Month: June 2024

টাটা মটৰ্ছৰ ১নং এছইউভি টাটা নেক্সনৰ সপ্তম বৰ্ষপূৰ্তিত ৭ লাখ ইউনিট বিক্ৰীৰ সাফল্য অৰ্জন

ভাৰতৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে ভাৰতৰ ১ নং এছইউভি – নেক্সনৰ ৭ লাখ ইউনিট বিক্ৰী উদযাপন কৰিছে। ২০১৭ চনত প্ৰথমবাৰলৈ মুকলি কৰা নেক্সনে ২০২১ চনৰ পৰা ২০২৩ চনলৈকে…

কৰিমগঞ্জত ভূমিস্খলন

কৰিমগঞ্জত ভূমিস্খলন। ভূমিস্খলনত একেটা পৰিয়ালৰ ৫ গৰাকীকৈ লোকৰ মৃত্যু। বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা। আব্দুল কৰিমৰ পৰিয়ালৰ ৫ গৰাকী লোকৰ মৃত্যু। নিহত আব্দুল কৰিমৰ পত্নী…

নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত নিশা চাঞ্চল্যকৰ ঘটনা

নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত নিশা চাঞ্চল্যকৰ ঘটনা। জ্যেষ্ঠ ভাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কনিষ্ঠ ভাতৃৰ। ভাতৃৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মজিবৰ আলী। সংকটজনক অৱস্থাত মজিবৰক চিকিৎসালয়ত ভৰ্তি। আক্ৰমণকাৰী কনিষ্ঠ ভাতৃ আবুল হুছেইনক আটক…

২০ জুনত চুপাৰ ৮ৰ আফগানিস্তানৰে মুখামুখি ভাৰতৰ

টি-২০ বিশ্বকাপত ভাৰতীয় দলটোৱে লীগ পৰ্যায়ত সুন্দৰ প্ৰদৰ্শন কৰি তেওঁলোকৰ সকলোবোৰ মেচত জয়ী হয়।এখন খেলত বৰষুণে বিধি পথালি দিছিল। টীম ইণ্ডিয়াই তেওঁলোকৰ গ্ৰুপত শীৰ্ষ স্থান অৰ্জন কৰিছে। ভাৰতীয় দলৰ পৰৱৰ্তী…

ব্লু ষ্টাৰে ১০০ ৰো অধিক সুলভ আৰু প্ৰিমিয়াম ৰুম এয়াৰ কণ্ডিচনাৰৰ এটা নতুন পৰিসৰ প্ৰৱৰ্তন কৰিছে

ব্লু ষ্টাৰ লিমিটেডে আজি আগন্তুক গ্ৰীষ্মকালীন ছিজনৰ বাবে ‘বেষ্ট-ইন-ক্লাছ এফৰ্ডেবল’ ৰেঞ্জ আৰু ‘ফ্লেগশ্বিপ প্ৰিমিয়াম’ ৰেঞ্জকে ধৰি নিজৰ নতুন বিস্তৃত ৰেঞ্জৰ ৰুম এচি মুকলি কৰিছে। সামগ্ৰিকভাৱে কোম্পানীয়ে ইনভাৰ্টাৰ, ফিক্সড স্পীড আৰু…

পাটনা বিমানবন্দৰত বোমাতংক

পাটনা বিমানবন্দৰত বোমাতংক! জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। মেইলযোগে ভাবুকি দুৰ্বৃত্তৰ। ভাবুকিভৰা মেইলৰ পাছতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

ৰাজ্য চৰকাৰৰ গৃহ সচিবৰ চৰম পন্থা

ৰাজ্য চৰকাৰৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ চৰম পন্থা। পত্নীৰ মৃত্যুৰ পাছতে ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই চৰম পন্থা চেতিয়াৰ। পত্নীৰ চিকিৎসাৰ বাবে বিগত ৪ মাহ ধৰি ছুটীত আছিল IPS বিষয়াগৰাকী। দীৰ্ঘদিনে…

এমএছডিইমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দক্ষতা বিকাশৰ প্ৰচেষ্টা সফলতাৰে ৰূপায়ণ আৰু সম্প্ৰসাৰণৰ বাবে এক একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে চলি থকা সকলো আঁচনি আৰু ইয়াৰ বিভাগসমূহৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰে। মন্ত্ৰী চৌধুৰীয়ে বিভিন্ন এমএছডিই বিভাগৰ কাৰ্য-কলাপ, নিজৰ কৃতিত্ব-সাফল্য আৰু…

Punch.ev আৰু Nexon.ev-য়ে ৫- তাৰকা ভাৰত-এনচিএপি সুৰক্ষা ৰেটিং প্ৰাপ্ত কৰিছে

টাটা মটৰ্ছৰ সহযোগী প্ৰতিষ্ঠান তথা ভাৰতৰ ইভি বিপ্লৱৰ পথ প্ৰদৰ্শক টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডে (টিপিইএম) Nexon.ev আৰু Punch.ev-এ ভাৰত-এনচিএপি ৰ ৫ ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰাৰ কথা ঘোষণা কৰিছে।…

নিউ জলপাইগুৰিৰ ৰে’ল দুৰ্ঘটনাকলৈ শোক প্ৰকাশ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ

পুনৰ দেশত সংঘটিত হ’ল ভয়াবহ ৰে’ল দুৰ্ঘটনা। দাৰ্জিলিঙৰ নিউ জলপাইগুৰিৰ ওচৰত শিয়ালদাহ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছৰে এখন মালবাহী ৰে’লৰ সোমবাৰে পুৱা সংঘৰ্ষ হয়। ঘটনাটো পুৱা প্ৰায় ৯ বজাত সংঘটিত হয়। দুৰ্ঘটনাটো…