Business নিছান মটৰ ইণ্ডিয়াই বানপীড়িত গ্ৰাহকসকলক সহায় আগবঢ়াইছে September 10, 2024 Business Bureau ভাৰতৰ বিভিন্ন অঞ্চলত দীৰ্ঘম্যাদী বানপানীৰ পৰিপ্ৰেক্ষিতত নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এনএমআইপিএল) বানৰ ফলত ক্ষতিগ্ৰস্ত গ্ৰাহকসকলৰ বাবে ব্যাপক সমৰ্থন ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰিছে। নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত…
Business ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ৬০ জনীয়া দলটো ফ্ৰান্সৰ লিয়নত উপস্থিত হৈছেগৈ September 10, 2024 Business Bureau প্ৰথিতযশা ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ৬০ জনীয়া দলটো ফ্ৰান্সৰ লিয়নত উপস্থিত হৈছেগৈ। এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ ইতিহাসত সৰ্বাধিক প্ৰতিযোগীয়ে এইবাৰ অংশগ্ৰহণ কৰিছে, এইসকল প্ৰতিযোগীয়ে ৭০খনতকৈও অধিক দেশৰ অংশগ্ৰহণকাৰীৰ বিৰুদ্ধে…
Business এমএচডিইয়ে ‘চুইগি স্কিলছ’ উদ্যোগ আৰম্ভ কৰিবলৈ চুইগিৰ সৈতে এক কৌশলগত অংশীদাৰীত্বত প্ৰৱেশ কৰিছে September 10, 2024 Business Bureau দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)-এ খাদ্য বিতৰণ আৰু দ্ৰুত বাণিজ্য খণ্ডত শ্ৰমিকসকলৰ দক্ষতা আৰু নিয়োগযোগ্যতা উন্নত কৰাৰ লক্ষ্যৰে ‘চুইগী স্কিলছ’ পদক্ষেপৰ শুভাৰম্ভণি কৰিবলৈ চুইগীৰ সৈতে এক কৌশলগত অংশীদাৰিত্বত উপনীত হৈছে।…
Business এনএছই ষাঁড়গৰুৰ মূৰ্তি উদ্বোধন কৰাৰ লগতে “১.৪ বিলিয়ন স্বপ্নক সবলীকৰণৰ যাত্ৰা” শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে September 10, 2024 Business Bureau মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি এনএছইৰ মুখ্য কাৰ্যালয়ত ঐতিহ্যমণ্ডিত এনএছই ষাঁড়গৰু(বুল)ৰ মূৰ্তি উদ্বোধন কৰাৰ লগতে “১.৪ বিলিয়ন স্বপ্নক সবলীকৰণৰ যাত্ৰা” শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে। শক্তি আৰু স্থিতিস্থাপকতাৰ প্ৰতীক এই…
Business ছিৰিজ ই ফাণ্ডিঙৰ বাবে ২০০ মিলিয়ন ডলাৰ সংগ্ৰহ ৰেপিডোৰ September 9, 2024 Business Bureau দেশৰ আগশাৰীৰ ৰাইড-শ্বেয়াৰিং প্লেটফৰ্ম ৰেপিডোৱে শেহতীয়া ছিৰিজ ই ফাণ্ডিং ৰাউণ্ডত ২০০ মিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে, যা লৰ মূল্য ১.১ বিলিয়ন ডলাৰৰ অধিক হৈছেগৈ। ৱেষ্টব্ৰিজ কেপিটেলে সহযোগিতা আগবঢ়োৱা এই ৰাউণ্ডত বৰ্তমানৰ…
Business ৭ ছেপ্টেম্বৰত আগৰতলা টাউন হলত ভূপেন-জয়ন্তীৰ আয়োজন কৰা হ’ব September 6, 2024 Business Bureau ত্ৰিপুৰা চৰকাৰৰ সম্পূৰ্ণ সহযোগত অসমৰ সামাজিক সংগঠন ব্যতিক্ৰম মাছডোৰ উদ্যোগত শনিবাৰে সন্ধিয়া ৫ বজাৰ পৰা আগৰতলা টাউন হলত অনুষ্ঠিত হ’ব ‘ভূপেন জয়ন্তী’। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আগৰতলালৈ আহিছে ‘ভাৰতৰত্ন’ ড°…
Business ভাৰতৰ বৰ্ধিত প্ৰাক-ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত সক্ৰিয় আহাৰপৰিৱৰ্তন গুৰুত্বপূৰ্ণ: বিশেষজ্ঞৰ অন্তৰ্দৃষ্টি September 6, 2024 Business Bureau ভাৰতত প্ৰাক-ডায়েবেটিছ ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, আজিৰ তাৰিখত আনুমানিক ১৩৬ মিলিয়ন লোক প্ৰাক-ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে স্বাস্থ্যসেৱা বিশেষজ্ঞসকলে খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে আগতীয়াকৈ পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ…
Business জাৱা ৩৫০ আলফা২ ইঞ্জিনৰ সৈতে বোল্ড ৪২ এফজে মুকলি কৰে September 6, 2024 Business Bureau জাৱা য়েজদি মটৰচাইকেলে নিজৰ জনপ্ৰিয় ‘৪২ লাইফ’ ছিৰিজৰ শেহতীয়া সংযোজন ৩৫০ জাৱা ৪২ এফ জে আনুষ্ঠানিকভাৱে গ্ৰাহকৰ বাবে মুকলি কৰিছে, যাৰ মূল্য হৈছে ১,৯৯,১৪২ টকা (এক্স-শ্ব’ৰুম দিল্লী)। প্ৰতিষ্ঠাপক ফ্ৰাণ্টিচেক জেনেচেকৰ…
Business ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ভাৰতৰ অগ্ৰণী বীমা পলিচীসমূহ ব্ৰেইলিত আৰম্ভ কৰিছে September 6, 2024 Business Bureau ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ভাৰতৰ অগ্ৰণী বীমা পলিচীসমূহ ব্ৰেইলিত আৰম্ভ কৰিছে, যিয়ে দৃষ্টিহীন লোকসকলৰ বাবে বীমা খণ্ডত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। নতুন “স্পেচিয়েল কেয়াৰ…
Business ফ্ৰান্সৰ ৱৰ্ল্ডস্কিলছ লিয়’নত ৭০ খন দেশৰ বিৰুদ্ধে ৬০ জন ভাৰতীয় যুৱকে প্ৰতিনিধিত্ব কৰে September 6, 2024 Business Bureau ফ্ৰান্সৰ ঐতিহাসিক চহৰ লিয়নত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত ৬০ জন যুৱ প্ৰতিভাই ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে, এই শুভ ক্ষণত মেগা প্ৰতিযোগিতাখনৰ জৰিয়তে ভাৰতে বিশ্ব মঞ্চত উল্লেখযোগ্য স্থান…