Month: February 2026

মণিপুৰত ড্ৰাগছৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযান; ১৫ লাখ টকাৰ ব্ৰাউন চুগাৰসহ আটক দুই যুৱক

মণিপুৰৰ সেনাপতি জিলাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা এক তীব্ৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত পৰে দুই যুৱক। বৃহস্পতিবাৰে সেনাপতি আৰক্ষী থানাৰ অন্তৰ্গত টি খুলেন নাকা চেক পইণ্টত তালাচী…

অসমৰ পাছত এতিয়া দেশজুৰি ‘এছআইআৰ’ৰ দাবী; অনুপ্ৰৱেশকাৰীক লৈ বিস্ফোৰক মন্তব্য নুমল মমিনৰ

অসম বা উত্তৰ-পূৰ্বাঞ্চলেই নহয়, বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশৰ সমস্যা এতিয়া পশ্চিম বংগ, দিল্লী, মধ্যপ্ৰদেশ, ছত্তীছগড় আৰু ৰাজস্থানলৈকো বিয়পি পৰিছে। শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰি এই চাঞ্চল্য্যকৰ মন্তব্য কৰে…

অসম এতিয়া উত্তৰ-পূবৰ ‘হেল্থ হাব’- শিলচৰত মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসম বৰ্তমান সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক স্বাস্থ্যসেৱাৰ কেন্দ্ৰবিন্দু বা হেল্থ হাব হিচাপে আত্মপ্ৰকাশ কৰিছে। শুকুৰবাৰে শিলচৰত এক বিশাল জনসভাক সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য…

অসমবাসীৰ বাবে সুখবৰ

অহা ২২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হ’ব গুৱাহাটী বিমানবন্দৰৰ ৪ হাজাৰ কোটি টকাৰ নতুন টাৰ্মিনেল ভৱন । শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা কয় । উল্লেখ্য যে যোৱা ২০ ডিচেম্বৰত…

অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ । শুকুৰবাৰে কংগ্ৰেছ নেত্ৰীগৰাকী উপস্থিত হয় সোণাপুৰস্থিত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰত । প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলীত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতি…

পুনৰ বিপদত ৰাহুল গান্ধী

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ এক গোচৰত বৃহস্পতিবাৰে চুলতানপুৰ আদালতত হাজিৰ হয় কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী । ভাষ্য প্ৰদানৰ বাবে আদালতত হাজিৰ হোৱাৰ লগে লগে আদালতৰ…

বিৰোধীৰ আসন বুজাবুজি হ’লে অসমত আহিব ‘ছুনামি’; সৰুপথাৰত বিজেপিৰ বিৰুদ্ধে হুংকাৰ অজাপ নেতা চিত্তৰঞ্জন বসুমতাৰীৰ

আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক বতাহ ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰাৰ মাজতে বিৰোধী ঐক্যক লৈ এক ডাঙৰ মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ (অজাপ) নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে। বৃহস্পতিবাৰে সৰুপথাৰ সমষ্টিত…

২,৬৭০ খন প্ৰাথমিক বিদ্যালয়ত একক শিক্ষকৰেই ভৰসা; ৰাজ্যৰ শিক্ষা খণ্ডত উদ্বেগজনক অৱস্থা

ৰাজ্যত চৰকাৰী শিক্ষা খণ্ডৰ আন্তঃগাঁথনি আৰু শিক্ষক নিযুক্তিৰ এক অতি চিন্তনীয় তথ্য শেহতীয়াকৈ বিধানসভাৰ মজিয়াত পোহৰলৈ আহিচে। বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে জনোৱা মতে, ২০২৫-২৬…

১৫ লাখ টকাৰ সোণৰ অলংকাৰ ওভতাই দিলে ভঙা-চিঙা বিক্ৰেতাই; সততাৰ অনন্য দৃষ্টান্ত

আজিৰ দিনত সততাৰ এক ৰূপৰেখা প্ৰদৰ্শন কৰা এক ঘটনা, য’ত ভাৰতৰ হাৰিয়ানাৰ ফৰিদাবাদৰ নাগৰিক অশোক শৰ্মাই ১৫ লাখ টকা মূল্যের সোণৰ অলংকাৰ আনুষ্ঠানিকভাৱে তেওঁক ক’ব পৰা এজন সতকাৰী ব্যৱসায়ী হাজি…

‘কা’ৰ চূড়ান্ত শুনানি ৫ মে’ৰ পৰা আৰম্ভ; সৰ্বোচ্চ আদালতে নিৰ্ধাৰণ কৰিলে সময়সূচী

বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইনলৈ সম্পৰ্কিত ২০০ৰো অধিক আবেদনৰ চূড়ান্ত শুনানিৰ দিন ৫ মে’ৰ পৰা আৰম্ভ হ’ব বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে ২০১৯ চনৰ…