Month: February 2026

মাৰণাস্ত্ৰৰ গুদামত পৰিণত ভাড়াঘৰ; তেজপুৰত পিষ্টল আৰু চোকা অস্ত্ৰসহ আৰক্ষীৰ জালত এজন

গোপন তথ্যৰ ভিত্তিত চলোৱা এক তলাচীত জব্দ হোৱা মাৰণাস্ত্ৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তেজপুৰৰ পাঁচমাইল অঞ্চলত। চামধৰা পাঁচমাইলৰ এটা ভাড়াঘৰত লুকুৱাই ৰখা মাৰণাস্ত্ৰৰ সন্ধানত শনিবাৰে তেজপুৰ আৰক্ষীয়ে চলোৱা এই…

হোজাইত চিৰিঞ্জ বিক্ৰীক লৈ নতুন নিৰ্দেশনা; চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে বিপাঙত পৰিছে ৰোগী

চিকিৎসকৰ বৈধ প্ৰেছক্ৰিপচন অবিহনে চিৰিঞ্জ বিক্ৰীৰ ওপৰত জাৰি কৰা এক মৌখিক নিৰ্দেশনাই বিপাকত পেলাইছে হোজাই জিলাৰ সাধাৰণ গ্ৰাহক তথা ৰোগীসকলক। জিলাখনৰ ঔষধ পৰিদৰ্শকে ফাৰ্মাচীসমূহক দিয়া এই আকস্মিক নিৰ্দেশৰ পাছতে এতিয়া…

ৰাণীৰ কাষৰীয়া পাথাৰখামাত প্ৰথম নকআউট ফুটবল প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা কিছু নিলগৰ মেঘালয়ৰ ৰি-ভয় জিলাৰ পাথাৰখামাস্থিত ৱেষ্টাৰ্ণ ৰি-ভয় প্লে গ্ৰাউণ্ডত ওৰাল চিংক্লি কলনী এণ্ড বাৰিষ্টাৰ লিংডোৰ উদ্যোগত আৰু পাথাৰখামা স্পৰ্টছ ক্লাৱৰ সহযোগত অহা ১০ মাৰ্চৰ…

৫.৬৫ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত সম্পূৰ্ণ নতুন গ্ৰেভিট মুকলি কৰি ভাৰতত বলিষ্ঠ পুনৰুত্থানৰ সংকেত নিছানৰ

নিছান মটৰ ইণ্ডিয়াই আজি ৫.৬৫ লাখ টকাৰ আকৰ্ষণীয় প্ৰাৰম্ভিক মূল্যত সম্পূৰ্ণ নতুন নিছান গ্ৰেভিট মুকলি কৰাৰ কথা ঘোষণা কৰিছে। বলিষ্ঠ আৰু যুগান্তকাৰী ৭খন আসনৰ এমপিভি গ্ৰেভিটে নিছানৰ ভাৰত যাত্ৰাৰ এক…

ওমানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ বিদায় অষ্ট্ৰেলিয়াৰ

প্রতিযোগিতাৰ পৰা আগতীয়াকৈ বাহিৰ হোৱাৰ অপমানৰ সন্মুখীন হোৱা অষ্ট্ৰেলিয়ান দলটোৱে শুকুৰবাৰে টি-২০ বিশ্বকাপৰ অন্তিমখন লীগ মেচত ওমানক ৯ উইকেটত বিদায় লয়। জিম্বাবুৱে আৰু শ্ৰীলংকাৰ হাতত পৰাজয়ৰ পাছত গ্ৰুপ পৰ্যায়ৰ পৰা…

টেক চল্যুচন লিমিটেডে চৰকাৰৰ ইণ্ডিয়াএআই অভিযানৰ সৈতে ইউনিফাইড এআই প্লেটফৰ্ম নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে

টেক চল্যুচন লিমিটেডে চৰকাৰৰ ইণ্ডিয়াএআই অভিযানৰ সৈতে সংগতি ৰাখি ভাৰতৰ ৩৭০ বিলিয়ন মাৰ্কিন ডলাৰৰ স্বাস্থ্যসেৱা পৰিৱেশ তন্ত্ৰক ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এক স্কেলেবল ইউনিফাইড এআই প্লেটফৰ্ম নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে।…

৩৩ টা শিশুক পৈশাচিত নিৰ্যাতন অভিযন্তা দম্পতীৰ! ফাঁচীৰ নিৰ্দেশ আদালতৰ

বিগত এটা দশকত ৩৩ টা নিষ্পাপ শিশুক চলোৱা পৈশাচিক যৌন নিৰ্যাতনৰ অপৰাধত চৰম শাস্তি বিহা হ’ল প্ৰাক্তন অভিযন্তা দম্পতীক। উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ এখন পকচো আদালতে শুকুৰবাৰে ঘোষণা কৰা এই…

উন্নত ৰেল যোগাযোগেৰে অৰুণাচলৰ সীমান্ত স্পৰ্শ; চিল্লেলৈ ১১০ কিলোমিটাৰ বেগত দৌৰিব ৰেল

উত্তৰ-পূবৰ যাতায়াত ব্যৱস্থাই লাভ কৰিলে এক নতুন গতি। অৰুণাচল প্ৰদেশৰ সৈতে অসমৰ ৰেল যোগাযোগ অধিক সুদৃঢ় কৰি মুৰ্কংচেলেকৰ পৰা চিল্লেলৈ নিৰ্মাণ কৰা ১৫.৭০ কিলোমিটাৰ নতুন পথত ৰেল চলাচলৰ অনুমতি প্ৰদান…

বৰপেটা ৰোডত ১২ কোটিৰ ডকাইতি; সেনকো অলংকাৰত পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে আ-অলংকাৰ

ব্যস্ততাপূৰ্ণ চহৰখনৰ মাজমজিয়াত পিষ্টলধাৰী দুষ্কৃতিকাৰীৰ এটা দলে দিন দুপৰতে ত্ৰাসৰ সৃষ্টি কৰি লুটি নিলে কোটি কোটি টকাৰ অলংকাৰ। শনিবাৰে বৰপেটা ৰোডৰ দুৰ্গা বাৰী ৰোডত অৱস্থিত ‘সেনকো অলংকাৰ’ নামৰ প্ৰতিষ্ঠিত জুৱেলাৰী…

কইনাধৰাত নিশা গোপন বৈঠক; অমিত শ্বাহক লৈ ভূপেন বৰাৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ভূপেন বৰাই কংগ্ৰেছী জীৱন ত্যাগ কৰি বিজেপিত যোগদানের মুখ্য বিষয়বস্তু হৈছে, যি ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে সংঘটিত হ’ব। এই পটপৰিৱৰ্তনের এক পাঠত, বৰাই গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে জানুৱাৰী ৩২ বছৰৰ কংগ্ৰেছী…