Assam তামিলনাডু নিৰ্বাচনৰ আটাইতকৈ চহকী প্ৰাৰ্থী AIADMKৰ লিমা ৰোজ; ৫,৮৬৩ কোটি টকাৰ সম্পত্তি ঘোষণাৰে চমক সৃষ্টি April 8, 2026 Paromita প্ৰতিপত্তিশালী প্ৰাৰ্থীৰ এতিয়া উজান উঠিছে তামিলনাডুৰ নিৰ্বাচনী ৰাজনীতিত। ৰাজ্যখনৰ আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দাখিল কৰা শপতনামাত প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণে এতিয়া চকু কপালত তুলিছে সাধাৰণ জনতাৰ। এনে ধনী প্ৰাৰ্থীৰ তালিকাত শীৰ্ষস্থান…
Assam নিচাসক্ত অৱস্থাত গাড়ী চলাই গুৰুতৰ বিপদত ডেভিদ ৱাৰ্নাৰ; চিডনীত গ্ৰেপ্তাৰ প্ৰাক্তন অষ্ট্ৰেলিয়ান অপেনাৰগৰাকী April 7, 2026 Paromita অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰ সোমবাৰে নিচাসক্ত অৱস্থাত গাড়ী চলোৱাৰ অভিযোগত চিডনীত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই ক্ৰীড়া বিশ্বত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, চিডনীৰ মাৰৌব্ৰাত যান-বাহন…
Assam অসমত ভ্ৰষ্টাচাৰী চৰকাৰৰ অন্ত পৰাটো নিশ্চিত; জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি খাৰ্গেৰ April 7, 2026 Paromita অসম বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰৰ মাজতে মঙলবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গেৰুৱা দলৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলায়। গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সভাপতিগৰাকীয়ে ৰাজ্যখনত চলি থকা ভ্ৰষ্টাচাৰৰ…
Assam কংগ্ৰেছৰ একমাত্ৰ লক্ষ্য পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিঃ হোজাইৰ নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী মোদী April 6, 2026 Paromita অসমৰ নিৰ্বাচনী যুঁজত কংগ্ৰেছক লক্ষ্য কৰি ধাৰাবাহিক আক্ৰমণ চলাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত বিজেপি প্ৰাৰ্থী শিলাদিত্য দেৱৰ সমৰ্থনত এক বিশাল নিৰ্বাচনী জনসভাক সম্বোধন কৰি কংগ্ৰেছে…
Assam অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰিয়ালৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ; ১,২৭০ কোটি টকাৰ ঠিকা আবণ্টনত দুৰ্নীতিৰ অভিযোগ April 6, 2026 Paromita অৰুণাচল প্ৰদেশৰ ৰাজনৈতিক মহলত এতিয়া সৃষ্টি হৈছে তীব্ৰ জোকাৰণি। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ পৰিয়ালৰ সৈতে জড়িত প্ৰতিষ্ঠানক নীতি-বহিৰ্ভূতভাৱে চৰকাৰী ঠিকা আবণ্টন দিয়াৰ অভিযোগত সোমবাৰে চিবিআই তদন্তৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।…
Assam এআই-প্ৰযুক্তিৰে সৃষ্টি কৰা ভুৱা ভিডিঅ’ক লৈ উত্তপ্ত গুৱাহাটী; বিজেপিৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকী চৌধুৰীৰ April 4, 2026 Paromita নিৰ্বাচনী প্ৰচাৰৰ তুংগত থকাৰ সময়তে এইবাৰ ‘ডিপফেক’ বা কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰে জোকাৰি গৈছে মহানগৰীৰ ৰাজনীতি। গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ এক বিকৃত ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল…
Assam অসমৰ ফুটবলৰ কিংবদন্তি গিলবাৰ্টচন চাংমাৰ দেহাৱসান April 4, 2026 Paromita অন্ত পৰিল অসমৰ ফুটবল জগতৰ এটা সোণালী অধ্যায়ৰ। শনিবাৰে পুৱা গুৱাহাটীৰ কাহিলীপাৰাস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি ফুটবলাৰ গিলবাৰ্টচন চাংমাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ। ৭০…
Assam সংসদত হুলস্থূল কৰিবলৈ নহয়, এক ইতিবাচক প্ৰভাৱ পেলাবলৈহে যাওঁঃ ৰাঘৱ চাড্ডা April 4, 2026 Paromita আম আদমী পাৰ্টি আৰু ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ মাজত শেহতীয়াকৈ চলি থকা সংঘাতৰ মাজতে পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিছে আপৰ সাংসদগৰাকীয়ে। শনিবাৰে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নিজৰ বিৰুদ্ধে উঠা সকলো…
Assam কংগ্ৰেছৰ জয়ৰ সপোন দেখাটো কেৱল এক ‘পাগলামি’; ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ April 4, 2026 Paromita বিৰোধীৰ জয়ৰ সপোনক কেৱল এক ‘পাগলামি’ বুলি অভিহিত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীক এজন ‘পাগল’ আখ্যা দি শনিবাৰে এক বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ জয়ী…
Assam কংগ্ৰেছৰ গেৰাণ্টি মানেই আনৰ পৰা কৰা ‘কপি-পেষ্ট’; জাগীৰোডত বিৰোধীৰ বিৰুদ্ধে সৰৱ পীয়ূষ হাজৰিকা April 4, 2026 Paromita কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত নতুনত্ব একোৱেই নাই। শনিবাৰে জাগীৰোডত এক নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী কংগ্ৰেছ আৰু ৰাইজৰ দলৰ নেতা অখিল গগৈক এইদৰে তীক্ষ্ণ সমালোচনা কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। বিজেপি চৰকাৰে চলাই…