Author: editor

বাংলাদেশৰ হিংসাত ৪৪ জন আৰক্ষী নিহত

সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ সময়ত বাংলাদেশত হিংসাত্মক ঘটনাত কমেও ৪৪ জন আৰক্ষী নিহত হয়। আৰক্ষীয়ে দেওবাৰে এই তথ্য প্ৰকাশ কৰে। চৰকাৰী চাকৰিত বিতৰ্কিত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদৰ…

ব্যতিক্ৰম ৰমেন কনক্লেভ ২০২৪ সফল সম্পূৰ্ণ

‘ব্যতিক্রম মাছডোৰ ৰ’মেন কনক্লেভ গোটেই বিশ্বৰ বাবে এটা ভাল সংকেত দিছে। বহু বছৰ ধৰি অসম তথা ভাৰতৰ বহিৰতো নাৰী শক্তিক জাগৰণৰ বাবে ব্যতিক্রম মাছডোয়ে যি প্রচেষ্টা চলাই আছে তাৰ বাবে…

দ্বীপশিখা ফাউণ্ডেচনৰ কৰ্কট ৰোগীসকলৰ লগত বন্ধুত্বৰ হাত আগবঢ়ালে গুৱাহাটীৰ “বন্ধু-91″এ

গুৱাহাটীৰ বেচৰকাৰী সামাজিক অনুষ্ঠান “বন্ধু-91″ৰ কেইগৰাকীমান উৎসাহী যুৱ সদস্যৰ উদ্যোগত মিৰ্জা অঞ্চলৰ সোণতলা গাঁৱত অৱস্থিত “দ্বীপশিখা ফাউণ্ডেচন”ত থকা কেবাগৰাকীও কৰ্কত ৰোগীৰ লগত বন্ধুত্বৰ হাত আগবঢ়াই আৰু তেখেতসকলৰ লগত মত বিনিময়…

পেৰিছ অলিম্পিকত সোণৰ পদক অৰ্জন ন’ভাক জক’ভিচৰ

ছাৰ্বিয়াৰ ন’ভাক জক’ভিচে ১৬ বছৰৰ অপেক্ষাৰ সমাপ্তি ঘটাই পেৰিছ অলিম্পিকত সোণৰ পদক জিকে। পুৰুষৰ একক ফাইনেলত জক’ভিচে স্পেইনৰ কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অলিম্পিকৰ স্বৰ্ণ পদক অৰ্জন কৰে।…

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে ৩১৮৩.২৪ কোটি টকা আৱণ্টন বিত্ত মন্ত্ৰীৰ

কেন্দ্ৰীয় বাজেটত এইবাৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে মুঠ ৩১৮৩.২৪কোটি টকা আৱণ্টন কৰা হৈছে, যি হৈছে আগৰ বিত্তীয় বৰ্ষৰ সংশোধিত বাজেটতকৈ ৫৭৪.৩১কোটি টকা অধিক।বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ…

বৈঠাপুতা সত্ৰ পৰিদৰ্শন জাপানৰ বিশেষজ্ঞৰ

মহাপুৰুষ মাধৱদেৱৰ স্মৃতি বিজৰিত বৰপেটা জিলাৰ অন্তৰ্গত বাঘবৰৰ বৈঠাপুতা সত্ৰখনক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ উপায় উলিওৱাৰ বাবে এক সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰাৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰৰ অনুৰোধ…

প্ৰিন্ট মিডিয়া থাকিবই: শ্ৰীধৰ আৰানালা

শ্ৰীধৰ আৰানালাই ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজি মেঘালয় (ইউ এছ টি এম)ৰ ছাত্ৰ-ছাত্ৰীসকলক আজি সম্বোধন কৰে। শ্ৰী আৰানালাই ইউ এছ টি এমৰ প্ৰশিক্ষণ আৰু প্লেচমেণ্ট বিভাগে আয়োজন কৰা এক অনুস্থানত…

অৰ্থ সংকটত চিকিৎসাধীন সাংবাদিক জয়ন্ত দাস

প্ৰায় এবছৰ পূৰ্বে হাৰ্ণিয়া জনিত ৰোগত গুৰুতৰ ভাৱে আক্ৰান্ত হৈ হায়দৰাবাদত গৈ মেজৰ অপাৰেশ্যন কৰি আহিছিল তেওঁ । তাৰ পৰৱৰ্তী সময়ত তেওঁ হৃদৰোগত আক্ৰান্ত হোৱাৰ কথাও ধৰা পৰে । দুটাকৈ…

ঐক্যৰ উদ্যোগত সত্ৰীয়া সংগীত মহাবিদ্যালয় মুকলি

শিৱসাগৰ ঐক্যৰ কাৰ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰাম্ভ হোৱা অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই | সাংবাদিক জামালউদ্দিন আহমেদে আঁত ধৰা আৰু সাংস্কৃতিক সম্পাদক ৰাজু কুমাৰ দাসে…

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকাবাহক হ’ব পি ভি সিন্ধু

লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী গগন নাৰাঙে সোমবাৰে পেৰিছ অলিম্পিকৰ বাবে ভাৰতৰ মিছন মুৰব্বী হিচাপে বক্সাৰ মেৰী কমৰ স্থান লয়। তেওঁ এইবাৰ অলিম্পিকৰ ভাৰতৰ মিছন মুৰব্বী হ’ব। আনহাতে, পেৰিছ গেমছৰ…