Latest সুৰা নিষিদ্ধ কৰাৰ পৰিকল্পনা ওড়িশাৰ নৱ নিৰ্বাচিত চৰকাৰৰ June 26, 2024 news editor দেশৰ বহু ৰাজ্যত সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ। ওড়িশাৰ নৱ নিৰ্বাচিত মোহন চৰণ মাঝি চৰকাৰেও ৰাজ্যখনত সুৰা নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে। ওড়িশাৰ মন্ত্ৰী নিত্যানন্দ গণ্ডে কয় যে চৰকাৰে…
Latest দ্ৰুত দবাত শীৰ্ষত চন্দন কুমাৰ দাস June 22, 2024 Sonakshi Sarkar গোৱালপাৰাত অনুষ্ঠিত সদৌ অসম মুকলি দ্ৰুত দবা চেম্পিয়নশ্বিপত তৃতীয় স্থান দখলৰ কৃতিত্ব অৰ্জন কৰাৰ পিছত এইবাৰ ২০ জুনত গুৱাহাটীত ৰাজ্য তথা দেশৰ ভিন্ন প্ৰান্তৰ দবাৰুৱে অংশগ্ৰহণ কৰা মুকলি দ্ৰুত দবা…
Latest নিউ জলপাইগুৰিৰ ৰে’ল দুৰ্ঘটনাকলৈ শোক প্ৰকাশ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ June 17, 2024 news editor পুনৰ দেশত সংঘটিত হ’ল ভয়াবহ ৰে’ল দুৰ্ঘটনা। দাৰ্জিলিঙৰ নিউ জলপাইগুৰিৰ ওচৰত শিয়ালদাহ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছৰে এখন মালবাহী ৰে’লৰ সোমবাৰে পুৱা সংঘৰ্ষ হয়। ঘটনাটো পুৱা প্ৰায় ৯ বজাত সংঘটিত হয়। দুৰ্ঘটনাটো…
Latest আৰক্ষীৰ জালত চোৰাং গৰু সৰবৰাহকাৰী June 15, 2024 Sonakshi Sarkar শিৱসাগৰ আৰক্ষীয়ে প্ৰায় এমাহ পলাতক অৱস্থাত থকা এটা কুখ্যাত গো-মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় | এতিয়া মনোজ হাজৰিকাৰ খঙীয়াস্থ হালোৱা চুকৰ বাসগৃহত আৰক্ষীৰ অতৰ্কিত অভিযান | ডিব্ৰুগড় চিলাপথাৰ আৰু শিৱসাগৰ…
Latest গাৰ্গী দাসলৈ ৰাষ্ট্ৰীয় প্ৰতিভাসন্ধানী জলপাণি June 15, 2024 Sonakshi Sarkar শংকৰদেৱ কলাক্ষেত্ৰৰ অধীনস্থ শংকৰদেৱ কলা মহাবিদ্যালয়ৰ ছাত্ৰী গাৰ্গী দাসে ২০২৩-২৪ বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ Centre for cultural Resources and Training , New Delhi (CCRT) ৰ দ্বাৰা সত্ৰীয়া নৃত্যত…
Latest News কানকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ June 13, 2024 editor ৰংজুলি বনাঞ্চলিক কাৰ্যালয় আৰু শিমলীতোলা আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কানকাটাত নিশা হাতীৰ জাকটোৱে কানকাটা গাওৰ মকিবুল হকৰ ধানৰ ভৰাল ঘৰ ভাঙি লণ্ডভণ্ড কৰি প্ৰায় ১৬ কুইন্টল ধান খাই তহিলং কৰাৰ…
Latest ধকুৱা – পালহাজী সংযোগী পথৰ দুৰৱস্থা June 4, 2024 Sonakshi Sarkar ধকুৱাৰ এটি পথেই জনজীৱনৰ চলাচলত বাধাৰ সৃষ্টি কৰি আহিছে যদিওঁ আজিলৈকে এই সমষ্টিটোৰ উন্নয়নৰ বাবে কোনো জনপ্ৰতিনিধি নাইবা জিলা প্ৰশাসনেওঁ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ সম্প্ৰতি চেঙা বিধান…
Latest Gauhati High Court takes action on petition regarding artificial floods and hill mining in Guwahati June 4, 2024 Sonakshi Sarkar The Gauhati High Court has responded to a petition filed by the Guwahati Eco Development Society, a voluntary organization, concerning the pressing issues of artificial floods and illegal hill mining…
Latest News ৰেমাল’ৰ তাণ্ডৱত বিধ্বস্ত নগৰবেৰা May 31, 2024 editor গোৱালপাৰা জিলাৰ নবাগত শিমলীতোলাত বিচ্ছিন্ন কৰিছে যাতায়াত ব্যৱস্থা৷ জলজলী নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাত কামৰূপ জিলাৰ নগৰবেৰা আৰু বৰপেটা জিলাৰ আলোপতি মাজৰচৰ সংযোগী আৰু গোৱালপাৰাৰ জিলাৰ নবাগত শিমলীতোলা আৰু…
Health Latest উত্তৰ প্ৰদেশত প্ৰচণ্ড গৰমৰ ফলত ১৬২ জনৰ মৃত্যু May 31, 2024 editor বৰ্তমান সময়ত দেশৰ অধিক সংখ্যক ৰাজ্য প্ৰচণ্ড গৰমৰ সৈতে তীব্ৰ হিটৱেভৰ সৈতে যুঁজি আছে। ইয়াৰ ফলত, বহুতো ৰাজ্যত বহু লোকৰ মৃত্যু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এতিয়ালৈকে দেশৰ বিভিন্ন ৰাজ্যত হিটৱেভ…