Category: Political

বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দৰে মনোভাৱ জগদীপ ধনখড়ৰৰ: মল্লিকাৰ্জুন খাৰ্গে

ভাৰতৰ উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰৰ বিৰুদ্ধে পুনৰ সৰব হৈছে বিৰোধী। তেওঁৰ বিৰুদ্ধে বিৰোধীয়ে আনিছে অনাস্থা প্ৰস্তাৱ। এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতিলৈ জাননী জাৰি কৰা হৈছে। ইয়াক লৈ সংসদ উত্তাল…

১২ খন জিলাত অসমীয়া সংখ্যালঘুত পৰিণত: মুখ্যমন্ত্ৰী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে তেওঁৰ ৰাজ্যই ইজৰাইলৰ শত্ৰুৰ দ্বাৰা আৱৰি থকা স্বত্বেও জীয়াই থকাৰ পাঠ শিকিব লাগিব। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ‘শ্বহীদ দিৱস’ অনুষ্ঠানৰ সময়ত সাংবাদিকৰ সৈতে…

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ

সংসদৰ শীতকালীন অধিৱেশনৰ ১১তম দিনা অৰ্থাৎ মঙলবাৰে ‘ইণ্ডিয়া’ মহাযোঁটে ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। তেওঁক ৰাজ্যসভাৰ সভাপতি পদকৰ পৰা আঁতৰোৱাৰ বাবে এই প্ৰস্তাৱ উত্থাপন কৰে বিৰোধীয়ে।…

ৱাকফ (সংশোধনী) বিধেয়কৰ জেপিচিৰ অষ্টম বৈঠক বৰ্জন বিৰোধীৰ

বিৰোধী সাংসদসকলে বুধবাৰে ৱাকফ (সংশোধনী) বিধেয়ক সন্দৰ্ভত জেপিচিৰ অষ্টম বৈঠক বৰ্জন কৰে। সাংসদসকলে অভিযোগ কৰিছিল যে জেপিচিৰ সভাপতি জগদম্বিকা পালে যথাযথ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ ২৯ নৱেম্বৰৰ সময়সীমাৰ ভিতৰত লোকসভাত খচৰা…

৪ ৰাজ্যৰ ৬ ৰাজ্যসভাৰ আসনৰ বাবে ২০ ডিচেম্বৰত উপ-নিৰ্বাচন

নিৰ্বাচন আয়োগে মঙলবাৰে ঘোষণা কৰে যে চাৰিখন ৰাজ্যৰ পৰা ছয়খন খালী ৰাজ্যসভাৰ আসন পূৰণৰ বাবে উপ-নিৰ্বাচন ২০ ডিচেম্বৰত অনুষ্ঠিত হ’ব। ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ সদস্য ভেংকটৰমনা ৰাও মোপিদেৱী, বিদা মস্তান ৰাও…

ঝাৰখণ্ডত বিজেপি ক্ষমতালৈ আহিলে অনুপ্ৰৱেশকাৰীক  বিতাড়িত কৰা হ’ব: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে যদি ঝাৰখণ্ডত বিজেপি ক্ষমতালৈ আহে, তেন্তে তেওঁলোকে অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত আৰু বিতাড়িত কৰিবলৈ এখন সমিতি গঠন কৰা হ’ব। লগতে তেওঁলোকে দখল কৰা ভূমি উভতাই…

নিৰ্বাচনী টিকট বিক্ৰী কৰাৰ পৰম্পৰা আছে কংগ্ৰেছত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক আক্ৰমণ কৰি কয় যে দলটোত “নিৰ্বাচনী টিকট বিক্ৰী কৰাৰ পৰম্পৰা” আছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্য এনে সময়ত কৰে যেতিয়া বৰহীৰ বৰ্তমানৰ কংগ্ৰেছ বিধায়ক উমাশংকৰ আকেলাই…

ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰাছিয়াৰ কাজানলৈ ৰাওনা নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰাছিয়াৰ কাজানলৈ ৰাওনা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে ছ’চিয়েল মিডিয়া এক্সত এই তথ্য দিছে। এইটো ব্ৰিকছৰ ষোড়শ সন্মিলন। তেওঁ ভাৰতৰ বাবে ব্ৰিকছ গুৰুত্বৰ কথাও উল্লেখ…

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ ওমৰ আব্দুল্লাৰ

জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কেন্দ্ৰীয় শাসিত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰা হৈছে। এনচিপিৰ সভাপতি ওমৰ আব্দুল্লাই বুধবাৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন…

জম্মু আৰু কাশ্মীৰৰ কাঠুৱাত নিৰ্বাচনী সভাতে ঢলি পৰিল মল্লিকাৰ্জুন খাৰ্গে

জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাত এখন নিৰ্বাচনী সভা সম্বোধন কৰি থাকোতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মঞ্চতে মূৰ্চ্ছা যায়। খাৰ্গে কাঠুৱাত প্ৰাণ হেৰুওৱা কনিষ্টবলক শ্ৰদ্ধাঞ্জলি জনাই থকা অৱস্থাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি…