Author: Business Bureau

চেমচাঙে অধিক ফ্লেগশ্বিপ ডিভাইচত গ্যালাক্সি এআই ৰ’ল আউট ঘোষণা কৰিছে

দেশৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড চেমচাঙে মোবাইল এআইৰ সাৰ্বজনীনকৰণ বা বহুল ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা গেলেক্সি এআই সুবিধাসমূহ অধিক আৰু বিস্তৃত গেলেক্সি ফ্লেগশ্বিপ ডিভাইচত আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। আজিৰে…

ছাব-চাহাৰা আফ্ৰিকাত এক দক্ষতা পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰিবলৈ এনএছডিচিআইয়ে ছাছাছনেটৰ সৈতে সহযোগিতা কৰে

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেচন(এনএছডিচি)ৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান এনএছডিচি ইণ্টাৰনেচনেলে সমগ্ৰ চাহাৰা আফ্ৰিকা উপমহাদেশীয় দেশসমূহত দক্ষতা পৰিৱেশ তন্ত্ৰৰ বিকাশ-সম্প্ৰসাৰণৰ বাবে ছাব-চাহাৰান আফ্ৰিকান স্কিলছ এণ্ড এপ্ৰেণ্টিছশ্বিপ ষ্টেকহোল্ডাৰ্ছ নেটৱৰ্ক(ছাছাছনেট)ৰ সৈতে বুজাবুজিৰ চুক্তিত…

নিছানে নতুন ব্যৱসায়িক পৰিকল্পনা ‘দ্য আৰ্ক’ প্ৰৱৰ্তন কৰিছে

নিছান মটৰ কোম্পানী লিমিটেডে প্ৰতিযোগিতামূলক বজাৰত নিজৰ গুৰুত্ব বৃদ্ধি আৰু সেৱা উন্নীত কৰাৰ লক্ষ্যৰে নতুন ব্যৱসায়িক পৰিকল্পনা আৰ্ক মুকলি কৰিছে। এই পদক্ষেপৰ অধীনত এক বিস্তাৰিত সামগ্ৰীৰ সুবিধা, বৰ্ধিত বৈদ্যুতিকৰণ সুযোগ,…

হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ টিপিইএমৰ

ভাৰতৰ বৈদ্যুতিক বাহন বিপ্লৱৰ বাবে পৰিচিত প্ৰতিষ্ঠান টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডে (টিপিইএম) হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড(এইচপিচিএল)ৰ সৈতে সমগ্ৰ দেশজুৰি ৰাজহুৱা চাৰ্জিং ষ্টেচন স্থাপনত সহযোগিতা কৰিবলৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।…

ভুৱা বাতৰি কাৰখানাবোৰৰ শৰীৰতন্ত্ৰ: তেওঁলোকে ব্ৰেণ্ডবোৰৰ ক্ষতি কৰা টো প্ৰকাশ কৰা

আজিৰ ডিজিটেল যুগত ভুৱা তথ্য বা উৰাবাতৰিয়ে সাধাৰণ লোক, একো একোটা প্ৰতিষ্ঠান আৰু ব্ৰেণ্ড তথা উদ্যোগলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে। ভুৱা খবৰে ছ’চিয়েল মিডিয়া, মচলাধৰ্মী শিৰোনাম আৰু ভাইৰেল কণ্টেণ্টে যথেষ্ট…

ফেডাৰেল বেংকে উত্তৰ-পূবত পাঁচটা নতুন শাখা স্থাপন কৰিছে

দেশৰ আগশাৰীৰ বেংকিং প্ৰতিষ্ঠান ফেডাৰেল বেংকে আজি উত্তৰ-পূবত ৫টা নতুন শাখা মুকলি কৰি গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। কৌশলগত স্থানত অৱস্থিত বিজয়নগৰ (অসম), ধৰ্মনগৰ (ত্ৰিপুৰা), কৰিমগঞ্জ (অসম), কোলাচিব (মিজোৰাম) আৰু নাহৰলগুন…

গ্ৰেণ্ড শ্বপচি মেলাৰ চতুৰ্থ সংস্কৰণত নতুন গ্ৰাহক আৰু বিক্ৰেতাৰ বৃদ্ধি দুগুণ বৃদ্ধি পাইছে

ভাৰতৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হাইপাৰভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টৰ শ্বপচিয়ে ১২ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ আয়োজন কৰা শ্বপচি মেলাৰ চতুৰ্থ সংস্কৰণৰ সামৰণি পৰিছে, এই সময়ছোৱাত গ্ৰাহকৰ বাবে সুলভ মূল্যত আগবঢ়োৱা হয় বিভিন্ন…

ভিআইয়ে চূড়ান্ত মনোৰঞ্জন এপ, ভি মুভিজ আৰু টিভি উন্মোচন কৰে

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে প্ৰৱৰ্তন কৰে আল্টিমেট মনোৰঞ্জন এপ, ভিআই মুভিজ এণ্ড টিভি, যি হৈছে ভিআইৰ সকলো গ্ৰাহকৰ বাবে ৱান ষ্টপ মনোৰঞ্জনৰ গন্তব্যস্থান। ভিআই মুভিজ এণ্ড টিভিৰ সম্পূৰ্ণ নতুন…

আপষ্টক্সে অৱগত বিনিয়োগ ৰক্ষা কৰিবলৈ ‘কাট দ্য কিট কিট’ উদ্যোগ আৰম্ভ কৰিছে

প্ৰতিযোগিতামূলক বজাৰ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ ভিৰৰ মাজত খুচুৰা বিনিয়োগকাৰীক সঠিক বিনিয়োগৰ সিদ্ধান্ত লোৱাত সহায় কৰাৰ লক্ষ্যৰে আপষ্টক্সে ‘কাট দ্য কিট কিট, গেট ইন দ্য মাৰ্কেট’ শীৰ্ষক এক অভিনৱ অভিযান আৰম্ভ…

চেমচাঙে ভাৰতত মধ্য-প্ৰিমিয়াম শাখাক শক্তিশালী কৰিবলৈ গ্যালাক্সি এ55 5জি আৰু গ্যালাক্সি এ35 প্ৰৱৰ্তন কৰিছে

দেশৰ সৰ্ববৃহৎ কনজিউমাৰ ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে অভিনৱ উদ্ভাৱনৰ জৰিয়তে গেলেক্সি এ৫৫ ৫জি আৰু গেলেক্সি এ৩৫ ৫জি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। নতুন এ ছিৰিজৰ ডিভাইচসমূহত গৰিলা গ্লাছ ভিক্টাছ+ সুৰক্ষা, এআইৰ…