Assam মাজ আকাশত দেৱদূতৰ ৰূপত মণিপুৰী চিকিৎসক; টকিঅ’-দিল্লী বিমানত ৰক্ষা পৰিল যাত্ৰীৰ প্ৰাণ April 3, 2026 Paromita মধ্য আকাশত দেৱদূতৰ ৰূপত অৱতীৰ্ণ হ’ল এগৰাকী মহিলা চিকিৎসক। বিমানৰ ভিতৰত হঠাৎ অসুস্থ হৈ পৰা এগৰাকী যাত্ৰীক জৰুৰীকালীন চিকিৎসা আগবঢ়াই জীৱন ৰক্ষা কৰে মণিপুৰৰ চিকিৎসক ড° লনী লিৰিনাই। যোৱা ২৮…
Assam বিশ্বাসঘাতকতা মুখ্যমন্ত্ৰীৰ তেজত আছেঃ হিমন্ত বিশ্ব শৰ্মাক লুৰীণজ্যোতি গগৈৰ তীব্ৰ আক্ৰমণ April 3, 2026 Paromita বিশ্বাসঘাতকতা আৰু পিছফালৰ পৰা ডেগাৰ মৰা নীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেজত আছে। ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে শুকুৰবাৰে এই বিস্ফোৰক মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। খোৱাঙত এক…
Assam সাধাৰণ জনতাৰ ওপৰত মাধমাৰ; নিৰ্বাচনী ধামখুমীয়াৰ মাজতে ৰাজ্যত বৃদ্ধি পালে টোল টেক্সৰ হাৰ April 1, 2026 Paromita নিৰ্বাচনী গৰম বতাহৰ মাজতে সাধাৰণ জনতাৰ বাবে আহিছে এক অতি বেয়া খবৰ। ১ এপ্ৰিল অৰ্থাৎ আজিৰ পৰাই ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পালে টোল টেক্সৰ হাৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি আৰু…
Assam অসমত এনডিএ চৰকাৰৰ হেট্ৰিক নিশ্চিতঃ ধেমাজিত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী হুংকাৰ April 1, 2026 Paromita অসমত তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব এনডিএ চৰকাৰ। ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাই এই দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গোগামুখৰ বিশাল জনসভাত তেওঁ বিৰোধীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ মতে,…
Assam নিৰ্বাচনৰ প্ৰাকক্ষণত মানকাচৰৰ ৰাজনীতিত নতুন মোৰ: কংগ্ৰেছত যোগদান বিধায়ক আমিনুল ইছলামৰ April 1, 2026 Paromita অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ পূৰ্বে পুনৰ দল সলনি কৰিলে মানকাচৰৰ বিধায়ক আমিনুল ইছলামে। মঙলবাৰে এনপিপি এৰি কংগ্ৰেছত যোগদান কৰে আমিনুলে। শেহতীয়া খবৰ অনুসৰি, বিধায়কগৰাকীয়ে কিছুদিন পূৰ্বে নেশ্যনেল পিপলছ পাৰ্টিত যোগদান…
Assam অসমত নিৰ্মাণ হ’বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পই ৰাজ্যখনলৈ কঢ়িয়াই আনিব বৈপ্লৱিক পৰিৱৰ্তনঃ নৰেন্দ্ৰ মোদী April 1, 2026 Paromita অনাগত সময়ত অসম কেৱল চাহৰ বাবেই নহয়, বৰঞ্চ ছেমিকণ্ডাক্টৰ বা চিপ উৎপাদনৰ কেন্দ্ৰ হিচাপেও বিশ্ব দৰবাৰত পৰিচিত হ’ব অসম। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই বুধবাৰে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…
Assam শীঘ্ৰে ৰাজহুৱা হ’ব মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ১২ হাজাৰ বিঘা মাটিৰ তথ্যঃ যোৰহাটত গৌৰৱ গগৈৰ তীব্ৰ নিৰ্বাচনী প্ৰচাৰ April 1, 2026 Paromita ৰাজ্যত নিৰ্বাচনী গৰম বতাহ বলি থকাৰ মাজতে বুধবাৰে শাসকীয় পক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰিল সাংসদ তথা এপচিচিৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত থকা ১২ হাজাৰ বিঘা ভূমিৰ গোপন তথ্য…
Assam বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত আকাশলংঘী বৃদ্ধি; ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকলৈ সাময়িক সকাহ April 1, 2026 Paromita বিশ্বজুৰি শক্তি খণ্ডত অব্যাহত থকা তীব্ৰ সংঘাতৰ মাজতে বুধবাৰে ১৯৫.৫০ টকাকৈ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত শত্ৰুতা বৃদ্ধি পোৱাৰ ফলত খাৰুৱা তেলৰ যোগান ব্যাহত হোৱাৰ…
Assam ৩ লাখ জনতাৰ পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে বিজেপিৰ সংকল্প পত্ৰঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল March 31, 2026 Paromita অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ‘সংকল্প পত্ৰ’ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ ৩ লাখৰো অধিক লোকৰ পৰামৰ্শ। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা…
Assam নিজ ঘৰখনতে পুনৰ জনম ৰাজা ৰঘুবংশীৰ! এবছৰ পূৰ্বে শ্বিলঙত পত্নীয়ে কাঢ়িছিল প্ৰাণ March 31, 2026 Paromita পুনৰ উভতি আহিছে ৰাজা! হানিমুনলৈ গৈ শ্বিলঙত পত্নীৰ হাততে প্ৰাণ হেৰুওৱা ৰাজা ৰঘুবংশীৰ এতিয়া পুনৰ জন্ম হোৱা বুলি চৰ্চা চলিছে মধ্যপ্ৰদেশৰ ইন্দোৰত। দেওবাৰে ৰাজাৰ ককায়েক শচীন ৰঘুবংশীৰ ঘৰত এটি পুত্ৰ…