Assam কাইলৈ জুবিন গাৰ্গ মৃত্যু গোচৰৰ প্ৰথম শুনানি, আদালতত হাজিৰ হ’ব পাৰে ৭ অভিযুক্ত December 15, 2025 Sonakshi Sarkar অসমীয়া সংগীতৰ মহাতাৰকা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু গোচৰৰ প্ৰথমটো শুনানি মঙলবাৰে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত হ’ব। এই গুৰুত্বপূৰ্ণ শুনানিত গোচৰটোৰ সৈতে জড়িত সাত অভিযুক্তক আদালতত হাজিৰ কৰোৱাব লাগিব।…
Assam দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ December 15, 2025 Sonakshi Sarkar মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ সৈতে সৌজন্য সাক্ষাৎ কৰে। উপ-ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা বৈঠকত মুখ্যমন্ত্রীয়ে ব্যক্তিগতভাৱে ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি পদ গ্ৰহণ কৰাৰ বাবে অভিনন্দন…
Assam চি আৰ পি এফৰ উপ মহা পৰিদৰ্শক মহম্মদ জামাল খানৰ ৰাণীৰ ১৭৫ বেটেলিয়ানৰ মূখ্য কাৰ্যাল়য় পৰিদৰ্শন December 15, 2025 Sonakshi Sarkar কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটী ৰেঞ্জৰ উপ মহা পৰিদৰ্শক মহম্মদ জামাল খানে বাৰ্ষিক পৰিদৰ্শনৰ অংশ হিচাপে ১২ আৰু ১৩ ডিচেম্বৰত বাহিনীটোৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত…
News তেজপুৰ বিশ্ববিদ্যালয়ৰ পলাতক উপাচাৰ্য শম্ভূনাথ সিঙৰ অপসাৰণৰ দাবী, ৯ ঘণ্টীয়া অনশন শিক্ষাৰ্থীৰ December 15, 2025 Sonakshi Sarkar তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙৰ বিৰুদ্ধে চলি থকা আন্দোলনে ক্ৰমাগতভাৱে ধাৰণ কৰিছে তীব্ৰতৰ ৰূপ। উপাচাৰ্যৰ ওপৰত উত্থাপিত ব্যাপক দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ অভিযোগৰ বাবে তেওঁক তাৎক্ষণিকভাৱে অপসাৰণৰ দাবীত সোমবাৰে…
Political অশান্ত মণিপুৰলৈ শান্তি প্ৰত্যাৱৰ্তনৰ পদক্ষেপ, দিল্লীত যুটীয়া বৈঠকত মিলিত হ’ল বিজেপিৰ মেইটেই আৰু কুকি সমাজৰ বিধায়ক December 15, 2025 Sonakshi Sarkar মণিপুৰত সম্ভাৱ্য নতুন চৰকাৰ গঠনক লৈ ৰাজনৈতিক জল্পনা-কল্পনা বৃদ্ধি পোৱাৰ মাজতে, দেওবাৰে ভাৰতীয় জনতা পাৰ্টিৰ মেইটেই আৰু কুকি উভয় সম্প্ৰদায়ৰ বিধায়কসকলে নতুন দিল্লীত দলৰ কেন্দ্ৰীয় নেতৃত্বৰ দ্বাৰা অনুষ্ঠিত এক উচ্চ…
Political সাংসদ বৈজয়ন্ত পাণ্ডাক অসমৰ নিৰ্বাচনী প্ৰভাৰী নিযুক্তি বিজেপিৰ December 15, 2025 Sonakshi Sarkar আগন্তুক অসম আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই সোমবাৰে ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সাংগঠনিক নিযুক্তি ঘোষণা কৰে। এই নিযুক্তিৰ জৰিয়তে দলে নিজৰ ৰণনীতি অধিক সুসংগঠিত কৰিব…
Business নতুন ইতিহাস ৰচনা: প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ প্ৰথম মহিলা সভাপতি জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰটি December 15, 2025 Sonakshi Sarkar প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ ইতিহাসত এইবাৰ ৰচনা হ’ল এক নতুন মাইলষ্টোন। ১৯৬০ চনৰ পৰা চলি অহা এই প্ৰতিষ্ঠানটোৰ সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা সাংবাদিক সভাপতি হিচাপে নিৰ্বাচিত হ’ল। জ্যেষ্ঠ…
Political বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদ লাভ কৰি কি ক’লে নীতিন নবীনে? December 15, 2025 Sonakshi Sarkar বিহাৰৰ মন্ত্ৰী নীতিন নবীনক বিজেপিয়ে ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছতে সোমবাৰে তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে এই নতুন সুযোগ দলটোৰ আশীৰ্বাদ আৰু ইয়াৰ বাবে তেওঁ…
News প্ৰাক্তন আই এ এছ বিষয়া ৰাজকুমাৰ গোৱেলক দেশৰ মুখ্য তথ্য আয়ুক্তৰূপে নিযুক্তি December 15, 2025 Sonakshi Sarkar সোমবাৰে প্ৰাক্তন আই এ এছ বিষয়া ৰাজকুমাৰ গোৱেলে দেশৰ মুখ্য তথ্য আয়ুক্ত চমুকৈ চি আই চি হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক ৰাষ্ট্ৰপতি ভৱনত পদ আৰু গোপনীয়তাৰ শপত…
Business ইহুদী অনুষ্ঠানত ৰক্তক্ষয়ী আক্ৰমণঃ অষ্ট্ৰেলিয়াত নিৰ্বিচাৰ গুলীবৰ্ষণ, আক্ৰমণকাৰীসহ ১৬ জনৰ মৃত্যু December 15, 2025 Sonakshi Sarkar অষ্ট্ৰেলিয়াৰ চিডনীৰ বণ্ডি বীচ্চত দেওবাৰে নিশা সংঘটিত হোৱা ৰক্তক্ষয়ী গুলীচালনাৰ ঘটনাই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে সোমবাৰে জানিবলৈ দিয়ে যে এই আক্ৰমণ সংঘটিত কৰা দুজন বন্দুকধাৰী আছিল পিতা আৰু…