Assam অৰুণাচলৰ ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ গুলীচালনা; আহত অসম ৰাইফলছৰ জোৱান March 27, 2026 Paromita ভাৰত-ম্যানমাৰ সীমান্তৰ চাংলাং জিলাত বেৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে উগ্ৰপন্থীৰ আক্ৰমণত আহত হয় এজন অসম ৰাইফলছৰ জোৱান। বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫.৩০ বজাত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ পাংচাউ পাছৰ সমীপত এই গুলীচালনাৰ…
Assam অৰুণাচলত নৃশংস হত্যা পিতৃ-কন্যাক! অসমত গ্ৰেপ্তাৰ অভিযুক্ত যুৱক March 26, 2026 Paromita অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মানমাওত সংঘটিত পিতৃ-কন্যাৰ জঘন্য হত্যাকাণ্ডৰ মূল অভিযুক্তক অৱশেষত অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৱা ৪ মাৰ্চৰ নিশা ৪২ বছৰীয়া বাবলু কোল আৰু তেওঁৰ সাত বছৰীয়া কন্যা…
Assam অন্ধ্ৰপ্ৰদেশত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড! ১৩ জনৰ মৃত্যু, ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ March 26, 2026 Paromita ৰাজপথত দাউদাউকৈ জ্বলি উঠিল এখন যাত্ৰীবাহী বাছ! বৃহস্পতিবাৰে অন্ধ্ৰপ্ৰদেশৰ মাৰ্কাপুৰম জিলাত পুৱা সংঘটিত এই মৰ্মান্তিক ঘটনাত ১৩ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন প্ৰায় ২২ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়।…
Assam বন্দে ভাৰতৰ খাদ্যত জীৱন্ত পোক! ৫০ লাখ টকাৰ জৰিমনাৰে খাদ্য বিক্ৰেতাৰ ঠিকা বাতিল ৰেল মন্ত্ৰালয়ৰ March 26, 2026 Paromita আকৌ অভিলাসী বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল জীৱন্ত পোক! শেহতীয়াকৈ এগৰাকী যাত্ৰীয়ে বন্দে ভাৰত এক্সপ্ৰেছত যোগান ধৰা খাদ্যত পোক পোৱাৰ বিষয়ে সদৰী কৰাৰ পাছতে দেশজুৰি পুনৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।…
Assam মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পূৰ্ণ: অসম বিধানসভা নিৰ্বাচনৰ বাবে ৭৮৯ গৰাকী প্ৰাৰ্থীৰ আবেদন বৈধ হিচাপে ঘোষণা March 26, 2026 Paromita অসম বিধানসভা নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া সকলো ১২৬ টা সমষ্টিতে শেহতীয়াভাৱে সম্পূৰ্ণ হৈছে। এই প্ৰক্ৰিয়াৰ অন্তত ৰাজ্যজুৰি মুঠ ৭৮৯ গৰাকী প্ৰাৰ্থীৰ আবেদন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বৈধ…
Assam দুই লাখ নিযুক্তি আৰু ২৫ হাজাৰ টকীয়া সাহায্যৰ প্ৰতিশ্ৰুতিঃ বজালীত নিৰ্বাচনী ৰণশিঙা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ March 25, 2026 Paromita হিতাধিকাৰীৰ ৰাজনীতিৰে সমাগত বিধানসভা নিৰ্বাচনৰ জেওৰা পাৰ কৰাৰ কুচকাৱাজ ৰচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বজালী জিলাৰ ভৱানীপুৰ-সৰভোগ সমষ্টিত এখন বিশাল নিৰ্বাচনী জনসভাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুৱক-যুৱতী…
Assam মহাকাশত অসমৰ চকু; বান নিয়ন্ত্ৰণ আৰু সীমান্ত সুৰক্ষাৰ বাবে ৰাজ্যৰ নিজাকৈ উপগ্ৰহ প্ৰক্ষেপণৰ প্ৰস্তুতি March 25, 2026 Paromita বানপানীৰ পৰা পৰিত্ৰাণ আৰু সীমান্তৰ নিৰাপত্তা সুদৃঢ় কৰাৰ লক্ষ্যৰে অসমে মহাকাশত নিজাকৈ এক নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ দিশত খোজ পেলাইছে। দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য হিচাপে অসমে একাধিক পৃথিৱী-পৰ্যবেক্ষণকাৰী উপগ্ৰহৰ বাবে…
Assam ৩০ খনতকৈও অধিক বাহনৰ গৰাকী হাগ্ৰামা পত্নী সেউলী মহিলাৰী; মনোনয়নৰ শপতনানামাত প্ৰকাশ বিশাল সম্পত্তি March 24, 2026 Paromita কিমান ধনী বিপিএফৰ মুৰব্বী তথা বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী সেউলী ব্ৰহ্ম মহিলাৰী? কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী ৰূপে শেহতীয়াকৈ দাখিল কৰা মনোনয়নৰ সময়ত প্ৰদান কৰা শপতনানামাত পোহৰলৈ আহিছে হাগ্ৰামা পত্নীৰ বিশাল…
Assam শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে শপতনামাত তথ্য গোপনৰ গুৰুতৰ অভিযোগ March 24, 2026 Paromita শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে মঙলবাৰে উত্থাপন হয় তথ্য গোপনৰ এক গুৰুতৰ অভিযোগ। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিজেপি প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰৰ শপতনামাত থকা বিসংগতিৰ…
Assam লালু প্ৰসাদ যাদৱৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ; লেণ্ড ফৰ জব গোচৰত অব্যাহত থাকিব চিবিআইৰ তদন্ত March 24, 2026 Paromita ৰে’ল বিভাগত নিযুক্তিৰ বিনিময়ত ভূমি কেলেংকাৰিত অভিযুক্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে চিবিআই-য়ে ৰুজু কৰা এজাহাৰ খাৰিজ কৰিবলৈ মঙলবাৰে অস্বীকাৰ কৰে দিল্লী উচ্চ ন্যায়ালয়ে। আৰজেডি মুৰব্বীগৰাকীৰ লগতে তেওঁৰ…