Author: Sonakshi Sarkar

উত্তৰ-পূৱৰ চাহ খেতিয়কক এফআৰপি প্ৰৱৰ্তনৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক

ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ অনুৰোধ জনাই দেশৰ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ক্ষুদ্র চাহ খেতিয়ক সন্থাই। নর্থ ইষ্ট কনফেডাৰেচন ফৰ স্মল টী গ্র’ৱাৰ্ছৰ সভাপতি দিগন্ত ফুকন, সদৌ…

বিহাৰত ২৪৩ আসনৰ ভিতৰত ২০২ আসন লাভ এন ডি এৰ

বিহাৰত এন ডি এয়ে ২৪৩খন আসনৰ ভিতৰত ২০২খন আসন লাভ কৰি ঐতিহাসিক সংখ্যাগৰিষ্ঠতা লাভ কৰে। ৰাষ্ট্ৰীয় জনতা দলৰ গ্ৰেণ্ড এলায়েন্স, ভাৰতীয় জাতীয় কংগ্ৰেছ, আৰু অন্যান্য দলসমূহে এক বৃহৎ আৰু অভাৱনীয়…

ধাৰাপুৰত কৃষকৰ মাজত বিনামূলীয়াকৈ বীজ বিতৰণ

নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ ধাৰাপুৰ কৃষি চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ আঠ শতাধিক কৃষকক চৰকাৰে প্ৰদান কৰা বিভিন্ন শস্যৰ বীজ আজি কাৰ্যালয় চৌহদত বিনামূলীয়াকৈ বিতৰণ কৰা হয়। কৃষি চক্ৰৰ অন্তৰ্গত…

দেশত সক্ৰিয় হৈ আছে ৬ কোটি মৃত ব্যক্তিৰ আধাৰ কাৰ্ড

২০০৯ চনৰ জানুৱাৰী মাহত দেশত আধাৰ কাৰ্ড কাৰ্যকৰী কৰা হৈছিল।প্ৰতিজন নাগৰিকক আধাৰ নম্বৰ প্ৰদান কৰাৰ ১৫ বছৰ হ’ল। এই সময়ছোৱাত ১.৪২ কোটিতকৈ অধিক আধাৰ কাৰ্ড জাৰি কৰা হৈছিল যদিও ৮…

অলিম্পিক গেমছৰ মহিলা শাখাত তৃতীয় লিংগৰ অংশগ্ৰহণত নিষেধাজ্ঞা

অহা অলিম্পিক গেমছৰ মহিলা শাখাত এক বৃহৎ পৰিৱৰ্তন দেখা যাব পাৰে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে তৃতীয় লিংগ মহিলাক সকলো খেলৰ পৰা সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লোৱাৰ দিশে আগবাঢ়িছে। পেৰিছ ২০২৪…

ডিচেম্বৰত আবুধাবিত আইপিএলৰ মিনি নিলাম

আইপিএলৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। অহা ১৫ৰ পৰা ১৬ ডিচেম্বৰৰ ভিতৰত আবুধাবিত অনুষ্ঠিত হ’ব আই পি এলৰ ১৯ সংখ্যক ছিজনৰ মিনি নিলাম। সকলো দলে ১৫ নৱেম্বৰৰ ভিতৰত নিজৰ ৰিটেনচন লিষ্ট…

ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল

ভাৰত আৰু ৰাছিয়াৰ মাজত শৈক্ষিক তথা বৈজ্ঞানিক সহযোগিতা বৃদ্ধিৰ বাবে ৰাছিয়াৰ যোস্কাৰ-ওলাৰত ‎অৱস্থিত মাৰি ৰাজ্যিক বিশ্ববিদ্যালয় ভ্ৰমণ কৰে গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি ‎দলে। বিগত ২৭-৩০ অক্টোবৰলৈকে হোৱা এই…

অসমৰ গৌৰৱ উমা চেত্ৰীক ৫১ লাখ টকা প্ৰদান অসম ক্ৰিকেট সন্থাৰ

অসম ক্ৰিকেট সন্থাই সদ্য সমাপ্ত আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ বিজয়ী দলৰ সদস্য উমা চেত্ৰীক তেওঁৰ অসাধাৰণ কৃতিত্বৰ স্বীকৃতি স্বৰূপে দেওবাৰে আন্তৰিকভাৱে ওলগ আৰু সম্বৰ্ধনা জনায়। তেওঁৰ এই…

ৰাণীত চি আৰ পি এফৰ উদ্যোগত হকী খেল

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়নৰ উদ্যোগত ভাৰতত হকীৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে শুকুৰবাৰে এক গ্ৰেণ্ড হকী খেলৰ আয়োজন কৰা…

গুৱাহাটীত নদী টার্মিনেল আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট মুকলি

নৰূপত প্ৰাণ পাই উঠিছে গুৱাহাটী মহানগৰ। স্মাট চিটিৰ অধীনত গুৱাহাটী মহানগৰত এটাৰ পাছত আন সৌন্দৰ্য্য বৰ্ধনৰ পদক্ষেপ হৈছে ৰাজ্য চৰকাৰে। তাৰ অধীনত গুৱাহাটী মহানগৰীত সংযোজিত হ’ল নদী টার্মিনেল আৰু ব্ৰহ্মপুত্ৰ…