Business ভাৰতত চিনাক্ত হৈছে এম প’ক্সৰ ৰোগী September 9, 2024 Dipshikha ভাৰতত চিনাক্ত হৈছে এম প’ক্সৰ সন্দেহজনক ৰোগী। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰি এক বিবৃতি অনুসৰি এজন যুৱকৰ দেহত এম প’ক্স…
Business ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হৰিণা মাংসসহ এজনক আটক September 7, 2024 Dipshikha ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত হৰিণাৰ মঙহসহ গ্ৰেপ্তাৰ হৈছে এজন সন্দেহযুক্ত চোৰাং চিকাৰী। চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বন বিভাগৰ এটা দলে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।…
Business উত্তৰ প্ৰদেশত শোকাৱহ পথ দুর্ঘটনা September 7, 2024 Dipshikha উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা। এখন বাছ আৰু সামগ্ৰী কঢ়িওৱা বাহনখনৰ মাজত হৈছে সংঘৰ্ষ । য’ত দুয়োখন বাহনৰ আৰোহীসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।দুৰ্ঘটনাস্থলীত ১৫জন লোকৰ মৃত্যু হোৱাৰ উপৰিও…
Business খেলৰ পৰা বিদায় ল’ব বিনেশ ফোগাট আৰু বজৰং পুনিয়াই September 5, 2024 Dipshikha ক্ৰীড়াক্ষেত্ৰৰ পৰা বিদায় ল’ব মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই। বিনেশ ফোগাট আৰু বজৰং পুনিয়াই বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে। ধাৰণা কৰা হৈছে যে মল্লযোদ্ধাসকলে অচিৰেই আনুষ্ঠানিকভাৱে কংগ্ৰেছত…
Business দুলীয়াজানত ভয়ংকৰ ঘটনা September 5, 2024 Dipshikha দুলীয়াজানৰ ৰাজপথত অঘটন। দাওদাওকৈ জ্বলি উঠিল এখন চলন্ত বাহন। দুলীয়াজান মহাবিদ্যালয়ৰ সন্মুখতে এই ঘটনা। অসম গেছ কোম্পানীৰ অগ্নিনিৰ্বাপক গাড়ীৰে জুই নিৰ্বাপণ। কথমপি প্ৰাণ ৰক্ষা বাহনখনৰ চালকজনৰ। জানিব পৰা মতে চালকজন…
Business লাভলীনাক অভিনন্দন মুখ্যমন্ত্ৰীৰ September 4, 2024 Dipshikha পেৰিছ অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইক মঙলবাৰে অভিনন্দন জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ২০২০ চনৰ টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে ভোগেশ্বৰ বৰুৱাৰ…
Business কলকাতা কাণ্ডৰ নতুন মোৰ September 4, 2024 Dipshikha দেশ জোকাৰি যোৱা আৰ জি কৰ কাণ্ডৰ নতুন মোৰ। অৱশেষত আৰ জি কাৰ হাস্পতালৰ দুৰ্নীতিৰ গোচৰত চিকিৎসালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিলে চি বি আইয়ে। সন্ধিয়া ছল্ট লেকৰ চি…
Business নিৰাপত্তা বাহিনীৰ সফলতা September 3, 2024 Dipshikha অশান্তজৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। মঙলবাৰে কাংপকপি জিলাৰ দুটা স্থানত অভিযান চলাই এখন ড্ৰোণসহ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে। অভিযানৰ সময়ত খাইৰাম ভাইফেই…
Business ৰাজস্থানত ভয়ংকৰ দুর্ঘটনা September 3, 2024 Dipshikha ৰাজস্থানৰ বাড়মেৰত সোমবাৰে নিশা সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান মিগ-২৯ কাৱাছৰ সমীপত যান্ত্ৰিক বিজুতিৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। যুঁজাৰু বিমান দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে নাগাণা আৰক্ষী…
Business গুজৰাটত বানৰ তাণ্ডৱ August 29, 2024 Dipshikha গুজৰাটত বানৰ তাণ্ডৱ! ২৬জন লোকৰ মৃত্যু, ১১খন জিলাত ৰেড এলাৰ্ট।গুজৰাটত বৰষুণ আৰু বানপানীৰ ফলত বিগত ৩ দিনত প্ৰায় ২৬জন লোকৰ মৃত্যু হৈছে। ২৪খন নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। বহুতো এলেকা…