Business ৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AIUDFৰ March 10, 2026 Dipshikha ৰাজ্যৰ ৰাজনীতিৰ আন এক গুৰুত্বপূৰ্ণ দল হৈছে এ আই ইউ ডি এফ । বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে ৰাজ্যৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সেয়ে এই দলটোৰ ওপৰত সকলোৰে…
Sports ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ সন্মানৰে অভিলেখ ৰচিলে সঞ্জু চেমছনে March 10, 2026 Sonakshi Sarkar ভাৰতক তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অ’পেনাৰ সঞ্জু চেমছনে সদ্য সমাপ্ত প্ৰতিযোগিতাখনৰ ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট’ হৈ এক অনন্য অভিলেখ গঢ়ি তুলিছে। আইচিচি (আন্তঃৰাষ্ট্ৰীয়…
Business গুড়ৰ উপকাৰী গুণৰ বিষয়ে জানেনে March 10, 2026 Dipshikha গুড় স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, যি শৰীৰত আইৰন, মেগনেছিয়াম আৰু পটাছিয়ামৰ যোগান ধৰে। ই হজম শক্তি বৃদ্ধি কৰে, ৰক্তহীনতা দূৰ কৰে আৰু ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ…
Business ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাল ৰাজকোষৰ ৩৬০০ কোটি টকা March 10, 2026 Dipshikha নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে ৷ নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে ৰাজ্য চৰকাৰে চমক সৃষ্টিৰে এক অভিলেখ ৰচনা কৰিলে ৷ একেদিনাই আৰু প্ৰায় একে সময়তে ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ…
Sports গুজৰাট টাইটানছৰ বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি মেথিউ হেডেন March 10, 2026 Sonakshi Sarkar আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনৰ পূৰ্বে গুজৰাট টাইটানছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অ’পেনাৰ মেথিউ হেডেনক বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা মঙলবাৰে ঘোষণা কৰে। দুবাৰৰ এদিনীয়া বিশ্বকাপ বিজয়ী আৰু…
Business কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে March 10, 2026 Dipshikha নলবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে । সোমবাৰে নিশা প্ৰায় ১২:৪৫ বজাত নলবাৰী সদৰ থানাৰ আৰক্ষীয়ে তেওঁক আটক কৰে । মঙলবাৰে দিনৰভাগত আটক কৰা ১২…
Business জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ ৫-৫-৫ প্ৰগ্ৰেমে এম জি মেজেষ্টৰ ক্ৰেতাৰ বাবে প্ৰদান কৰে অতুলনীয় মানসিক প্ৰশান্তি March 10, 2026 Business Bureau ভাৰতৰ প্ৰথমখন ডি+ এছইউভি ৰূপে অভিহিত হোৱা এমজি মেজেষ্টৰৰ বাবে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই গ্ৰাহকৰ বাবে দীৰ্ঘম্যাদী মালিকীস্বত্বৰ নিশ্চয়তা আৰু কম খৰচত তত্ত্বাৱধান প্ৰদান কৰাৰ লক্ষ্যৰে নতুন ৫-৫-৫ মালিকীস্বত্ব বিকল্প…
Assam শিক্ষকৰ পাৰস্পৰিক বদলি প্ৰক্ৰিয়াত বৃহৎ সংশোধন; দুবছৰীয়া বাধ্যবাধকতা প্ৰত্যাহাৰ চৰকাৰৰ March 10, 2026 Paromita ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ বাবে এক সকাহৰ খবৰ কঢ়িয়াই আনিছে শিক্ষা বিভাগে। নতুনকৈ নিযুক্ত হোৱা শিক্ষকসকলক পাৰস্পৰিক বদলিৰ আবেদন জনোৱাৰ অনুমতি দিয়াৰ লগতে পূৰ্বৰ দুবছৰীয়া সময়সীমাৰ বাধ্যবাধকতাও এতিয়াৰ পৰা প্ৰত্যাহাৰ…
Assam প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং ইংতিৰ দেহাৱসান March 10, 2026 Paromita ৰাজ্যৰ জনজাতীয় সমাজৰ স্বাৰ্থত দশকজুৰি কাম কৰি অহা এজন নিষ্ঠাবান ৰাজনীতিকক হেৰুৱালে ৰাজ্যৰ ৰাজনৈতিক মহলে। মঙলবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী…
Business ৱালমাৰ্টে মুকলি কৰিলে ভাৰত বৃদ্ধি সন্মিলন ২০২৬ৰ বাবে পঞ্জীয়ন March 10, 2026 Business Bureau ৱালমাৰ্টে ভাৰতীয় ব্যৱসায়ীসকলক ঘৰুৱাভাৱে আৰু বিশ্বজুৰি আগুৱাই যাবলৈ সক্ষম কৰাৰ বাবে উৎসৰ্গিত ভাৰত বৃদ্ধি সন্মিলন ২০২৬ৰ বাবে পঞ্জীয়ন মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ২০২৬ চনৰ ৭ মে’ত নতুন দিল্লীৰ ভাৰত…