ছলমান খানৰ বাসগৃহলৈ গুলীবৰ্ষণ কৰা দুৰ্বৃত্তক চিনাক্ত। আৰক্ষীয়ে লাভ কৰিছে গুলীবৰ্ষণ কৰা দুই দুৰ্বৃত্তৰ ফটো। CCTVৰ ফুটেজৰ জৰিয়তে সংগ্ৰহ কৰিছে দুৰ্বৃত্তৰ ফটো। গুলীবৰ্ষণকাৰী বিশাল ৰাহুল ওৰফে কালু লৰেন্স বিষ্ণৈ গোটৰ সদস্য। Share this:FacebookX Related Post navigation সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং বিহুৰ আনন্দৰ মাজতে এটা পৰিয়ালত কান্দোনৰ ৰোল