Business নগাঁৱত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ August 10, 2024 Dipshikha নগাঁৱৰ চামগুৰিৰ হাঁহচৰা-বৰালিগাঁৱত পুঁৱতিনিশা বন্যহস্তীৰ চুড়ান্ত উপদ্ৰৱ।নিশাটোৰ ভিতৰতে তিনিজনীয়া বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ।বন্যহস্তীৰ উপদ্ৰৱত ক্ষতিগস্থ হেমন্ত দাস, মুকুল ঠাকুৰীয়া আৰু ৰঞ্জিত দাসৰ বাসগৃহ।গাঁওখনত নিশা হ’লেই উপদ্ৰৱ চলাই দিনৰভাগত…
Business ধিঙত বাংলাদেশী গ্ৰেপ্তাৰ August 8, 2024 Dipshikha বাংলাদেশৰ অস্থিৰতাৰ মাজতে ধিঙত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক। হুমায়ুন কবিৰ নামৰ বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। চোৰাং গৰু সৰবৰাহত জড়িত বাংলাদেশী নাগৰিকজন। বজাৰত গৰু ক্ৰয় কৰিবলৈ আহোঁতেই গ্ৰেপ্তাৰ বাংলাদেশৰ ছিলেট জিলাৰ বাসিন্দা…
Business ভাৰতলৈ আহিল আন এক বেয়া খবৰ August 8, 2024 Dipshikha আন এক দুঃখবৰ! ভাৰতীয় মল্লযোদ্ধা অন্তিম পাংঘালক পেৰিছ এৰাৰ নিৰ্দেশ । অলিম্পিক গেম ভিলেজত ভগ্নীক প্ৰৱেশৰ বাবে স্বীকৃতি কাৰ্ডৰ ভুল ব্যৱহাৰৰ অভিযোগ। অন্তিম পাংঘালসহ দলটোক পেৰিছ এৰাৰ নিৰ্দেশ । অন্তিমৰ…
Business লামডিংত আৰক্ষীৰ অভিযান August 7, 2024 Dipshikha অবৈধ তথা নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ কৰিডৰলৈ ৰূপান্তৰ হৈছে লামডিং। লামডিং আৰক্ষী, লামডিং ৰে’ল আৰক্ষীৰ ধাৰাবাহিক তৎপৰতাত বাৰে বাৰে লামডিঙত এনে অবৈধ আৰু নিষিদ্ধ সামগ্ৰী জব্দ কৰি অহাৰ পিছতো নিষিদ্ধ ড্ৰাগছ,…
Business বাংলাদেশত ভয়ংকৰ পৰিস্থিতি August 7, 2024 Dipshikha বাংলাদেশৰ গায়কৰ ঘৰত অগ্নিসংযোগ। জনপ্ৰিয় লোক সংগীতজ্ঞ ৰাহুল আনন্দৰ ১৪০ বছৰ পুৰণি ঘৰ তথা সাংস্কৃতিক কেন্দ্ৰত অগ্নিসংযোগ। অগ্নিসংযোগৰ সময়ত পত্নী-পুত্ৰসহ পলায়ন ৰাহুল আনন্দৰ। ২০২৩ চনৰ ঢাকা ভ্ৰমণৰ সময়ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি…
Business মণিপুৰত ভয়ংকৰ ভূমিস্খলন August 6, 2024 Dipshikha ভূমিস্খলনত এগৰাকী শিশু কন্যা মৃত্যু আহত আৰু এগৰাকী । মণিপুৰ ৰাজ্যৰ জিৰিবামত এক ভূমিস্খলনত প্ৰাণ হেৰুৱালে এটি কন্যা শিশুৱে । আন এটা শিশু আহত হয় । এই কৰুণ ঘটনা সংঘটিত…
Business ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ কটকটীয়া নিৰাপত্তা August 6, 2024 Dipshikha ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি সীমান্ত সুৰক্ষা বাহিনীৰ । অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ সীমান্তত বি এছ এফয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী । চুবুৰীয়া বাংলাদেশৰ পৰিস্থিতি অশান্ত হোৱাৰ পাচতে…
Business শিলছৰত প্ৰতিবাদ August 5, 2024 Dipshikha শিলচৰ চহৰৰ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত শিলচৰত পথ অৱৰোধ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । দীৰ্ঘদিন ধৰি এই পথটোৰ বেয়া অৱস্থাৰ বাবে পথচাৰীকে ধৰি স্থানীয় ৰাইজে নিজৰ জীৱন বিপন্ন…
Business বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ August 5, 2024 Dipshikha ৰূপহী হাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজীক গ্ৰেপ্তাৰ।কলিয়াবৰ আৰক্ষী নিৱেশত গ্ৰেপ্তাৰ ৰকিবুল হুদাক।কলিয়াবৰ আৰক্ষী নিৱেশত প্ৰায় ২ ঘন্টা ধৰি নগাঁও আৰক্ষী অধিক্ষকে চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ ৰকিবুল…
Business আজি পুনৰ লাভলীনাৰ যুজঁ August 4, 2024 Dipshikha ভাৰত তথা অসমৰ বাবে আজি এটা ডাঙৰ দিন। কিয়নো পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেল খেলিব। উল্লেখ কৰা প্ৰয়োজন যে, অলিম্পিকৰ প্ৰথমখন খেলত মহিলাৰ ৭৫কেজি শাখাৰ ১৬নং…