Author: Sonakshi Sarkar

গুৱাহাটীত আত্মগোপন ঢাকাৰ সাংসদপ্ৰাৰ্থীৰ ২ হত্যাকাৰী, ভাৰতীয় উচ্চায়ুক্তক তলৱ

লাদেশৰ সাংসদ প্রার্থী তথা ইনকিলাব মঞ্চৰ মুখপাত্র শৰীফ ওছমান হাদিক গুলীয়াই হত্যা কৰা দুই হত্যাকাৰী অভিযুক্ত অসমৰ গুৱাহাটীত আত্মগোপন কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। ফেচবুকসহ বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰ হোৱা…

মেছিৰ আগতীয়া বিদায়! ক্ষোভিত অনুৰাগীয়ে তাণ্ডৱ চলালে ছল্ট লেক ষ্টেডিয়ামত

মেছি আহিছিল! ফুটবলৰ মহাতাৰকা লিয়নেল মেছিক এবাৰ চাবলৈ শনিবাৰে কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত সমবেত হৈছিল হাজাৰ হাজাৰ অনুৰাগী। কিন্তু মেছি ষ্টেডিয়ামত উপস্থিত হয় যদিও পূৰ্ব নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই তেওঁ…

উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্ৰতিনিধিৰ অংশগ্ৰহণৰে ডাউন টাউন হস্পিতালৰ উদ‍্যোগত সফলৰূপত সম্পন্ন হ’ল “অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫”

গুৱাহাটী স্থিত ডাউন টাউন হস্পিতালে আয়োজন কৰা “অষ্টম উত্তৰ পূৱ ৰোগী সুৰক্ষা কনক্লেভ ২০২৫” আজি সফলভাৱে অনুষ্ঠিত হৈ যায়। উত্তৰ পূৱ ভাৰত, ভূটান আৰু নেপালৰ ৫০০ৰো অধিক প্রতিনিধিয়ে এই কনক্লেভত…

কলকাতাত উপস্থিত লিয়নেল মেছি

২০২২ চনৰ ফিফা বিশ্বকাপত আৰ্জেণ্টিনাক জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰু ৮বাৰৰ বেলন ডি অ’ৰ বিজয়ী অধিনায়ক লিয়নেল মেছিয়ে ভাৰতৰ মাটিত উপস্থিত হৈছে। শনিবাৰে পুৱা কলকাতাত উপস্থিত হয় মেছি। তেওঁ…

৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতৰ ব্ৰঞ্জৰ পদক

৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। জুনিয়ৰ দলটোৱে অন্তিম ১১ মিনিটত চাৰিটা গ’ল দি ২০২১ চনৰ চেম্পিয়ন আৰ্জেণ্টিনাক ৪-২ গ’লত পৰাস্ত কৰে।দুবাৰৰ বিশ্ব চেম্পিয়ন ভাৰতীয়…

এদিনীয়া বেটিং ৰেংকিঙৰ দ্বিতীয় স্থানত বিৰাট কোহলী, শীৰ্ষত ৰোহিত

ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ বিৰাট কোহলীয়ে শ্ৰেষ্ঠ এদিনীয়া বেটছমেনৰ স্থান পুনৰ দখল কৰাৰ প্ৰচেষ্টাত আগবাঢ়ি গৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি)ৰ শেহতীয়া এদিনীয়া বেটিং ৰেংকিঙত দ্বিতীয় স্থান দখল কৰে। ২০২১…

শ্বহীদ স্মাৰক উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সন্ধিয়া শ্বহীদ স্মাৰক উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া মানুহৰ ভূমি, সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া মহান…

ডাউন টাউন বিশ্ববিদ্যালয়ত অষ্টম উত্তৰ পুর ৰোগী সুৰক্ষা সম্মিলনী ২০২৫

এইবাৰ অষ্টম উত্তৰ পুর ৰোগী সুৰক্ষা সম্মিলনী’ ঘন ২০২৫ বর্ষৰ ডিচেম্বৰ মাহৰ ১২ আৰু ১৩ তাৰিখে পানীযাইটি স্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অনুস্থিত কৰা হ’ব বুলি ডাউন টাউন হস্পিটালে জানিবলৈ…

আই পি এলত ১১০ জন বিদেশী খেলুৱৈসহ ৩৫০ ক্ৰিকেটাৰৰ হ’ব নিলাম

অহা ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ নিলামত ২৪০ জন ভাৰতীয় আৰু ১১০ জন বিদেশী খেলুৱৈকে ধৰি মুঠ ৩৫০ গৰাকী ক্ৰিকেটাৰৰ নিলাম হ’ব। শেহতীয়াকৈ এদিনীয়া…

ইণ্ডিগ’ৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ভাৰত চৰকাৰে

দেশৰ বিমান খণ্ডত একচেটিয়াভাৱে দেখল কৰি ৰখা দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ বিমান সেৱা সোমবাৰেও ব্যাহত হৈ থাকে। আজি ৫০০ খনতকৈ অধিক বিমান বাতিল কৰে ইণ্ডিগ’ই। যাৰ ফলত বিমানবন্দৰত যাত্ৰীসকলে…