Author: Sonakshi Sarkar

বন্দে মাতৰম গীতৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে লোকসভাত আলোচনা

বন্দে মাতৰম গীতৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে সোমবাৰে লোকসভাত এক আলোচনা হয়। সংসদৰ শীতকালীন অধিৱেশনত আজি বন্দে মাতৰম ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে হোৱা আলোচনাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ…

সৰ্বভাৰতীয় ৰেলৱে ভলীবল প্ৰতিযোগিতাত ৰাণাৰ্ছ আপৰ খিতাপ লাভ কৰা দলটোক এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সম্বৰ্ধনা

উত্তৰ প্ৰদেশৰ গোৰখপুৰত ২ ডিচেম্বৰত সামৰণি পৰা সৰ্বভাৰতীয় ৰেলৱে ভলীবল প্ৰতিযোগিতাত এন এফ ৰেলৱে ক্ৰীড়া সংস্থাৰ দলটোৱে ৰাণাৰ্ছ আপৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে আজি দলটো আহি মালিগাঁৱত উপস্থিত…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ফিফা শান্তি বঁটা প্ৰদান

২০২৬ চনটো ক্ৰীড়া অনুৰাগীৰ বাবে এটা ডাঙৰ বছৰ হিচাপে পৰিগণিত হ’ব। সকলোৱে ফিফা বিশ্বকাপৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এইবাৰ ফিফা বিশ্বকাপ আমেৰিকা, কানাডা, মেক্সিকোৰ যৌথ আয়োজন কৰিছে। ফিফাই ৫…

মেক্সিকো-দক্ষিণ আফ্ৰিকাৰ মাজত ফিফা বিশ্বকাপৰ উদ্বোধনী মেচ

২০২৬ ৰ ১১ জুনৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ। এইবাৰ ৪৮ টা দলে অংশগ্ৰহণ কৰিছে বিশ্বকাপত। ৱাশ্বিংটন ডি চিৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত হয় ফিফা বিশ্বকাপৰ ড্ৰ’। এই সময়ছোৱাত ১২টা গ্ৰুপত…

২০২৪ ত পথ দুৰ্ঘটনাত ১.৭৭ লাখ লোকৰ মৃত্যু

পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিবৰ্তে ভাৰতত পুনৰ বৃদ্ধি পাইছে। ২০২৪ চনত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ তুলনাত আৰু অধিক বৃদ্ধি পাইছে। লোকসভাত পথ পৰিবহণ…

তেজপুৰ বিশ্ববিদ্যালয়ত এগৰাকী সম-উপাচার্য নিয়োগৰ আহ্বান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বহু বিতৰ্কৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ত এগৰাকী সম-উপাচার্য নিয়োগৰ আহ্বান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী শৰ্মাই…

আই পি এলৰ বাবে ১৩৫৫ গৰাকী খেলুৱৈৰ পঞ্জীয়ন

পৰৱৰ্তী আই পি এলৰ বাবে মুঠ ১৩৫৫ গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছে। ২ কোটি বেচ প্ৰাইচ কেটেগৰীত অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীণ, ইংলেণ্ডৰ লিয়াম লিভিংষ্টন, ভাৰতৰ ৰবি বিষ্ণোই আৰু ভেংকটেশ আয়াৰ, আৰু শ্ৰীলংকাৰ…

আই পি এলৰ পৰিৱৰ্তে পি এছ এল খেলাৰ সিদ্ধান্ত মঈন আলীয়ে

ফাফ ডু প্লেছিছৰ পিছত ইংলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ মঈন আলীয়ে এতিয়া আই পি এল ২০২৬ৰ পৰা আঁতৰি আহি পি এছ এল খেলাৰ সিদ্ধান্ত লৈছে। চাৰিদিনৰ ভিতৰত এনে পদক্ষেপ লোৱা দ্বিতীয়জন বিদেশী…

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া দল ঘোষণা

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে দেওবাৰে ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে জ্যেষ্ঠ বেটছমেন কে এল ৰাহুলক। নিয়মীয়া অধিনায়ক শুবমান গিলক ডিঙিত আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ…

অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ ভোটাৰ তালিকাৰ বাবে বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোৱা শনিবাৰৰ পৰা ৰাজ্যজুৰি মুঠ ২৯,৬৫৬জন বুথ পৰ্যায়ৰ বিষয়াই (বিএলঅ’) ঘৰে ঘৰে পৰীক্ষণ অভিযান চলাইছে। তেওঁলোকৰ সকলোৱে…