Author: Dipshikha

পুনৰ প্ৰচণ্ড গৰম

জুন-জুলাই নহয়, এইবাৰ মাৰ্চৰ আৰম্ভণিতেই প্ৰচণ্ড গৰমে দহিছে দিল্লীবাসীক । দেশৰ ৰাজধানী চহৰখনত বৃহস্পতিবাৰৰ দিনটো চলিত ঋতুৰ আটাইতকৈ উষ্ণ দিন হিচাপে ৰেকৰ্ড কৰা হৈছে । দিনটোত প্ৰখৰ ৰ’দৰ মাজতেই সৰ্বোচ্চ…

পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে কৰে পদত্যাগ

সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে কৰে পদত্যাগ ।বৃহস্পতিবাৰে ৰাজ্যপালগৰাকীয়ে পদত্যাগৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, ২০২২ চনৰ ১৭ নৱেম্বৰৰ পৰা চি ভি…

কাঠফুলাৰ উপকাৰীতাৰ বিষয়ে জানেনে

কাঠফুলা (Mushroom) এবিধ অত্যন্ত পুষ্টিকৰ আৰু উপকাৰী ভেঁকুৰজাতীয় খাদ্য, যি ভিটামিন (B-complex), খনিজ পদাৰ্থ (পটাছিয়াম, চেলেনিয়াম, জিংক), আৰু ফাইবাৰৰ সমৃদ্ধ উৎস। ই কেন্সাৰৰ আশংকা কমায়, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, তেজৰ…

মধ্যপ্ৰাচ্যত অব্যাহত যুদ্ধ

মধ্যপ্ৰাচ্যত ষষ্ঠ দিনৰ বাবে বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে ইৰাণে বৃহস্পতিবাৰে পুৱা ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ৷ ইফালে আমেৰিকাৰ এখন ছাবমেৰিনে ইৰাণৰ এখন যুদ্ধজাহাজ ধ্বংস কৰাৰ বিপৰীতে ইৰাণে সমগ্ৰ…

ফুলকবিৰ উপকাৰী গুণৰ বিষয়ে জানেনে

ফুলকবিৰ উপকাৰীতা ফুলকবি এবিধ অতি পুষ্টিকৰ শীতকালীন পাচলি, যি ভিটামিন, খনিজ আৰু এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ । ই কেন্সাৰ প্ৰতিৰোধ, হাওঁফাওঁ সুস্থ ৰখা আৰু ওজন হ্ৰাস কৰাত সহায় কৰে । লগতে, ই…

বিপদত আমেৰিকা

আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মানৱ সম্পদৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতিৰ উপৰিও দেশখনে যথেষ্ট অৰ্থনৈতিক ব্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।মধ্যপ্ৰাচ্যত ষষ্ঠ দিনটোতো বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে ইৰানে পুৱা…

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।অসমৰ দুখন আসনৰ বাবে ঘোষণা প্ৰাৰ্থীৰ নাম।তেৰছ গোৱালা আৰু যোগেন মহনক প্ৰাৰ্থিত্ব প্ৰদান।বিহাৰ, ছত্তিশগড়, হাৰিয়ানাৰ প্ৰাৰ্থীৰ নামো ঘোষণা।বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনকো প্ৰাৰ্থিত্ব প্ৰদান।বিহাৰৰ…

মামাৰ মহানুভৱতা

বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ সোমাবাৰে আছিল তৃতীয় দিন । গহপুৰৰ পৰা লখিমপুৰলৈ যাত্ৰা কৰাৰ সময়ত সমদলটোক নেতৃত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ভোটাৰ তথা দলীয় সমৰ্থকৰ সৈতে…

ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল

ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল।দলটোত আছে দুলীয়াজান, ডিব্ৰুগড়, লখিমপুৰৰ পৰ্যটক।যুদ্ধৰ পৰিপ্ৰেক্ষিতত ডুবাইত আৱদ্ধ হৈ পৰিছে দলটো।বুৰ্জ খলিফা দৰ্শনৰ সময়তে ডুবাইত মিছাইল আক্ৰমণ ইৰানৰ।সৌভাগ্যক্ৰমে ক্ষয়-ক্ষতি হোৱা নাই অসমৰ দলটোৰ।

আমেৰিকাৰ ওপৰত আক্ৰমণ ইৰাণৰ

আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। চৌদি আৰৱৰ ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰানে চলাইছে আক্ৰমণ। দুখন ড্ৰ’নেৰে এই আক্ৰমণ সংঘটিত কৰাৰ লগতে দূতাবাসত…