শোকাৱহ দুৰ্ঘটনা, ট্ৰেক্টৰ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫জনে, ২ জন আহত

বৰ্তমানে জীৱন-মৃত্যুৰে যুঁজ দি আছে আহত দুই লোক

এই কৰুণ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত

ৰাজ্যখনৰ জব্বলপুৰত এই দুৰ্ঘটনাটো হৈছে

তীব্ৰ গতিত থকাৰ বাবেই ট্ৰেক্টৰখন বাগৰি পৰি এইদৰে মৃত্যুক সাৱটে কেইবাজনেও

দুৰ্ঘটনাৰ সময়ত ট্ৰেক্টৰখনত আছিল চালকৰ লগতে ৬ টা শিশু

সেই ৬ টা শিশুৰে ৪ টা শিশুৰ চালক সহ মৃত্যু হয়

Leave a Reply

Your email address will not be published. Required fields are marked *