Author: Sonakshi Sarkar

এশ শতাংশ বিদেশী বিনিয়োগ ভাৰতৰ বীমাখণ্ডত

ভাৰতৰ বীমাখণ্ডত এতিয়া এশ শতাংশ বিদেশী বিনিয়োগ নিশ্চিত হৈ পৰিছে। ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে সদনৰ মজিয়াত উত্থাপন কৰিবলৈ প্রস্তুতি চলাইছে এখন নতুন বিধেয়ক, যিখন গৃহীত হৈ আইনৰ ৰূপ লোৱাৰ পিছতে…

প্ৰবল ধুমুহাৰ তাণ্ডৱ: ব্ৰাজিলৰ ‘ষ্টেচ্যু অৱ লিবাৰ্টি’ৰ প্ৰতিকৃতি ভাঙি পৰিল

ভাঙি পৰিল ব্ৰাজিলৰ ৰিঅ’ গ্ৰেণ্ড ড’ চুলৰ মহানগৰ অঞ্চলৰ গুৱাইবা চহৰত থকা ‘ষ্টেচ্যু অফ লিবাৰ্টি’ৰ ২৪ মিটাৰ ওখ প্ৰতিকৃতি। সোমবাৰে প্ৰবল ধুমুহাৰ বাবে এখন মেগাষ্টোৰৰ বাহিৰত এই ঘটনাটো সংঘটিত হয়।…

সন্ত্ৰাসবাদী বিৰোধী অভিযানত শ্বহীদ জম্মু-কাশ্মীৰ আৰক্ষী জোৱান আমজেদ আলী খানলৈ জাতিৰ শ্ৰদ্ধাঞ্জলি

সম্পন্ন হ’ল শ্বহীদ এছঅ’জি জোৱান আমজেদ আলী খানৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, যি মঙলবাৰে জিলা আৰক্ষী লাইনছ উধামপুৰত অনুষ্ঠিত কৰা হয়। উধামপুৰ জিলাৰ সোহান অঞ্চলত সংঘৰ্ষৰ সময়ত শ্বহীদ হোৱা আমজেদ আলী…

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ সদস্য ছাজিদ জোট

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ সদস্য ছাজিদ জোট। সোমবাৰে এনআইএয়ে দাখিল কৰা চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে এই কথা। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ কাছোৰ জিলাৰ বাসিন্দা এই সদস্যজনে আক্ৰমণৰ…

গোৱাৰ নাইটক্লাব অগ্নিকাণ্ডঃ অভিযুক্ত লুত্ৰা ভাতৃদ্বয়ক থাইলেণ্ডৰ পৰা বিতাড়ন

থাইলেণ্ডৰ পৰা বিতাড়ন কৰা হ’ল গোৱা অগ্নিকাণ্ডৰ অভিযুক্ত নাইটক্লাব ‘বিৰ্চ বাই ৰোমিঅ’ লেন’ৰ সহ-গৰাকী গৌৰৱ লুত্ৰা আৰু সৌৰভ লুত্ৰাক। মঙলবাৰে থাইলেণ্ড কৰ্তৃপক্ষই লুত্ৰা ভাতৃদ্বয়ক ভাৰতলৈ প্ৰেৰণ কৰে। এই অগ্নিকাণ্ড যোৱা…

ঘন কুঁৱলীৰ বাবে সংঘৰ্ষ ৭ খন বাছ আৰু কেইবাখনো সৰু বাহনৰ, নিহত ৪ জন

ঘন কুঁৱলীৰ বাবে মঙলবাৰে পুৱা যমুনা এক্সপ্ৰেছৱে’ত এক ভয়ংকৰ বাহনৰ সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ৪ জন লোক নিহত হোৱাৰ লগতে ২৫ জনতকৈ অধিক লোক আহত হয় বুলি এজন আৰক্ষী বিষয়াই…

দিল্লীত চাঞ্চল্য! অচিনাক্ত দুষ্কৃতিকাৰীৰ গুলীচালনাত নিহত দুই ভাতৃ

দিল্লীৰ আইন-শৃংখলাক তীব্ৰ প্ৰত্যাহ্বান জনাই সোমবাৰে মাজনিশা উত্তৰ-পূব দিল্লীৰ জাফৰাবাদ অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ড। বাইকত অহা দুৰ্বৃত্তৰ নিৰ্মম গুলীচালনাত নিহত হয় দুজন ভাতৃ। মাজনিশা প্ৰায় ১:৩০ বজাত জাফৰাবাদ…

মেক্সিকোৰ আকাশত মৰ্মান্তিক দুৰ্যোগ! জৰুৰী অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমান, ১০ জনৰ মৃত্যু

আকাশৰ পৰা মাটিলৈ নামি অহাৰ তাড়নাত সংঘটিত হ’ল এক মৰ্মান্তিক দুৰ্যোগ! সোমবাৰে মেক্সিকোৰ কেন্দ্ৰীয় অংশত এখন সৰু ব্যক্তিগত বিমানে জৰুৰী অৱতৰণৰ চেষ্টা চলোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয়, যাৰ ফলত কমেও…

চিকিৎসাৰ বাবে আহি অসমত বিবাহ! অৱশেষত ভাৰতীয় নাগৰিকত্ব লাভ বাংলাদেশী মহিলাৰ

নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ অধীনত অসমত এতিয়ালৈকে চাৰিজন হিন্দু বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছে। এই চাৰিজনৰ ভিতৰত আছে এগৰাকী মহিলাও। ইয়াৰ বিপৰীতে ৰাজ্যখনত প্ৰায় ৪০ জন লোকে…

নৰেন্দ্ৰ মোদীৰ সৈতে লিয়নেল মেছিৰ বৈঠক বাতিল

গট ইণ্ডিয়া ট্যুৰৰ অংশ হিচাপে নতুন দিল্লী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আৰ্জেণ্টিনাৰ ফুটবল ছুপাৰষ্টাৰ লিয়নেল মেছিৰ নিৰ্ধাৰিত বৈঠক বাতিল হয়। এই বৈঠক সোমবাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল, যাৰ…