Author: Paromita

পৱন খেড়াৰ গ্ৰেপ্তাৰীৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন সুৰক্ষাৰ আবেদন; তেলেংগানা উচ্চ ন্যায়ালয়ত সম্পন্ন হ’ল শুনানিৰ প্ৰক্ৰিয়া

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এক গোচৰক কেন্দ্ৰ কৰি আজি তেলেংগানা উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই আৰক্ষীৰ…

অসমত ৮৪.৪২ শতাংশ ভোটদানৰে শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল নিৰ্বাচন; দক্ষিণ শালমাৰাত সৰ্বাধিক ৯৪ শতাংশ ভোটাৰৰ উপস্থিতি

অসম বিধানসভাৰ ১২৬ খন আসনৰ ভাগ্য নিৰ্ণয়ৰ বাবে আজি ৰাজ্যজুৰি শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱাৰে পৰা ভোটাৰৰ ব্যাপক উৎসাহৰ মাজতে বিয়লি ৫ বজালৈ ৰাজ্যত ৮৪.৪২ শতাংশ ভোটদান ৰেকৰ্ড কৰা…

কাইলৈ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ প্ৰতীক্ষাৰ অন্ত পেলাই কাইলৈ অৰ্থাৎ ১০ এপ্ৰিলত ঘোষণা কৰা হ’ব চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি এই কথা নিশ্চিত কৰি কয়…

মণিপুৰৰ পাঁচখন জিলাত সান্ধ্য আইন নেওচি বিশাল প্ৰতিবাদ; দুই শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত উপত্যকাৰ পৰিৱেশ

বিষ্ণুপুৰ জিলাত বোমা বিস্ফোৰণত দুটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চেপা উত্তেজনাই আজি মণিপুৰৰ উপত্যকাৰ পাঁচখন জিলাত এক ভয়ংকৰ ৰূপ ধাৰণ কৰে। সান্ধ্য আইন নেওচি হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৰাজপথলৈ…

মণিপুৰত ৩ ইউকেএনএ কেডাৰ গ্ৰেপ্তাৰ; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ উদ্ধাৰ

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত যোৱা নিশা আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত আটক কৰে ইউনাইটেড কুকি নেচনেল আৰ্মীৰ তিনিজনকৈ সন্দেহযুক্ত কেডাৰক। ত্ৰংলৌবীৰ শেহতীয়া হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা এই অভিযানত বৃহৎ পৰিমাণৰ…

অসমত উন্নয়নৰ অৰ্থই হৈছে মোদী আৰু হিমন্তঃ জাগীৰোডত পীযুষ হাজৰিকাৰ মন্তব্য

অসমত উন্নয়নৰ প্ৰকৃত অৰ্থই হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী। – আজি জাগীৰোডত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক মন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকাই।…

আৰএছএছক ‘বিষাক্ত সাপ’ৰ সৈতে তুলনা! দিছপুৰ আৰু শিলচৰত মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে এজাহাৰ দাখিল

আৰএছএছক ‘বিষাক্ত সাপ’ৰ সৈতে তুলনা কৰি এতিয়া আইনী মেৰপেচত আৱদ্ধ হৈছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। সংগঠনটোৰ বিৰুদ্ধে কৰা বিস্ফোৰক মন্তব্যৰ বাবে খাৰ্গেৰ বিৰুদ্ধে বুধবাৰে দিছপুৰ আৰু শিলচৰ আৰক্ষী থানাত দাখিল…

নিউজিলেণ্ডত সলিল সমাধি ভাৰতীয় ছাত্ৰৰ; ইষ্টাৰৰ ছুটী কটাবলৈ গৈ সংঘটিত হয় শোকাৱহ ঘটনা

নিউজিলেণ্ডত ফুৰিবলৈ গৈ সলিল সমাধি ঘটিল এজন ভাৰতীয় মূলৰ মেধাৱী ছাত্ৰৰ। হ্ৰদৰ পানীত ডুবি অকাল মৃত্যুক সাৱটি লয় ২১ বছৰীয়া শৌৰ্য নামৰ যুৱকজনে। অকল্যান্ড বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক শাখাৰ এই ছাত্ৰজন আছিল…

নিৰ্বাচনৰ এদিন পূৰ্বে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ওদালগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে ঘোষণা কৰিছে এক চৰম সিদ্ধান্ত। দলীয় নেতৃত্বৰ বিৰুদ্ধে ‘বিশ্বাসঘাতকতা’ৰ বিস্ফোৰক অভিযোগ তুলি কংগ্ৰেছ ত্যাগ…

আহমেদাবাদত মৰ্মান্তিক ঘটনা! দোচা খাই দুই কণমানিৰ কৰুণ মৃত্যু

বিষাক্ত আহাৰে কাঢ়ি নিলে এটি পৰিয়ালৰ দুগৰাকী কণমানিৰ প্ৰাণ। আহমেদাবাদত ঘৰতে তৈয়াৰী দোচা খোৱাৰ পাছতে হঠাতে অসুস্থ হৈ পৰে চাৰিজন সদস্য। চিকিৎসাধীন অৱস্থাতে যোৱা ৩ এপ্ৰিলত এটি তিনিমহীয়া শিশু আৰু…