Category: Latest

ব্ৰিটেইনৰ নিৰ্বাচনত কাইৰ ষ্টাৰমাৰৰ লেবাৰ পাৰ্টিৰ সংখ্যাগৰিষ্ঠতা লাভ

ব্ৰিটেইনত লেবাৰ পাৰ্টি ১৪ বছৰৰ পিছত পুনৰ ক্ষমতালৈ উভতি আহিছে। লেবাৰ পাৰ্টিয়ে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ৩২৬ খন আসন অতিক্ৰম কৰিছে।কাইৰ ষ্টাৰমাৰৰ নেতৃত্বত লেবাৰ পাৰ্টিয়ে ১৯৯৭ চনত লাভ কৰা বৃহৎ…

কহৰাত অনুষ্ঠিত সামৰ্থ্য বিকাশৰ প্ৰশিক্ষণত তৃণমূল পৰ্যায়ৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ

জি ই এফৰ ক্ষুদ্ৰ অনুদানৰ সপ্তম কাৰ্যকৰী পৰ্যায় ৰূপায়ণৰ বাবে তৃণমূল পৰ্যায়ৰ প্ৰতিনিধিসকলৰ বাবে অংশগ্ৰহণমূলক মেপিঙৰ ওপৰত কাজিৰঙাৰ কহৰাত দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয় । তেৰি (দ্য এনাৰ্জি এণ্ড ৰিচ’ৰ্চ…

গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন

গুৱাহাটী প্ৰেছ ক্লাবত অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ উদ্যোগত আৰু মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ সহযোগতকালি সাংবাদিকসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মধুমেহ আৰু ৰক্তচাপ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি…

পৰিবেশ সজাগতা সভা আৰু নাৰী কল্যাণ মঞ্চৰ স্মৃতিগ্ৰন্থ “তেজস্বিনী ” শুভ উন্মোচন

পৰিবেশ সজাগতা সভা আৰু নাৰী কল্যাণ মঞ্চৰ স্মৃতিগ্ৰন্থ “তেজস্বিনী ” শুভ উন্মোচন উপলক্ষে এখনি সভা হয় । বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে পৰিবেশন কৰা এটি সমবেত সংগীতেৰে সভাৰ শুভাৰম্ভ কৰা সভাত মঞ্চৰ সভাপতি…

জনজাতি সাংস্কৃতিক মহাসভাৰ আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠান

জাগীৰোডৰ কলামন্দিৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ তৃতীয় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, আলোচনা চক্ৰৰ লগতে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। মহাসভাৰ সম্পাদক সূৰুয কুমাৰ পাতিৰিয়ে আঁত ধৰা সভাখন…

অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষকক সম্বৰ্ধনা

চৌধুৰীবজাৰ চামৰালি তিনিআলি মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি স্বফিকুৰ ৰহমানৰ পৌৰহিত্যত হোৱা এক অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক গোলাম নবীক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়৷ ১৯৯৪ চনত যোগদান কৰা এইগৰাকী শিক্ষকে সুদীৰ্ঘকাল…

ভাৰতীয় সেনাৰ দায়িত্ব গ্ৰহণ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ

চীনৰ সৈতে এক উত্তেজনাপূৰ্ণ সীমান্ত অচলাৱস্থাৰ মাজতে উত্তৰ কমাণ্ডৰ গুৰুত্বপূৰ্ণ আধুনিকীকৰণ কাৰ্যসূচীৰ নেতৃত্ব দিয়া বিষয়া জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে দেওবাৰে ভাৰতীয় সেনাৰ দায়িত্ব গ্ৰহণ কৰে। জেনেৰেল মনোজ পাণ্ডেৰ পৰা দায়িত্ব লোৱাৰ…

বৰপেটাৰোডত লাভ জেহাদ, যুৱকক আটক বৰপেটাৰোড আৰক্ষীৰ

বৰপেটা জিলাৰ বৰপেটাৰোডত লাভ জেহাদৰ এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এগৰাকী হিন্দু যুৱতীক সাহিদুল ইছলাম নামৰ যুৱক গৰাকীয়ে ৰানা সাহা নামেৰে পৰিচয় দি প্ৰেমৰ অভিনয়েৰে প্ৰেমৰ জালত বন্দী কৰিছিল…

বৰপেটাৰোডৰ দিকভি শর্মাৰ সাফল্য

অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বোর্ডৰ উদ্যোগত ৰবীন্দ্র জয়ন্তী উপলক্ষে আয়োজিত নৃত্য প্রতিযোগিতাৰ ‘ক’ শাখাত ৰাজ্যৰ ১৯খন জিলাৰ প্রতিযোগী সকলৰ লগত প্ৰতিদ্বন্দ্ব্বিতা কৰি সাফল্য পালে উদীয়মান শিশু শিল্পী দিকভিয়ে। যোৱা…

ভেলেঙী নৈৰ তীব্ৰ খহনীয়াত জাহ গ’ল ২০ টা পৰিয়াল

বিগত কেইবাদিনত জনিয়াৰ পাতলিকুছিত ভেলেঙী নদীৰ তীব্ৰ খহনীয়াত কুড়িটাকৈ পৰিয়ালৰ ঘৰ-বাড়ী,ভেটি মাটিৰ লগতে কৃষিভূমি জাহ গৈছে। আনকি ইয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। জানিব পৰা মতে ভেলেঙী আৰু বেঁকী…