Assam ৰহাৰ টোলগে’টত ব্যক্তিগত বাহনৰ মাচুল ৰেহাই; স্থানীয় ৰাইজৰ বাবে টোলপাছৰ ব্যৱস্থা September 3, 2026 Paromita ৰহাৰ টোলগে’টত এতিয়া আৰু স্থানীয় বাসিন্দাই দিব নালাগে টোল কৰ। স্থানীয় ৰাইজৰ ধাৰাবাহিক দাবীৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ আৰ্হিতেই…
Business ৯,০০০ টোপোলাৰ সৈতে অসম, নাগালেণ্ড আৰু ওড়িশাত বান সাহায্য ক্ষিপ্ৰতৰ কৰি তুলিছে নেছলে ইণ্ডিয়াই September 3, 2026 Business Bureau নেছলে ইণ্ডিয়াই অসম, নাগালেণ্ড আৰু ওড়িশাৰ বানপীড়িত লোকলৈ সহায়ৰ হাত আগবঢ়াইছে আৰু অসুৰক্ষিত বা বিপৰ্যস্ত পৰিয়ালসমূহক জৰুৰী সামগ্ৰী যোগান ধৰিবলৈ স্থানীয় প্ৰশাসনৰ সৈতে কাম কৰিছে।উজনি অসমৰ যোৰহাট আৰু শিৱসাগৰৰ জিলা…
Assam এচিএ ষ্টেডিয়াম-গুৱাহাটীত ভাৰত-ৱেষ্ট ইণ্ডিজ এদিনীয়াৰ টিকট বিক্ৰী ৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ September 2, 2026 Tarali অসম ক্ৰিকেট সন্থা (এচিএ)য়ে বুধবাৰে ঘোষণা কৰে যে ৩০ ছেপ্টেম্বৰত এচিএ ষ্টেডিয়াম, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন এদিনীয়া মেচৰ টিকট বিক্ৰী ৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব।…
Assam এলজিবিআই বিমানবন্দৰত ৫৭০ মিটাৰ প্ৰিচিচন এপ্ৰ’চ লাইটিং চিষ্টেমৰে অৱতৰণ সুৰক্ষা বৃদ্ধি September 2, 2026 Tarali গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় (এলজিবিআই) বিমানবন্দৰে নতুন ৫৭০ মিটাৰ প্ৰিচিচন এপ্ৰ’চ লাইটিং চিষ্টেম (পিএএলএছ) কাৰ্যক্ষম কৰিছে, যিয়ে ইয়াৰ এপ্ৰ’চ আৰু অৱতৰণ আন্তঃগাঁথনিত উল্লেখযোগ্য উন্নতি সাধন কৰিছে। উন্নত ব্যৱস্থাটোৱে ৰাণৱেৰ…
Business দ্ৰুতগতিত বৃদ্ধি পোৱা ডাটা চেণ্টাৰ সুৰক্ষা বজাৰৰ পৰা ৫০ কোটি টকা আহৰণৰ লক্ষ্য গড্ৰেজৰ September 2, 2026 Business Bureau গড্ৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপে জেনেটিক প্লেটফৰ্ম একত্ৰীকৰণৰ সৈতে নিজৰ সংহত কী মেনেজমেণ্ট ব্যৱস্থা স্থাপনৰ বাবে য়োট্টা আৰু এনটিটি ডাটা চেণ্টাৰৰ পৰা এটা গুৰুত্বপূৰ্ণ দায়িত্ব লাভৰ পিছত ভাৰতৰ দ্ৰুতগতিত বৰ্ধিত ডিজিটেল আন্তঃগাঁথনি…
Assam ডিব্ৰুগড় আদালতৰ ঐতিহাসিক ৰায়ঃ পৃথক হত্যাকাণ্ডৰ গোচৰত ৫ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি September 2, 2026 Paromita আইনী ইতিহাসত এক বিৰল দৃষ্টান্ত স্থাপন কৰি ডিব্ৰুগড়ৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে পৃথকে পৃথকে পাঁচজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে। জিলাখনত একেদিনাই একেলগে পাঁচজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ…
Assam চৰম আৰ্থিক সংকটৰ কৰুণ পৰিণতি! কুঠাৰেৰে ঘপিয়াই পত্নীসহ তিনি সন্তানক হত্যা বিদ্যালয় শিক্ষকৰ September 2, 2026 Paromita চৰম আৰ্থিক অনাটনে নমাই আনিলে এক ভয়ংকৰ আৰু হৃদয়বিদাৰক বিপৰ্যয়। ধেমাজি জিলাৰ জোনাইৰ তেলেমত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নিজ বাসগৃহৰ ভিতৰতে কুঠাৰেৰে ঘপিয়াই পত্নীসহ তিনিটি নিষ্পাপ সন্তানক হত্যা কৰে…
Assam বিৰিয়ানী খোৱাৰ বাবে শাস্তি! বিদ্যালয়ৰ তিনিমহলীয়া ভৱনৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত একাদশ শ্ৰেণীৰ ছাত্ৰীৰ September 2, 2026 Paromita বিৰিয়ানী খোৱাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই বিহা শাস্তিত মানসিকভাৱে ভাগি পৰি চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী ছাত্ৰীয়ে। বিদ্যালয়ৰে অট্টালিকাৰ ছাদৰ পৰা তললৈ জঁপিয়াই আত্মহনন কৰে একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে। হাৰিয়ানাৰ ফৰিদাবাদৰ ডাবুৱা…
Business ২০ সংখ্যক সংস্কৰণৰ জৰিয়তে জয়পুৰ সাহিত্য মহোৎসৱৰ সম্প্ৰসাৰিত সাংস্কৃতিক আৰু প্ৰকাশন পদক্ষেপৰ প্ৰয়াস September 2, 2026 Business Bureau জয়পুৰ সাহিত্য মহোৎসৱ(জেএলএফ)-এ ২০২৭ চনৰ জানুৱাৰী মাহত ২০ সংখ্যক সংস্কৰণ উদযাপন কৰিব। এই উদযাপনৰ জৰিয়তে দুটা দশক জুৰি চলি অহা সাহিত্যিক আদান-প্ৰদান, বহুভাষিক কাহিনী কথন আৰু গ্ৰন্থ, ধাৰণা তথা সমসাময়িক…
Assam মাদ্ৰাছা সম্প্ৰসাৰণৰ বাবে ভাঙি পেলোৱা হ’ল শতিকা পুৰণি হিন্দু মন্দিৰ! পাকিস্তানৰ পঞ্জাৱত উত্তেজনা September 2, 2026 Paromita মাদ্ৰাছা নিৰ্মাণৰ বাবে ভাগি পেলোৱা হ’ল শতিকা পুৰণি হিন্দু মন্দিৰ! পাকিস্তানত সংখ্যালঘুৰ ধৰ্মীয় স্থান সুৰক্ষাৰ দাবীৰ মাজতে পুনৰ পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। পঞ্জাৱ প্ৰদেশৰ নৰোৱাল জিলাৰ চিৰাজ গাঁৱত অৱস্থিত…