Month: September 2026

ভাৰতৰ প্ৰথমটো জিঅ’চিংক্ৰ’নাছ ইমেজিং উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ই অ’ এছ-০৫ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰি ভাৰতৰ মহাকাশ অন্বেষণ কাৰ্যসূচীত আন এক ডাঙৰ মাইলৰ খুঁটি স্থাপন…

মণিপুৰত কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ বাসগৃহৰ সমীপত বোমা বিস্ফোৰণ

মণিপুৰৰ য়াইৰিপকৰ বিষ্ণুনাহাত বৃহস্পতিবাৰে নিশা কংগ্ৰেছ বিধায়িনী দলৰ নেতা কে মেঘাচন্দ্ৰ সিঙৰ বাসগৃহৰ গে’টৰ সমীপত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এক প্ৰেছ বিবৃতি অনুসৰি, নিশা প্ৰায় ৮.১৫ বজাত…

ভগৱানৰ চমৎকাৰ!

ভগৱানৰ চমৎকাৰ!নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ কৰে ।মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিল সঞ্জয় সাহ আৰু কবীৰ মহৰ্জন।১০দিনৰ অন্তত সুৰংগৰ পৰা…

১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত

১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত। স্থানীয় বাসিন্দা আৰু সংখ্যালঘূ হিন্দু সম্প্ৰদায়ৰ দাবী, মাদ্ৰাছাৰ কাষত মাটিৰ প্ৰয়োজন হোৱাৰ বাবে মন্দিৰটো ভাঙি পেলোৱা হৈছে।ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই…

এআই অটোফ’কাচ আৰু ৩০এফপিএছ শ্বুটিং সামৰ্থ্য বিশিষ্ট ছনী আৰX১০ V ভাৰতত মুকলি

ছনী ইণ্ডিয়াই অল-ইন-ৱান কেমেৰাৰ আৰX১০ শৃংখলাৰ পঞ্চম প্ৰজন্মৰ মডেল আৰX১০ V মুকলি কৰিছে, যি দীৰ্ঘ-দূৰত্বৰ জুম, এআই-চালিত অটোফ’কাচ আৰু উচ্চ-গতিৰ শ্বুটিং সামৰ্থ্যৰ সংমিশ্ৰণেৰে ফটোগ্ৰাফী অনুৰাগীসকলক উদ্দেশ্যি মুকলি কৰিছে। কেমেৰাটোত প্ৰায়…

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি

পৰিৱেশ অনুকূল আৰু এক প্ৰদূষণমুক্ত বাতাবৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ত পহিলা ছেপ্টেম্বৰত চাৰিখন চাৰিচকীয়া ইলেকট্ৰিক বাহন মুকলি কৰা হয়।…

নেপালৰ বানত প্ৰাণৰক্ষাৰ অনন্য নিদৰ্শন; মাত্ৰ ৬ দিনত ১০০ টা সফল উদ্ধাৰ অভিযান চলাই চৰ্চাত প্ৰথম মহিলা মহিলা পাইলট প্ৰিয়া অধিকাৰী

ভয়ংকৰ বান আৰু ভূমিস্খলনত বিধ্বস্ত হৈ পৰা নেপালত যেন জীৱনদায়িনী দূত হৈ পৰিছে এগৰাকী মহিলা পাইলট। নেপালৰ প্ৰথমগৰাকী মহিলা হেলিকপ্টাৰ কেপ্তেইন প্ৰিয়া অধিকাৰীৰ দুঃসাহসিক উদ্ধাৰ অভিযানে এতিয়া বিশ্বজুৰি লাভ কৰিছে…

ৰাইজৰ দলৰ সৈতে সকলো ৰাজনৈতিক সম্পৰ্ক ছেদ কংগ্ৰেছৰ; অৱশেষত আনুষ্ঠানিকভাৱে ভংগ বিৰোধী মিত্ৰজোঁট

অৱশেষত আনুষ্ঠানিকভাৱে ভংগ হ’ল কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰজোঁট। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ঠিক প্ৰাকমুহূৰ্তত ৰাইজৰ দলৰ সৈতে মিত্ৰতা আনুষ্ঠানিকভাৱে ভংগ কৰাৰ কথা ঘোষণা কৰে কংগ্ৰেছে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে…

বকোৰ পহৰা চকীত সহকৰ্মীৰ এ কে-৪৭ৰ গুলীচালনা! ভাৰপ্ৰাপ্ত বিষয়াসহ দুজন আৰক্ষী জোৱান নিহত

নিশা কৰ্তব্যৰত অৱস্থাত আৰক্ষীৰ মাজতেই সংঘটিত গুলীচালনাত প্ৰাণ হেৰুৱালে দুজন আৰক্ষী জোৱানে। কামৰূপ জিলাৰ বকোস্থিত গামেৰীমূৰা আৰক্ষী পহৰা চকীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। সহকৰ্মী জোৱানৰ অতৰ্কিত আক্ৰমণত নিহত হোৱা…

ভাৰতীয় বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰুপ কেপ্তেইন অভিনন্দন বৰ্ধমানৰ; আৰম্ভ কৰিব নতুন ইনিংছ

ভাৰতীয় বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে ২০১৯ চনৰ বালাকোট আক্ৰমণৰ পৰৱৰ্তী আকাশী যুদ্ধত পাকিস্তানৰ যুদ্ধবিমান ভূপতিত কৰা গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্ধমানে। বায়ুসেনাত প্ৰায় ২২ বছৰীয়া সেৱা আগবঢ়োৱাৰ অন্তত এই…