বিদেশত ভাৰতীয় খেলুৱৈৰ দপদপনি ৷ বিশেষকৈ উত্তৰ-পূব ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানুৱে ৷ দেওবাৰে গ্লাছগ’ কমনৱেলথ গেমছত মহিলাৰ ৪৮ কেজি শাখাত অভিলেখ সৃষ্টিৰে ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণপদক লাভ কৰে তাৰকা খেলুৱৈ ছাইখম মীৰাবাঈ চানুৱে । ৩১ বছৰীয়া মীৰাবাঈয়ে ৮৫ কেজি ওজন দাঙি ধৰি কমনৱেলথ গেমছৰ মঞ্চত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় । Share this:FacebookX Related Post navigation এক মৰ্মান্তিক ঘটনা প্ৰিমিয়াম চেডান ক্ৰেতাসকলক লক্ষ্য কৰি স্ক’ডা শ্লাভিয়া মণ্টে কাৰ্ল’ত এক্সক্লুচিভ ৰং সংযোজন