননৰ পথ বাচি ল’লে দুই অশীতিপৰ বৃদ্ধাই। ৰাজধানী দিল্লীৰ অভিজাত নতুন ৰাজিন্দৰ নগৰ অঞ্চলত বৃহস্পতিবাৰে পুৱা এক বন্ধ কোঠাৰ ভিতৰৰ পৰা এই…

অবৈধ বিদেশীৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ আইনী হুংকাৰ; বাংলাদেশৰ হাতত ওলমি ৰৈছে হাজাৰাধিক লোকৰ নাগৰিকত্ব পৰীক্ষণ

ভাৰতত বসবাস কৰা প্ৰতিগৰাকী অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলে এক অতি কঠোৰ আইনী পদক্ষেপ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত…

কুকি উগ্ৰপন্থীৰ কৱলৰ পৰা ৬ নগা বন্দীক উদ্ধাৰৰ দাবী; মণিপুৰ চৰকাৰক চাৰি দিনৰ সময়সীমা এ এন এছ এ এমৰ

মণিপুৰত শান্তি চুক্তিৰ আওতাত থকা কুকি উগ্ৰপন্থী সংগঠনৰ দ্বাৰা অপহৃত হোৱা ৬ গৰাকী লিয়াংমাই নগা বন্দীক অতি সোনকালে সুৰক্ষিতভাৱে মুকলি কৰাৰ দাবীত এতিয়া জাঙুৰ খাই উঠিছে অল নগা ষ্টুডেন্টছ এছ’চিয়েশ্যন,…

নদীত উদ্ধাৰ অভিযানৰ মাজতে শোকাবহ পৰিণতি; নিখোজ দুজনৰ ভিতৰত এজনৰ মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া জিলাৰ মাকুম সমষ্টিৰ অন্তৰ্গত শিলিখা চাহ বাগিচাৰ সমীপৰ শিলিখা ঘাটৰ নদীত বৃহস্পতিবাৰে সন্ধিয়া এক শোকাৱহ অঘটন সংঘটিত হয়। ঘৰুৱা কন্দলৰ পৰিণতিত নৈৰ বুকুত জাঁপ দিয়া স্বামীক উদ্ধাৰ কৰিবলৈ গৈ…

মেছিৰ নেতৃত্বত বিশ্বকাপক লৈ ২৬ জনীয়া দল ঘোষণা আৰ্জেণ্টিনাৰ

আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ২৬ জনীয়া দল ঘোষণা কৰিছে। লিয়নেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই নিজৰ খিতাপ ৰক্ষাৰ লক্ষ্য ৰাখিব। ব্ৰাজিলে শেষবাৰৰ বাবে ১৯৬২ চনত ফিফা বিশ্বকাপৰ খিতাপ…

পুনৰো বেতন ত্যাগ মুকেশ আম্বানীৰ; ষষ্ঠ বছৰৰ বাবে দৰমহা নল’লে ৰিলায়েন্স অধ্যক্ষই

দেশৰ সৰ্ববৃহৎ উদ্যোগ প্ৰতিষ্ঠান ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ সৰ্বোচ্চ আসনখনত বহিও বিগত পাঁচ বছৰৰ দৰে এইবেলিও নিজৰ বাবে কোনো পাৰিতোষিক গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে কোটিপতি ব্যৱসায়ী মুকেশ আম্বানীয়ে। তেল, দূৰসংযোগ আৰু খুচুৰা…

প্ৰাক্তন চি আই এ বিষয়াৰ বাসগৃহত বৃহৎ অভিযান, উদ্ধাৰ কোটি কোটি টকাৰ সম্পদ

নিজৰ চৰকাৰী বাসগৃহতে ৪০ মিলিয়ন ডলাৰ মূল্যৰ কেইবাশ সোণৰ বাৰ লুকুৱাই ৰখাৰ এক গুৰুতৰ অভিযোগত অৱশেষত আইনৰ জালত পৰিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ এজন প্ৰাক্তন প্ৰধান বিষয়া। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় তদন্তকাৰী…

ভাৰতলৈ অনা হ’ব চন্দ্ৰৰ মাটি আৰু শিলৰ নমুনা; ইছৰ’ৰ বিশাল প্ৰস্তুতি

চন্দ্ৰযান ২ আৰু ৩ৰ অপাৰ সফলতাৰ পিছত এইবাৰ চন্দ্ৰপৃষ্ঠৰ ৰহস্য উদ্ঘাটন কৰাৰ এক নতুন সংকল্পৰে ব্ৰতী হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকল। চন্দ্ৰৰ বুকুৰ পৰা মাটি আৰু শিলৰ প্ৰাকৃতিক নমুনা…

দেৰগাঁৱত পোহনীয়া হাতীৰ আক্ৰমণত মাউতৰ কৰুণ মৃত্যু

গাঁৱৰ মাজেৰে যোৱা এটা পথৰ ওপৰতে হঠাতে এটা পোহনীয়া হাতীয়ে আক্ৰমণ কৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন মাউতে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ মলাই কুমাৰ গাঁৱত বৃহস্পতিবাৰে এই শোকাৱহ ঘটনা সংঘটিত…

ধুবুৰীত ভুৱা শিক্ষানুষ্ঠানৰ কৱলত পৰি ছাত্ৰ গ্ৰেপ্তাৰ; প্ৰৱঞ্চক চক্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

চৰকাৰী স্বীকৃতি অবিহনেই মুকলিকৈ চলি থকা এখন ভুৱা শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিকৰ প্ৰমাণপত্ৰ লৈ এতিয়া কাৰাগাৰৰ ভাত খাবলগীয়া হ’ল এজন ছাত্ৰই। ধুবুৰী জিলাত অলপতে পোহৰলৈ অহা এক বৃহৎ শিক্ষা প্ৰৱঞ্চনাৰ ঘটনাই…