Month: September 2026

CITES-ৰ নিয়ম মানি চলা, সংৰক্ষণ আৰু উদ্ধাৰৰ তদাৰকীৰ বাবে ভানতাৰাই স্বতন্ত্ৰ পৰিষদ গঠন কৰিলে

ভানতাৰাই শুকুৰবাৰে নৱগঠিত গভৰ্নিং কাউন্সিলৰ সম্পূৰ্ণ সদস্যৰ তালিকা ঘোষণা কৰে, যিয়ে সংস্থাটোৰ সংৰক্ষণ, প্ৰাণী উদ্ধাৰ, পুনৰ্বাসন আৰু নিয়ম মানি চলাৰ কাৰ্যকলাপ তদাৰকী কৰাৰ লগতে অহা পাঁচ বছৰ আৰু তাৰ পিছৰ…

অসমৰ পেৰা জুডোকাৰ উজ্জ্বল প্ৰদৰ্শন: হিমাক্ষী দেৱীয়ে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত সোণৰ পদক আৰু ‘শ্ৰেষ্ঠ জুডোকা’ বঁটা লাভ

দৃষ্টিহীন আৰু বিশেষভাৱে সক্ষম শিশুসকলক ক্ৰীড়াৰ মূলসুঁতিলৈ অনাৰ উদ্দেশ্যে অসম ব্লাইণ্ড এণ্ড পেৰা জুডো এছ’চিয়েচনে অসমত চতুৰ্থটো জুডো প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছে। নতুন কেন্দ্ৰটো নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছন ব্লাইণ্ড স্কুলত…

১৯৯৯ চনৰ পৰা গঁড়ৰ সংখ্যা ৬৮% বৃদ্ধি, বাসস্থান সংকুচিত: ESZ কৰ্তনৰ পূৰ্বে বহন ক্ষমতা অধ্যয়নৰ দাবী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ চাৰিওফালে থকা পৰিৱেশ সংবেদনশীল মণ্ডল (ESZ) মাত্ৰ এক কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক লৈ বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে। সংৰক্ষণবাদীসকলে যুক্তি দিয়ে যে এনে পদক্ষেপে…

বিগত ৫ বছৰত অসমত অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ চাৰিগুণ বৃদ্ধি; নতুন লক্ষ্য ৩৫ শতাংশ নিৰ্ধাৰণ

বিগত ৫ বছৰত অসমত অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ চাৰিগুণ বৃদ্ধি পাইছে। ৩ ছেপ্টেম্বৰত অনুষ্ঠিত আৰক্ষী অধীক্ষক সন্মিলনৰ অন্তত এই বৃহৎ সফলতাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০২১ চনত…

ৰাইজৰ দলক এৰি এআইইউডিএফৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰঃ নগাঁও উপ-নিৰ্বাচনক লৈ বিজেপিৰ গুৰুতৰ অভিযোগ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে গোপন বুজাবুজি গঢ়াৰ লক্ষ্যৰেই কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। বৃহস্পতিবাৰে…

নগাঁৱৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ তদন্ত দাবী সাংসদ ৰকিবুল হুছেইনৰ

প্ৰশাসনিক পদ ত্যাগ কৰি এতিয়া ৰাজনৈতিক ৰণাঙ্গণত নমাৰ যো-জা চলাইছে নগাঁৱৰ সদ্যপ্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাই। বিগত কিছুদিন ধৰি তেওঁৰ বিজেপিত যোগদানৰ চৰ্চাৰ মাজতে আয়ুক্তৰ পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ…

দিল্লীত ছাত্ৰ আন্দোলনত গুণ্ডাগিৰিৰ মুকলি স্বীকাৰোক্তি! মন্ত্ৰীৰ আশীৰ্বাদৰ দাবীৰ পাছতে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

দিল্লীৰ যন্তৰ-মন্তৰৰ ছাত্ৰ আন্দোলনৰ সময়ত আৰক্ষীৰ সৈতে প্ৰৱেশ কৰি ছাত্ৰৰ ওপৰত আক্ৰমণ চলাইছিল গুণ্ডাবাহিনীয়ে! শেহতীয়াকৈ এজন তথাকথিত ইনফ্লুৱেন্সাৰে কৰা অকপট স্বীকাৰোক্তিৰ পিছতে উন্মোচিত হৈছে ছাত্ৰ আন্দোলনৰ হিংসাত্মক ঘটনাৰ প্ৰকৃত ৰহস্য।…

ভুৱা ফেচবুক একাউণ্ট আৰু এআই ছবিৰে ব্লেকমেইল! ধুবুৰীত তিনি চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআই প্ৰযুক্তিৰ অপব্যৱহাৰেৰে এগৰাকী মহিলাক ব্লেকমেইল কৰি ধন দাবী কৰা এক ভয়ংকৰ চাইবাৰ চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। ভুৱা ফেচবুক একাউণ্ট খুলি মহিলাগৰাকীক প্ৰতাৰণা কৰা…

আজাৰাত অভিৰুচি ক্ৰীড়া দিৱস পালন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা আঞ্চলিক ক্রীড়া সন্থাৰ উদ্যোগত অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজাৰা সভাঘৰ প্ৰাংগণত আজি ৪৩ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। পুৱা পতাকা উত্তোলনৰে…

বৈভৱ সূৰ্যবংশীক লৈ বিচিচিআইৰ নতুন পৰিকল্পনা

ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ডৰ শেহতীয়া উচ্চস্তৰীয় সমীক্ষা বৈঠকৰ অন্তত ব’ৰ্ডৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই উদীয়মান তাৰকা ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীক লৈ বিচিচিআইৰ ভৱিষ্যত পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছে। অভিলেখ সৃষ্টিকাৰী ক্ৰিকেটাৰ বৈভৱ…