Author: Sonakshi Sarkar

চাহ জনগোষ্ঠীক ২.৯০ লাখ বিঘা ভূমি বিতৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেলত বহু গুৰুত্বপূর্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ২৫ নৱেম্বৰৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হ’ব, য’ত…

২৩ অক্টোবৰত এডিলেইডত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয় এদিনীয়া

অষ্ট্ৰেলিয়া ভ্ৰমণত থকা ভাৰতীয় দলটোৱে দ্বিতীয়খন এদিনীয়া এডিলেইড অ’ভেল খেলিব। বৃহস্পতিবাৰে ইয়াত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া, যি পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব। প্ৰথমখন এদিনীয়াত জয়লাভ কৰি…

২০২৬ৰ ফিফা বিশ্বকাপলৈ ২২ দলৰ যোগ্যতা অৰ্জন

২০২৬ চনৰ ফিফা বিশ্বকাপ এক ঐতিহাসিক হ’ব। কিয়নো এই প্ৰতিযোগিতাত ৪৮ টা দলে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। এইবাৰ ফুটবল বিশ্বকাপ আমেৰিকা, মেক্সিকো, কানাডাই যৌথভাৱে আয়োজন কৰিব। ফলত এই তিনিখন আয়োজক…

২০১০ৰ পিছত ফিফা বিশ্বকাপলৈ যোগ্যতা দক্ষিণ আফ্ৰিকাৰ

ৱাণ্ডাক ৩-০ গ’লত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই ২০২৬ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। ২০১০ চনৰ পিছত এইটোৱেই হ’ব তেওঁলোকৰ প্ৰথমখন বিশ্বকাপ খেল। গ্ৰুপ চি-ৰ শীৰ্ষস্থান দখল কৰি তেওঁলোকে আকৰ্ষণীয়ভাৱে…

জুবিন গাৰ্গৰ গীতৰ আধাৰত ৰচিত দিহানামৰে ৰাইজক আপ্লুত কৰিলে জ্ঞানমালিনী বিকশিত নামতি দলে

গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত প্ৰতি বছৰে শাৰদীয় দুৰ্গোৎসৱৰ অন্তত দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ অহা পূজা উদযাপন কমিটি সমূহৰ মাজত কোনে কিমান শৃংখলাবদ্ধভাবে নদীত দেৱী প্ৰতিমা বিসৰ্জন দিব পাৰে তাৰ এক…

বাংলাদেশৰ বিৰুদ্ধে এদিনীয়াত ক্লীন ছুইপ আফগানিস্তানৰ

তৃতীয়খন এদিনীয়া খেলত আফগানিস্তানে বাংলাদেশক ২০০ ৰানত পৰাস্ত কৰে। এই জয়ৰ সৈতে আফগানিস্তানে তিনিখন মেচৰ শৃংখলা ৩-০ ত জয়লাভ কৰে। খেলখনত ৫টা উইকেট দখল কৰা বিলাল ছামীয়ে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ…

গুৱাহাটী প্ৰেছ ক্লাবত ‘মাটিৰ মানুহ’ৰ ১৫ অক্টোবৰৰ সংখ্যা উন্মোচন

পষেকীয়া বৰ্তালোচনী “মাটিৰ মানুহ’ ৰ ১৫ অক্টোবৰৰ সংখ্যা আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। এই উন্মোচনী সভাত সভাপতিত্ব কৰে বিন্দু ডেকা চৌধুৰীয়ে। সভাত বিশিষ্ট ব্যক্তিৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড০…

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লী টেষ্টত ৫১৮ৰানত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা ৫১৮/৫ ৰে প্ৰথম ইনিংছ ঘোষণা কৰে ভাৰতে। ইয়াৰ উত্তৰত ৱেষ্ট ইণ্ডিজে ৪৯৭ ৰান পিছ পৰি থকা প্ৰথম ইনিংছত এটা উইকেট হেৰুৱাই ২১ ৰান…

হাংগেৰীৰ লেখক লাছলো ক্ৰাছনাহৰকাইকলৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ ন’বেল

ছুইডিছ একাডেমীয়ে বৃহস্পতিবাৰে ঘোষণা কৰে ২০২৫ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা প্ৰাপকৰ নাম। হাংগেৰীৰ লেখক লাছলো ক্ৰাছনাহৰকাইক প্ৰদান কৰা হৈছে সাহিত্যৰ ন’বেল। ছুইডিছ একাডেমীয়ে কয় যে লাছলোৰ ৰচনাসমূহ গভীৰভাৱে প্ৰভাৱশালী আৰু…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ অধীনৰ বিশ্ববিদ্যালয় চৌহদ এন এছ এছ গোটৰ সক্ৰিয় স্বেচ্ছাসেৱক ডলী চৌধুৰী আৰু নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ এন এছ এছ কাৰ্যসূচী বিষয়া ড০ ভূবন চন্দ্ৰ চুতীয়াক…