Political বাংলাদেশীক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া মন্তব্যক লৈ বাংলাদেশৰ ক্ষোভ September 24, 2024 Sonakshi Sarkar ঝাৰখণ্ডত বাংলাদেশীক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া মন্তব্যক লৈ বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে তীব্ৰ আপত্তি জনাইছে।বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ২৩ ছেপ্টেম্বৰৰ নিশা এক বিবৃতি জাৰি কৰি কয়, বাংলাদেশৰ নাগৰিক সন্দৰ্ভত ঝাৰখণ্ডত…
Political ‘এক দেশ, এক নিৰ্বাচন’ৰ প্ৰস্তাৱক বিৰোধীতা ১৫ ৰাজনৈতিক দলৰ September 19, 2024 news editor কেন্দ্ৰীয় কেবিনেটে বুধবাৰে অনুমোদন জনোৱা সমিতিৰ প্ৰতিবেদন অনুসৰি, ‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিয়ে ৬২ টা ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰিছিল, যাৰ ভিতৰত ৪৭টাই সঁহাৰি জনাইছিল। ইয়াৰ ভিতৰত,…
Political দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক জামিন উচ্চতম ন্যায়ালয়ৰ September 13, 2024 Sonakshi Sarkar দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে। সুৰা নীতি সম্পৰ্কীয় গোচৰটোত চিবিআইৰ এজাহাৰত এই জামিন দিয়া হৈছে।কেজৰিৱালক ১০ লাখ টকাৰ বণ্ডত জামিন দিয়া হৈছে। এই ক্ষেত্ৰত, ন্যায়াধীশ…
Political উত্তৰ- পূবত পথ নিৰ্মাণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন September 12, 2024 Sonakshi Sarkar কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ চতুৰ্থ পৰ্যায় (পিএমজিএছৱাই) ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰকাশিত তথ্য অনুসৰি ২৫,০০০ বসতি অঞ্চললৈ নতুন…
Political উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ পৰিচয় সংৰক্ষণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: অমিত শ্বাহ September 6, 2024 news editor কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে কয় যে উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ জনজাতীয় লোকসকলৰ সংস্কৃতি, ভাষা আৰু পৰিচয় সংৰক্ষণ কৰি সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…
Political বাংলাদেশ ত্যাগ কৰিব নোৱাৰিব ১৭ জন প্ৰাক্তন মন্ত্ৰীয়ে September 3, 2024 Sonakshi Sarkar বাংলাদেশৰ এখন আদালতে সোমবাৰে প্ৰাক্তন বৈদেশিক মন্ত্ৰী মোঃ হাছান মাহমুদকে ধৰি ১৭ জন প্ৰাক্তন মন্ত্ৰী আৰু বহিষ্কৃত শ্বেখ হাছিনা চৰকাৰৰ নজন আইন প্ৰণেতাক দেশ ত্যাগ কৰিবলৈ বাধা প্ৰদান কৰে। এই…
Political দেশৰ জিলা পৰ্যায়ৰ মাত্ৰ ৬.৭ শতাংশ ন্যায়ালয়তহে আছে মহিলা অনুকূল আন্তঃগাঁথনি: মুখ্য ন্যায়াধীশ September 2, 2024 Sonakshi Sarkar ভাৰতৰ মুখ্য ন্যায়াধীশ (চিজেআই) ডি ৱাই চন্দ্ৰচূড়ে দেওবাৰে কয় যে জিলা পৰ্যায়ৰ মাত্ৰ ৬.৭ শতাংশ আদালতত মহিলা-অনুকূল আন্তঃগাঁথনি আছে আৰু এই পৰিস্থিতি সলনি হোৱা প্ৰয়োজন। জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ…
Political ৰাজ্যৰ ৪খন জিলাত মণিপুৰীক সহযোগী চৰকাৰী ভাষা হিচাপে মৰ্যদা অসম চৰকাৰৰ August 30, 2024 Sonakshi Sarkar ভাষিক অন্তৰ্ভুক্তিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যৰ চাৰিখন জিলাত মণিপুৰীক সহযোগী চৰকাৰী ভাষা হিচাপে মনোনীত কৰি অসম চৰকাৰী ভাষা (সংশোধনী) বিধেয়ক, ২০২৪ গৃহীত কৰে। এই গুৰুত্বপূৰ্ণ…
Political লাডাখত পাঁচখন নতুন জিলা গঠনৰ ঘোষণা অমিত শ্বাহৰ August 26, 2024 Sonakshi Sarkar কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত প্ৰদেশ লাডাখত পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি এই তথ্য প্ৰদান কৰিছে। তেওঁ…
Political ইডি কাৰ্যালয় ঘেৰাও প্ৰদেশ কংগ্ৰেছৰ August 23, 2024 Sonakshi Sarkar ইডি শেহতীয়াকৈ চৰকাৰৰ বহতীয়া হৈ পৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে গুৱাহাটীত কংগ্ৰেছ দলে ইডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এই প্ৰতিবাদী…