Author: Dipshikha

পুনৰ উদ্ধাৰ গঁড়ৰ খৰ্গ

নিশা নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ অভিযানত কদমগুৰিৰ এঘৰত উদ্ধাৰ এটা গঁড়ৰ খৰ্গ। খৰ্গটোৰ ওজন ১ কেজি ২০০ গ্ৰাম। কদমগুৰিৰ আবু হানিফাৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ গঁড়ৰ খৰ্গটো।আটক আবু হানিফাক। আৰক্ষীয়ে…

বিমান যাত্ৰীৰ মাজত হাহাকাৰ

দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া বিমান যাত্ৰীৰ মাজত হাহাকাৰ। এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ যাত্ৰা বিলম্ব হোৱাক লৈ যাত্ৰীৰ হাহাকাৰ। পুৱা ৭.২০ বজাত দিল্লী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া আছিল বিমানখন। বিয়লি ২…

চাপৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

চাপৰ’ৰ মোৱাটাৰীস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন আৰু গুৰুতৰভাৱে আহত…

বিদ্যুৎ যোগান নধৰাক লৈ লামডিংত উত্তপ্ত পৰিস্থিতি

বিদ্যুৎ যোগান নধৰাক কেন্দ্ৰ কৰি লামডিং নিশাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। লামডিঙৰ সৰ্ব সাধাৰণ ৰাইজক প্ৰতিদিনে বিদ্যুতে জ্বলা-কলা খোৱাই অহাত ক্ষুব্ধ হৈ পৰে স্থানীয়লোক।বৃহস্পতিবাৰে নিশা লামডিঙৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও…

পুনৰ শোকাৱহ ঘটনা

জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ আছাৰত শোকাৱহ ঘটনা। সন্ত্ৰাসবাদীৰ গুলীত ছহিদ এগৰাকী সেনা বিষয়া। এগৰাকী অসামৰিক লোকো গুৰুতৰভাৱে আহত। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত এই সংঘৰ্ষ। সন্ত্ৰাসবাদীৰ দলটোত আছিল ৪জন সদস্য। ঘটনাস্থলীত আমেৰিকাত…

অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে বৃহৎ অভিযান

নগাওঁ জিলাৰ ৰূপহীহাটত আৰম্ভ হৈছে অবৈধ ফাৰ্মাছীৰ বিৰুদ্ধে অভিযান। ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ অবৈধ ফাৰ্মাছীয়ে মানুহৰ জীৱনক লৈ হেতালি খেলাৰ সময়তে নগাঁও জিলাৰ ঔষধ পৰিদৰ্শকগৰাকীৰ নেতৃত্বত…

বানে বিধ্বস্ত কৰিলে এটা পৰিয়ালক

ৰাজ্যত শেহতীয়াকৈ বানে অসমৰ বহু লোকৰ ঘৰবাৰী সকলো বিধস্ত কৰিলে। আহাৰমহীয়া বানে কাল অমানিশা কঢ়িয়াই আনিলে মৰাণৰ সমীপৰ খোৱাঙৰ এটা পৰিয়াললৈ। বুঢ়ীদিহিঙৰ কাষৰ এটা ৰিং বান্ধ ছিঙি পেলোৱাৰ ফলত প্লাৱিত…

নকল সোণৰ নাওঁ জব্দ

এইবাৰ ৰূপহীহাটত আৰক্ষীৰ জালত নকল সোণৰ নাওঁসহ বহি: ৰাজ্যৰ এক চক্ৰ। উৰিষ্যাৰ পৰা তিনিজনীয়া এক চক্ৰই সোণৰ নাওঁ ক্ৰয় কৰিবলৈ আহিছিল ৰূপহীহাটৰ হাতীপাৰা লৈ, সেই সময়তে ৰূপহীহাট আৰক্ষীয়ে নকল সোণৰ…

বিহাৰত অঘটন

শাওণৰ শেষৰটো সোমবাৰত বিহাৰত ভয়ংকৰ অঘটন! সিদ্ধেশ্বৰ ধাম মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু, আহত বহু ভক্ত । বিহাৰৰ জাহানাবাদত শাওণৰ শেষৰটো সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ অঘটন। মখদুমপুৰৰ…

কাইলৈ অনুষ্ঠিত হ’ব NEET-PG পৰীক্ষা

কাইলৈ অনুষ্ঠিত হ’ব NEET-PG পৰীক্ষা। দেশৰ ১৮৫ খন চহৰৰ ৫০০টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ডে অনুষ্ঠিত কৰিব পৰীক্ষা। দুবেলা অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাত অৱতীৰ্ণ হ’ব ২…