Author: Dipshikha

মধ্য প্রাচ্যৰ যুদ্ধত ভাৰতীয়ৰ মৃত্যু

মধ্য প্রাচ্যৰ যুদ্ধত ভাৰতীয়ৰ মৃত্যু।ওমানত ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ।মস্কটৰ তৈলখাদত কৰ্মৰত আছিল ভাৰতীয়জন।তেল পৰিবাহী জাহাজৰ নাবিকৰূপে কৰ্মৰত আছিল।আক্রমণত চূর্ণ-বিচূর্ণ MKD VYOM নামৰ জাহাজখন।

পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা

ইৰাণৰ বিভিন্ন ঠাইত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা ৷ শনিবাৰে ডুবাইৰ পামছ জুমেইৰা অঞ্চলত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ ইয়াৰ পিছতে অতি তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত…

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ভাৰতৰ ভিন্ন প্ৰান্ত শোক

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ভাৰতৰ ভিন্ন প্ৰান্ত শোক দেখিবলৈ পোৱা গৈছে। আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰৰ নিশ্চয়তা অহাৰ লগে লগে দিল্লীত থকা ইৰাণৰ…

শিলিখাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

শিলিখা (Haritaki) আয়ুৰ্বেদত এক মহৌষধি হিচাপে পৰিচিতযিয়ে হজমী শক্তি বৃদ্ধিকোষ্ঠকাঠিন্য দূৰৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাশন কৰাত সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন C আৰু এণ্টিঅক্সিডেন্ট…

পুনৰ ভয়ংকৰ ভূমিকম্প

শুকুৰবাৰে দিনৰ ১ বাজি ২২ মিনিটত কলকাতা আৰু ইয়াৰ আশে-পাশে থকা এলেকাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷ এই ভূকম্পন ৫২ ছেকেণ্ড সময় ধৰি অনুভূত হয় ।ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য…

দিল্লীৰ পৰা আহিল ডাঙৰ খবৰ

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বাবে এক ডাঙৰ খবৰ । দিল্লী আবকাৰী নীতি অৰ্থাৎ সুৰা কেলেংকাৰী গোচৰৰ পৰা দুয়োকে সসন্মানে মুকলি কৰি…

প্ৰতীক্ষাৰ অন্ত পৰিল

প্ৰতীক্ষাৰ অন্ত পৰিল। দক্ষিণ ভাৰতীয় ছবি জগতৰ আটাইতকৈ চৰ্চিত যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা। অৱশেষত আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হ’ল এই জনপ্ৰিয় যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা।উল্লেখ্য যে –…

তিলৰ উপকাৰীতা

তিল আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। তিল, বিশেষকৈ ক’লা তিল, প্ৰটিন, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম আৰু এণ্টিঅক্সিডেণ্টৰ এক অন্যতম উৎস, যি শীতকালত শৰীৰ গৰম কৰি ৰখাত, হাড় মজবুত কৰাত, হৃদযন্ত্ৰৰ স্বাস্থ্য…

সৰ্বত্ৰে চৰ্চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সৰ্বত্ৰে চৰ্চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দেশৰ লগতে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়েও তেওঁক বহু সন্মান কৰে ৷ বৰ্তমান সময়ত মোদীৰ সুনাম বহু দূৰলৈকে চৰ্চিত হৈ আছে ৷শেহতীয়াকৈ দেখা গৈছে যে…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ

২৬ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰা বাবু আঁচনিৰ শুভাৰম্ভণি তথা ধন মুকলিৰ কথা কৰিলে ঘোষণা।উল্লেখ্য যে, এই ঘোষণা…