লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰই। বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী মিথিলেশ তিৱাৰীৰ বিৰুদ্ধে ৰণত নামিব প্ৰাক্তন IPS বিষয়াগৰাকীয়ে। সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে আনন্দ মিশ্ৰই। নিৰ্বাচনী যুঁজত নমাৰ প্ৰাকমুহূৰ্তত অসমবাসীৰ পৰা বিচাৰিলে আশীৰ্বাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *