কৰিমগঞ্জৰ নিলামবজাৰত বুজন পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ। এখন বাহনৰ পৰা জব্দ ১ লাখ য়াবা টেবলেট। বাহনখনৰ নম্বৰ AS-01FK-2939। ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। গ্ৰেপ্তাৰ আব্দুল হাছান আৰু ছাহাৰুল ইছলামক। Share this:FacebookX Related Post navigation সতৰ্কবাণী: এনএছইৰ চিইঅ’ আৰু এম ডি আশিসকুমাৰ চৌহানে ষ্টকৰ পৰামৰ্শদান কৰা ভুৱা ভিডিঅ’ভাইৰেল নিমাতিৰ পৰা মাজুলীমুখী ফেৰীত অঘটন