আশুতোষ ৰাংকা আৰু সৌৰভ দাসক নিষেধাজ্ঞা উলংঘা কৰি যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগত ১৩ অক্টোবৰত প্ৰথমে আটক আৰু পাছত গ্ৰেপ্তাৰ কৰা হয় ৷তেওঁলোকৰ ন্যায়িক জিম্মাৰ ম্যাদ সোমবাৰে সমাপ্ত হোৱাত মন্দিৰ মাৰ্গ থানাত নৱনিযুক্ত বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হৈছিল ৷ইয়াৰ পূৰ্বে সোমবাৰে মন্দিৰ মাৰ্গ থানাত নৱনিযুক্ত বিশেষ কাৰ্যবাহী দণ্ডাধীশে তেওঁলোকৰ ন্যায়িক জিম্মা আৰু দুদিনৰ বাবে বৃদ্ধি কৰে ৷ এতিয়া আৰক্ষীয়ে গোচৰটো অধিক তদন্তৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ আন্তঃৰাজ্যিক কোষ ইউনিটলৈ হস্তান্তৰ কৰিছে । Share this:FacebookX Related Post navigation পেৰিছ শীঘ্ৰেই এখন মুছলিম চহৰলৈ ৰূপান্তৰিত হ’ব মাটিৰ নমুনা আনিবলৈ মংগল গ্ৰহলৈ উৰিল মহাকাশযান