Author: Dipshikha

পুনৰ ৩জন সন্ত্ৰাসবাদীৰ মৃত্যু

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে তিনিটা পৃথক স্থানত চলোৱা অভিযানত ৩ সন্ত্ৰাসবাদী নিহত হৈছে। কুপৱাৰাৰ মাচিলত নিৰাপত্তাৰক্ষীয়ে ২জন সন্ত্ৰাসবাদীক হত্যা কৰাৰ সময়ত টাংধৰত এজন সন্ত্ৰাসবাদী নিহত হৈছে। একে সময়তে ৰাজৌৰীত অব্যাহত আছে…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

ঝাৰখণ্ডৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে। শৰ্মাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে, ঝাৰখণ্ডৰ প্ৰাক্তন…

ৰাজ্যত পুনৰ উত্তাল প্ৰতিবাদ

চাপৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। ধুবুৰী জিলাৰ চাপৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বিদ্যুৎ বিভাগ আৰু APDCL ৰ স্মাৰ্ট মিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুৎ মাছুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ…

বানৰ তাণ্ডৱ বাংলাদেশত

প্ৰকৃতিৰ ৰোষত পৰিছে বাংলাদেশ। শেহতীয়াকৈ বানে তাণ্ডৱৰ সৃষ্টি কৰিছে বাংলাদেশৰ দক্ষিণ-পূব অঞ্চলত। বানৰ ফলত অঞ্চলটোৰ বিদ্যুৎ সেৱাৰ বিস্তৰ ক্ষতিসাধন হৈছে। বানৰ কবলত পৰা ৯ খন জিলাৰ মুঠ ৯ লাখ ২৮…

পুনৰ জঘন্য কাণ্ড ৰাজ্যত

ৰাজ্যত যেন নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে নাৰী নিৰ্যাতন। বিগত ২-৩ দিন ধৰি বিভিন্ন ঠাইত সংঘটিত হৈ আহিছে জঘন্য কাণ্ড। ধাৰাবাহিকভাৱে একাংশৰ কামনাৰ বলি হৈ আহিছে কিশোৰী, যুৱতী নাবালিকাকে ধৰি…

নেপালত বাছ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি

শুকুৰবাৰে নেপালত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পাইছে। নিহত লোকসকলৰ ভিতৰত ২৪টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু এই আটাইকেইগৰাকী লোক মহাৰাষ্ট্ৰৰ বাসিন্দা বুলি জানিব…

ধিংত উত্তাল পৰিৱেশ

নাবালিকাৰ ধৰ্ষণক কেন্দ্ৰ কৰি নগাঁৱৰ ধিঙত উত্তাল পৰিৱেশে বিৰাজ কৰিছে । দুৰ্বৃত্তৰ কামনাৰ বলি হোৱা দশম শ্ৰেণী ছাত্ৰীগৰাকী বৰ্তমান চিকিৎসাধীন নগাঁও মেডিকেল কলেজত । ইফালে ছাত্ৰ সন্থাৰ আহ্বানত পুৱাৰে পৰা…

পুনৰ উদ্ধাৰ বোমা

অসম-অৰুণাচল সীমান্তত ৬ কুইণ্টল ওজনৰ বোমা উদ্ধাৰ । ঘটনাস্থলীত উপস্থিত আৰক্ষী-বায়ুসেনা বাহিনীৰ লোক।ৰাজ্যত বৰ্তমানো অব্যাহত বোমাতংক। ১৫ আগষ্টৰ স্বাধীনতা দিৱসত বিস্ফোৰণৰ উদ্দেশ্যেৰে ২৫টা স্থানত বোমা স্থাপনৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা…

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধৰ দিন সাল-সলনি। ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্ট কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী বন্ধ। পূৰ্বে ২৩ আগষ্ট মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ…

ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ জয়

বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ জয়! পৰাজয় স্বীকাৰ বিৰোধী পক্ষৰ…লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে জয় নিশ্চিত বিজেপি প্ৰাৰ্থীৰ। লোকসভাৰ দুখন আসনৰ বাবে ৩ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। কিন্তু কোনো এগৰাকী…