আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ বৰপেটা সমষ্টিত অৱতীৰ্ণ হৈছে সৰ্বাধিক 14 গৰাকী প্ৰাৰ্থী । গুৱাহাটী সমষ্টিত অৱতীৰ্ণ হৈছে 8 গৰাকী প্ৰাৰ্থী । ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতাত নামিছে 13 গৰাকী প্ৰাৰ্থী । কোকৰাঝাৰ সমষ্টিত অৱতীৰ্ণ হৈছে 12 গৰাকী প্ৰাৰ্থী । চাৰিটা সমষ্টিৰ মুঠ 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ই ভি এমত ।

Leave a Reply

Your email address will not be published. Required fields are marked *