Author: Sonakshi Sarkar

নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলে

মহিলা এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলটোৱে শীঘ্ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি এই বৈঠক ৫ নৱেম্বৰত দিল্লীত হোৱাৰ সম্ভাৱনা আছে। আজি সন্ধিয়া মুম্বাইৰ পৰা দিল্লী…

গুৱাহাটীলৈ অনা হল বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ

গুৱাহাটীলৈ অনা হল বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ। উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ যোৱা দীপক শৰ্মা উভতিল কফিনতহে। চেন্নাইৰ পৰা এখন বিশেষ ইণ্ডিগ’ বিমানেৰে তেওঁৰ মৃতদেহ কঢ়িয়াই অনা হয়। বিমানবন্দৰৰ পৰা…

মহিলা বিশ্বকাপত জয়ী টিম ইণ্ডিয়া লৈ ৫১ কোটি টকাৰ পুৰস্কাৰ বিচিচিআইৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই আই চি চি মহিলা বিশ্বকাপত জয়ী হোৱা টিম ইণ্ডিয়াক ৫১ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰে। অৱশেষত ২০০৫ আৰু ২০১৭ চনৰ বিশ্বকাপৰ ফাইনেলৰ…

জনপ্ৰিয় অভিনেত্ৰী সংগীতা বিজলানীৰ অংশগ্ৰহণৰে অপৰূপাৰ উদ্যোগত কৰ্কট ৰোগ বিষয়ক সজাগতা অনুষ্ঠান

কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সহায়ৰ হকে জন্মলগ্নৰে পৰা কাম কৰি অহা অনা চৰকাৰী সংস্থা ‘অপৰূপা’ৰ বাৰ্ষিক অনুষ্ঠান “অপৰূপা মহিয়সী যুঁজাৰু নাৰী বঁটা” আৰু অপৰূপা বঁটা প্ৰদান অনুষ্ঠানটো ২৬ অক্টোবৰত গুৱাহাটীৰ…

ফিফা বিশ্বকাপ ২০২৬ত অংশগ্ৰহণক লৈ স্পষ্ট নহয় লিয়নেল মেছি

সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীয়ে বিচাৰিছে আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিয়নেল মেছিয়ে ফিফা বিশ্বকাপ ২০২৬ত অংশগ্ৰহণ কৰক। কিন্তু বিশ্বকাপ খেলাৰ ক্ষেত্ৰত মেছি নিজেই স্পষ্ট নহয়। লিয়নেল মেছিয়ে বিশ্বাস কৰে যে ফিফা বিশ্বকাপত…

“ৰৈ ৰৈ বিনালে”ক কৰমুক্ত ঘোষণা কৰিবলৈ অসম চৰকাৰক আহ্বান গৌৰৱ গগৈৰ

অহা ৩১ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবি “ৰৈ ৰৈ বিনালে”ক কৰমুক্ত কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ প্ৰত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি…

২৯ অক্টোবৰত গুৱাহাটীত মহিলা বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰে মুখামুখি দক্ষিণ আফ্ৰিকাৰ

লীগ পৰ্যায়ত অতি নিকট জয়ৰে ছেমি ফাইনেলত প্ৰৱেশ কৰা দক্ষিণ আফ্ৰিকাই মহিলা এদিনীয়া বিশ্বকাপত কাইলৈ গুৱাহাটীত চাৰিবাৰৰ চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এই খেলত দক্ষিণ আফ্ৰিকাৰ বেটছমেনে সুন্দৰ প্ৰদৰ্শন দাঙি…

২০২৫ ছিজনৰ কোনো প্ৰতিযোগীতাত অংশ নলয় পি ভি সিন্ধুৱে

দুবাৰৰ অলিম্পিক পদক বিজয়ী তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে ইউৰোপীয় লেগৰ পূৰ্বে ভৰিৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ২০২৫ চনৰ ছিজনৰ বাকী থকা বি ডব্লিউ…

প্ৰথম এন ডি আৰ এফ বাহিনীৰ উদ্যোগত পলাশবাৰী – শুৱালকুচিৰ দলং নিৰ্মাণথলীত ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মীক চি পি আৰ প্ৰশিক্ষণ

গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দক্ষিণ কামৰূপৰ এসময়ৰ বাণিজ্যিক চহৰ পলাশবাৰীৰ সমীপৰ মাজিৰগাওঁ আৰু অসমৰ মানচেষ্টাৰ স্বৰূপ উত্তৰ কামৰূপৰ শুৱালকুচিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত বিগত এটা বছৰ ধৰি চলি আছে চাৰিলেনযুক্ত…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্রদেশ কংগ্ৰেছৰ মমশিখা সমদল

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ ৰাজপথ উত্তাল কৰি তোলে প্রদেশ কংগ্ৰেছে। কংগ্ৰেছে মহানগৰীত জুবিন গাৰ্গৰ ন্যায় বিচাৰি মমশিখা সমদল কৰি প্রতিবাদ সাব্যস্ত কৰে। জুবিন গাৰ্গক ন্যায়…