Assam ভোটাৰ তালিকাৰ বিসংগতিক লৈ উচ্চতম ন্যায়ালয়ত উপস্থিত মমতা; নিৰ্বাচন আয়োগলৈ জাননী জাৰি February 4, 2026 Paromita ভোটাৰ তালিকা সংশোধনৰ প্রক্রিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আইনী যুঁজৰ মাজতে বুধবাৰে উচ্চতম ন্যায়ালয়ত অধিবক্তাৰূপে উপস্থিত হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ৰাজ্যখনত চলি থকা স্পেচিয়েল ইনটেনচিভ ৰিভিজনৰ অধীনত ভোটাৰ তালিকাৰ…
Assam ৰায়দানত বিলম্ব হোৱা কাৰ্য এক পৰিচিত ব্যাধি, এই ব্যাধি নির্মূল হোৱাটো জৰুৰীঃ উচ্চতম ন্যায়ালয় February 3, 2026 Paromita দেশৰ বিচাৰ ব্যৱস্থাত দীৰ্ঘদিন ধৰি চলি অহা ৰায়দানৰ লেহেমীয়া গতিক এক পৰিচিত ব্যাধি বুলি অভিহিত কৰে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে উচ্চ ন্যায়ালয়সমূহৰ মাহৰ পিছত মাহ ধৰি ৰায়দান সংৰক্ষিত কৰি ৰখাৰ প্ৰৱণতাক…
Assam হাইলাকান্দিত ২৮০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ চলিল বুলড’জাৰ February 2, 2026 Paromita অসম-মিজোৰাম সীমান্তৰ সংৰক্ষিত বনাঞ্চলত চৰকাৰী ভূমিত চলি থকা দীৰ্ঘদিনীয়া বেদখল উচ্ছেদ কৰিবলৈ সোমবাৰে হাইলাকান্দি জিলা প্ৰশাসনে এক বৃহৎ অভিযান আৰম্ভ কৰিছে। ঘৰমুৰা বন সংমণ্ডলৰ অধীনস্থ দামচেৰা অঞ্চলৰ প্ৰায় ২৮০০ বিঘা…
Assam কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস! এইবাৰ বনৰীয়া হাতীৰ গছকত মহিলাৰ মৃত্যু February 2, 2026 Paromita বন্য হস্তীৰ ধাৰাবাহিক আক্ৰমণে কলিয়াবৰত সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ। হাতী-মানুহৰ চৰম সংঘাতৰ বলি হৈ অঞ্চলটোত প্ৰতিদিনেই সাধাৰণ জনতাই নিজৰ প্ৰাণৰ সুৰক্ষাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। সোমবাৰে পুনৰ এটা উন্মত্ত বনৰীয়া…
Assam গৌৰৱ গগৈৰ ‘পাকিস্তান সংযোগ’ক লৈ হিমন্তৰ বিস্ফোৰণঃ কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাক ‘ললিপপ’ আখ্যা মুখ্যমন্ত্ৰীৰ February 2, 2026 Paromita কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ কথিত ‘পাকিস্তান সংযোগ’ৰ ৰহস্য ফাদিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিগত সময়ছোৱাত কেইবাটাও দিন নিজে নিৰ্ধাৰণ কৰি দি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ ফাদিল কৰাৰ হুংকাৰ…
Assam বিজেপিৰ শক্তিশালী ভেটি নে বিৰোধীৰ পুনৰুত্থান? অসমৰ নিৰ্বাচনী যুঁজত কোন আগত, পোহৰলৈ আহিল চাঞ্চল্যকৰ সমীক্ষা February 2, 2026 Paromita আসন্ন বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক বতাহত তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ মাজতে এক ৰাষ্ট্ৰীয় সমীক্ষাই অসমৰ নিৰ্বাচনী সমীকৰণত সৃষ্টি কৰিছে এক নতুন জোৱাৰৰ। আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ হৃদস্পন্দন পৰীক্ষা কৰি…
Assam সীমান্তত বি এছ এফৰ গুলীচালনাঃ মানকাচৰত গৰু সৰবৰাহকাৰীৰ দলক লক্ষ্য কৰি জোৱানৰ গুলী, এজন আহত February 2, 2026 Paromita ভাৰত-বাংলাদেশ সীমান্তৰে অব্যাহত থকা চোৰাং সৰবৰাহকাৰীৰ অবাধ চলাচলে মানকাচৰৰ কুকুৰমাৰা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো এটা সৰবৰাহকাৰী চক্ৰই সীমান্তৰে অবৈধভাৱে গৰু পাৰ কৰিবলৈ কৰা প্ৰচেষ্টাক প্ৰতিহত…
Assam পুনৰ এয়াৰ ইণ্ডিয়াত যান্ত্ৰিক বিজুতি! পাইলটৰ তৎপৰতাত ৰক্ষা পৰিল শতাধিক যাত্ৰীৰ প্ৰাণ February 2, 2026 Paromita বিমানৰ ইন্ধন নিয়ন্ত্ৰণ চুইচত দেখা দিয়া মাৰাত্মক বিসংগতিয়ে এতিয়া এয়াৰ ইণ্ডিয়াৰ সুৰক্ষা ব্যৱস্থাক লৈ সৃষ্টি কৰিছে এক তীব্ৰ প্ৰশ্নবোধকৰ। যোৱা বছৰ ২৬০ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া আহমেদাবাদৰ সেই বিভীষিকাময়…
Assam বিজেপি-আগপৰ মাজত নাই কোনো প্ৰভেদঃ মিত্ৰজোঁটৰ অভিন্ন লক্ষ্যক লৈ ডিমৰীয়াত হিমন্তৰ ঘোষণা February 2, 2026 Paromita অসমৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি আৰু অসম গণ পৰিষদৰ মাজৰ সম্পৰ্কক লৈ ৰাজনৈতিক মহলত চলি থকা চৰ্চাই এতিয়া লাভ কৰিছে এক নতুন মাত্ৰা। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক…
Assam যদি বাপু জীয়াই থাকিলহেঁতেন, তেন্তে তেওঁ অসমীয়া মানুহৰ সৈতে থিয় দিলেহেঁতেনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা January 31, 2026 Paromita অসমৰ খিলঞ্জীয়াৰ পৰিচয় আৰু সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ সংগ্ৰামক সাম্প্ৰদায়িকতাৰ সৈতে তুলনা কৰিব নোৱাৰি বুলি আজি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। “মিঞা মুছলমান” সন্দৰ্ভত তেওঁ কৰা মন্তব্যক…