ভগৱানৰ চমৎকাৰ!নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ কৰে ।মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিল সঞ্জয় সাহ আৰু কবীৰ মহৰ্জন।১০দিনৰ অন্তত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ ২শ্ৰমিকক।দিনে নিশাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে হাজাৰ হাজাৰ উদ্ধাৰকৰ্মীয়ে।নেপালৰ ৮ জিলাত বোকামাটি-পলস, ধ্বংসস্তুপৰ মাজত চলিছে অভিযান।ধ্বংসস্তুপৰ মাজত মৃতদেহৰ সন্ধান ভাৰতকে ধৰি অন্য দেশৰ উদ্ধাৰকাৰীৰ।ত্রিশূলীৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰৰ পাছতে উৎফুল্লিত উদ্ধাৰকাৰীৰ দল। Share this:FacebookX Related Post navigation ১০০ বছৰ পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগ উঠিছে পাকিস্তানত মণিপুৰত কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ বাসগৃহৰ সমীপত বোমা বিস্ফোৰণ