কাজিৰঙাত দৰ্শনাৰ্থীৰ সংখ্যাই গঢ়িছে সৰ্বকালৰ অভিলেখ। এবছৰত সৰ্বাধিক সংখ্যক দৰ্শনাৰ্থীয়ে ভ্ৰমণ কৰিছে কাজিৰঙা। ২০২৩-২৪ত ৰাষ্ট্ৰীয় উদ্যানখনলৈ ৩,২৭,৪৯৩ পৰ্যটকৰ আগমন। ইয়াৰে ৩,১৩,৫৭৪ গৰাকী আছিল ভাৰতীয় পৰ্যটক। বিপৰীতে ১৩,৯১৯ গৰাকী আছিল বিদেশী পৰ্যটক। এবছৰতে সংগ্ৰহ ৮,৮১,৮৪,১৬১ টকাৰ ৰাজহ।

Leave a Reply

Your email address will not be published. Required fields are marked *