Assam ৰাহুল গান্ধীয়ে জনতাৰ আস্থা হেৰুৱাইছেঃ প্ৰাক্তন কংগ্ৰেছী আৰু বৰ্তমানৰ বিজেপি বিধায়ক ভূপেন বৰাৰ মন্তব্য May 22, 2026 Paromita লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা শেহতীয়া মন্তব্যক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ। এই প্ৰসংগত শুকুৰবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ নেতাজনক কঠোৰ ভাষাৰে…
Assam দিল্লী সংঘৰ্ষ গোচৰ; উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ May 22, 2026 Paromita ২০২০ চনৰ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষ গোচৰত অভিযুক্ত উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন শুকুৰবাৰে এক বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ কৰে উচ্চতম ন্যায়ালয়ে। সন্ত্ৰাসবাদ বিৰোধী আইন ‘ইউএপিএ’ৰ অধীনত গ্ৰেপ্তাৰ হোৱা জে…
Assam এচি এছ বিষয়াৰ ঘৰত টকাৰ উজান May 22, 2026 Paromita মাটি ক্ৰয়ৰ আপত্তিবিহীন প্ৰমাণপত্ৰৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ উচ্চ পদস্থ চৰকাৰী বিষয়া লাচিত কুমাৰ দাস। গুৱাহাটীৰ ৰূপনগৰস্থিত ভূমিলেখ্য সঞ্চালকালয়ৰ অতিৰিক্ত ভূমিলেখ্য অধিকর্তা হিচাপে কৰ্মৰত এইগৰাকী দুর্নীতিপৰায়ণ বিষয়াই এগৰাকী আবেদনকাৰীৰ পৰা…
Assam মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ May 22, 2026 Paromita অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্র সন্থা (আছু)ৰ ৰাজ্যজুৰি প্ৰতিবাদ । আছুৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো মূল্যবৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত আহে । এই প্ৰতিবাদত প্ৰায়…
Assam ঈদত গো-বধৰ চৰকাৰী বাধা অস্বীকাৰ; কোৰবানী কৰাৰ মুকলি হুংকাৰ বিধায়ক হুমায়ুন কবিৰৰ May 22, 2026 Paromita গৰু কোৰবানী দিয়া হ’বই আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি গ্ৰহণ কৰা নহ’ব। – আগন্তুক ঈদৰ পূৰ্বে পশ্চিমবংগ চৰকাৰে জাৰি কৰা পশুবধ সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনাক পোনপটীয়াভাৱে প্ৰত্যাহ্বান জনাই বৃহস্পতিবাৰে এই…
Assam মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত বাঘৰ সন্ত্ৰাস; কেন্দু পাত সংগ্ৰহ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ৪ গৰাকী মহিলাই May 22, 2026 Paromita অৰণ্যৰ মাজত কেন্দু পাত সংগ্ৰহ কৰিবলৈ গৈ বাঘৰ আক্ৰমণত একেলগে প্ৰাণ হেৰুৱাবলগীয়া হ’ল চাৰিগৰাকী মহিলাই। মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ চিন্দেৱাহী তহচিলৰ অন্তৰ্গত গুঞ্জেবাহী বন এলেকাত শুকুৰবাৰে পুৱাই সংঘটিত এই ঘটনাই এতিয়া…
Business স্কোডা অটো ইণ্ডিয়াই নতুন সমৃদ্ধ ক’ডিয়াক ৪x৪ৰ সৈতে বিলাসীতাক পুনৰ সংজ্ঞায়িত কৰিছে May 22, 2026 Business Bureau স্কোডা অটো ইণ্ডিয়াই ২০২৬ৰ বাবে নিজৰ ধ্বজাবাহী কডিয়াক বিলাসী ৪x৪ এছইউভি বাহনখন নতুন প্ৰযুক্তি, উন্নত প্ৰিমিয়াম বৈশিষ্ট্য আৰু বিভিন্ন গ্ৰাহক শিতানক লক্ষ্য কৰি বিস্তৃত ভেৰিয়েণ্ট বিকল্পৰে সতেজ ৰূপত নতুনকৈ মুকলি…
Business বৰ্ধিত প্লাণ্টাৰ ফেচিয়াটিছৰ ৰোগৰ ওপৰত আলোকপাত মেদান্তাৰ May 22, 2026 Business Bureau মেদান্তা দ্য মেডিচিটীৰ চিকিৎসকে প্লাণ্টাৰ ফেচিয়াটিছ ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰি সকীয়াই দিছে যে, পুনৰাবৃত্তিমূলক গোৰোহাৰ বিষক আওকাণ কৰিলে দীৰ্ঘম্যাদী গতিশীলতাৰ সমস্যা আৰু দীৰ্ঘদিনীয়া অস্বস্তিৰ সৃষ্টি হ’ব পাৰে।…
Business মুকলি হ’ল নমনীয় আন্তঃৰাষ্ট্ৰীয় ৰোমিং পৰিকল্পনা ভি-ৰ গ্ৰীষ্মকালীন ভ্রমণকাৰীসকলৰ বাবে সুযোগ May 22, 2026 Business Bureau ভি-এ পোষ্টপেইড গ্ৰাহকৰ বাবে নমনীয় আন্তঃৰাষ্ট্ৰীয় ৰোমিং (আই আৰ) পৰিকল্পনাৰ নতুন পৰিসৰ আগবঢ়াইছে, গ্ৰীষ্মকালত বিদেশ ভ্ৰমণকাৰীসকলৰ বাবে অধিক সুবিধা আৰু নমনীয়তা প্ৰদানৰ লক্ষ্যৰে সতেজ ৭ দিন, ১৪ দিন আৰু ২১…
Business বিহাৰত যোগাযোগ ব্যৱস্থা শক্তিশালীকৰণ; বিক্ৰমশিলা সেতুত সীমান্ত পথ সংস্থাৰ ১৭০ ফুট বেইলী ব্ৰীজ স্থাপন May 22, 2026 Sonakshi Sarkar বিহাৰৰ ভাগলপুৰ আৰু ইয়াৰ প্ৰতিৱেশী অঞ্চলসমূহৰ বাবে জীৱন ৰেখাস্বৰূপ বিক্ৰমশিলা সেতুৰ ওপৰত অৱশেষত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নিৰ্দেশত স্থাপন কৰা হ’ল ১৭০ ফুট দৈৰ্ঘ্যৰ এক সাময়িক বেইলী ব্ৰীজ। গংগা নদীৰ ওপৰত অৱস্থিত…