তৃতীয় দিনাও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি বাবে বন্ধ কৰি দিয়া হৈছিল ফেৰী সেৱা সমূহ। ৰেম্পসমূহ পানীৰ তলত বুৰ যোৱা বাবে বন্ধ আছিল ফেৰী সেৱা। ৰেম্পসমূহ মেৰামতি কৰিব নোৱৰাৰ বাবে চলিব পৰা নাই ফেৰী। ফেৰী যাত্ৰী মাজত এতিয়া হাহাকাৰ পৰিস্থিতি। Share this:FacebookX Related Post navigation ডুমডুমাত অস্ত্ৰসহ এজনক আটক আৰক্ষীৰ পিপিএলয়ে ব্ৰেণ্ড এম্বেচেডৰ জিশু সেনগুপ্তাৰ সৈতে ‘পলিক্ৰল’ৰ বাবে নতুন অভিযান আৰম্ভ কৰিছে