Author: Sonakshi Sarkar

১৫ ফেব্ৰুৱাৰীত শ্ৰীলংকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ খেল

অহা বছৰৰ টি-২০ বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ খেলখন অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৫ অক্টোবৰত অনুষ্ঠিত হোৱা মহিলা এদিনীয়া বিশ্বকাপতো ভাৰত-পাকিস্তানৰ খেলখন আয়োজন কৰা হৈছিল। খবৰ…

গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱাত উৎফুল্লিত মুখ্যমন্ত্ৰী

গুৱাহাটী ভাৰতৰ ৩০ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হোৱাত সুখ প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে ই যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত…

কাইলৈ পৰা গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট

কাইলৈ ​​গুৱাহাটীৰ বৰ্ষাপৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দুখন টেষ্ট শৃংখলাৰ অন্তিমখন খেল। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব মেচখন, পুৱা ৮:৩০ বজাত টছ অনুষ্ঠিত হ’ব। ভাৰতীয় অধিনায়ক…

মেক্সিকোৰ ফাতিমা বছকে পিন্ধিলে ২০২৫ৰ মিছ ইউনিভাৰ্ছৰ মুকুট

মেক্সিকোৰ ফাতিমা বছক ২০২৫ চনৰ মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধোৱা হৈছে। শুকুৰবাৰে বেংককত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত তেওঁক মুকুট পিন্ধোৱা হয়। ২৫ বছৰীয়া ফাতিমাক নৱেম্বৰ মাহত আন কেইবাগৰাকীও প্ৰতিযোগীৰ সন্মুখত ধমক…

নতুন সময়সূচীৰে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনৰ সময়ত চলি অহা নিয়মত পৰিবৰ্তন দেখিবলৈ পোৱা যাব। কিয়নো মেচখনত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহৰ বিৰতি থাকিব। টেষ্ট…

ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিনত প্ৰাণৰ শিল্পীক স্মৰণ

অসমৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিন উপলক্ষে মঙলবাৰে ৰাজ্যজুৰি উদযাপন কৰা হৈছে, তেওঁৰ সন্মানত ৰাজনৈতিক দলকে ধৰি কেইবাটাও সংগঠনে তেওঁৰ জন্ম দিন অনুষ্ঠানৰ আয়োজন কৰিছে। মাজনিশা জুবিন গাৰ্গৰ…

২০২৬ৰ ফিফা বিশ্বকাপলৈ যোগ্যতা নেদাৰলেণ্ডৰ

বিশ্বকাপৰ তিনিবাৰৰ ৰানাৰ্ছ আপ নেদাৰলেণ্ডে সোমবাৰে লিথুৱেনিয়াৰ বিৰুদ্ধে ৪-০ গ’লত সহজ জয়লাভ কৰি ২০২৬ চনৰ ফিফা বিশ্বকাপত নিজৰ স্থান নিশ্চিত কৰে। ডাচ দলটোৱে এই জয়েৰে গ্ৰুপ জিৰ শীৰ্ষস্থান দখল কৰে।…

ৰাৱালপিণ্ডিত জয়ৰে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল পাকিস্তানৰ

ৰাৱালপিণ্ডিত অনুষ্ঠিত তৃতীয় এদিনীয়া খেলখনত পাকিস্তানে শ্ৰীলংকাক ৬ উইকেটত পৰাস্ত কৰি ৩-০ত শৃংখলা দখল কৰে। প্ৰথমখন মেচত ৬ ৰান আৰু দ্বিতীয়খন খেলত ৮ উইকেটত জয়লাভ কৰিছিল পাকিস্তানে। তৃতীয়খন মেচত শ্ৰীলংকাই…

আফ্ৰিকান ছোৱাইন ফিভাৰ বাবে ৭ জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

সমগ্ৰ ৰাজ্যতে আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ) ৰোগ বৃদ্ধি পোৱাৰ সময়তে অসম চৰকাৰে তাৎক্ষণিকভাৱে গাহৰিৰ আন্তঃজিলা চলাচল নিষিদ্ধ কৰিছে। দেওবাৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে জাৰি কৰা এক আদেশত…

শঙ্কৰদেৱ কলাক্ষেত্ৰত তুলিকা নৃত্যাঞ্জলী কলাকেন্দ্ৰৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন

ৰাজ্যৰ নৃত্য শিক্ষাৰ অগ্ৰণী প্ৰশিক্ষণ প্ৰতিষ্ঠান তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটো গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ…