Month: February 2026

মহিলা সুৰক্ষা আৰু কৰ্মসংস্থাপনত ব্যৰ্থ বিজেপিঃ গুৱাহাটীত প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত কংগ্ৰেছৰ ২০ দফীয়া অভিযোগনামা

প্ৰিয়ংকা গান্ধী বাদ্ৰাই গুৱাহাটীত অনুষ্ঠিত এক জনসভাত বিজেপি চৰকাৰৰ ওপৰত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি আৰু নিবনুৱা সমস্যা সন্দৰ্ভত তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে মহিলাসকলক নগদ…

ফুটবল খেলাৰ সময়তে হঠাৎ অসুস্থ; হাস্পতালত শ্বিলঙৰ সাংসদৰ প্ৰাণহানি

শ্বিলঙৰ সাংসদ ড° ৰিকি ছিংকনে ফুটবল খেলাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত মৃত্যুক সাৱটে। বৃহস্পতিবাৰে মাওনত ফুটবল খেলি থকা অৱস্থাত হঠাৎ ঢলি পৰে। তাকে লগে লগে জৰুৰীকালীন চিকিৎসাৰ বাবে শ্বিলঙৰ…

ৰাহুল গান্ধীক গুলীয়াই হত্যাৰ ভাবুকি; কোটাত গ্ৰেপ্তাৰ কৰ্ণি সেনাৰ সৈতে জড়িত এজন যুৱক

কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক মুকলিকৈ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি এতিয়া আৰক্ষীৰ জালত পৰিছে ৰাজা আমেৰা নামৰ এজন যুৱক। ৰাজস্থানৰ কোটা আৰক্ষীয়ে বুধবাৰে আমেৰাক আটক কৰে।…

অসমৰ ভোটাৰ তালিকাৰ এছআইআৰ বিচাৰি কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ত

নিৰ্বাচনমুখী অসমৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ) বিচাৰি দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত হস্তক্ষেপ কৰিবলৈ বৃহস্পতিবাৰে অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে স্পষ্ট…

অসমত আৰু নচলিব গুলী-বোমাৰ তাণ্ডৱঃ বিধানসভাত মুখ্যমন্ত্ৰীৰ হুংকাৰ

অসমৰ মাটিত আৰু কোনোদিনেই হিংসাৰ ক’লা ছাঁ পৰিবলৈ দিয়া নহ’ব বুলি বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত এক দৃঢ় ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। চলিত বাজেট অধিবেশনৰ অন্তিমটো দিনত সদনক সম্বোধন…

বিপদত অনিল আম্বানী

২৬ ফেব্ৰুৱাৰীত জেৰাৰ বাবে ই ডিৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব অনিল আম্বানী । ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে এই সপ্তাহত জবানবন্দী দিয়াৰ পৰা বিৰত থকাৰ পিছত এইবাৰ নতুনকৈ চমন জাৰি…

আজি অসমত উপস্থিত প্ৰিয়ংকা গান্ধী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৷ গৌৰৱ গগৈসহ দলৰ জ্যেষ্ঠ নেতাই জনালে আদৰণি ৷বৃহস্পতিবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয়, য’ত তেওঁ…

বলিউডৰ বাবে ভাল খবৰ

বলীউডৰ অভিনেতা ৰাজপাল যাদৱে ১৬ ফেব্ৰুৱাৰীত জামিন লাভ কৰিছে। ২০১৮ চনৰ এক চেক বাউন্স গোচৰত আইনী নিৰীক্ষণৰ অধীনত থকা অভিনেতাগৰাকীক আদালতে ধন পৰিশোধৰ চৰ্ত পূৰণ নকৰাৰ বাবে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত…

কাঠফুলাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

কাঠফুলা, আমাৰ বহুতেই কাঠফুলাক কেৱল বিষাক্ত বুলিয়েই গণ্য কৰি আহিছো। যাৰ বাবে আমি কাঠফুলা খোৱাৰ পৰা নিজকে আতৰাই ৰাখো। কিন্তু এই ধাৰণা একেবাৰেই অৰ্থহীন। কাঠফুলা (Mushroom) প্ৰটিন, ভিটামিন (B, C,…

কাইলৈ টি-২০ বিশ্বকাপত জয় অভিযান সামৰিবলৈ ওমান বিৰুদ্ধে অৱতীৰ্ণ অষ্ট্ৰেলিয়াৰ

গ্ৰুপৰ দুখন গুৰুত্বপূৰ্ণ মেচত পৰাস্ত হোৱাৰ পিছত হতাশ হৈ পৰা অষ্ট্ৰেলিয়াই শুকুৰবাৰে ইয়াত দুৰ্বল হৈ পৰা ওমান দলৰ বিৰুদ্ধে ডাঙৰ জয়লাভ কৰি ইতিবাচকভাৱে টি-২০ বিশ্বকাপ অভিযানৰ অন্ত পেলাবলৈ চেষ্টা কৰিব।…