Category: Latest

গেলেকীত বোৱাৰী নিৰুদ্দেশৰ

গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা নামৰ এগৰাকী ২৩ বছৰীয়া মহিলা যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে | এটি দুবছৰীয়া সন্তানৰ মাতৃ বোৱাৰীগৰাকীৰ কোনো সম্ভেদ নোপাৱাত ইতিমধ্যে পৰিয়ালৰ লোক গেলেকী…

খাৰবাল্লীত খহনীয়াগ্ৰস্থ পৰিয়ালক সাহায্য বিতৰণ

জনিয়াৰ বেঁকী নৈৰ খহনীয়াগ্ৰস্থ পৰিয়ালক স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান ডনেটকাৰ্ট, হাইৰ উদ্যোগত আৰু জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সৌজন্যত কাদংত ২০ টা আৰু খাৰবাল্লীত ৪০ টা পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়।…

আৰণ্যকৰ ডি এন এ ফৰেনছিক সেৱাৰ দশক সম্পূৰ্ণ

যোৱা দহ বছৰ ধৰি গুৱাহাটীস্থিত আৰণ্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰে বন্যপ্ৰাণীৰ ডি এন এ ফৰেনছিক বিশ্লেষণ সেৱা সফলতাৰে আগবঢ়াই আহিছে । এই পৰীক্ষাগাৰটোৱে অসমৰ এশৰো অধিক কেচৰ উপৰিও আন ৰাজ্যতো নিজৰ…

অসমৰ চৰকাৰী মহিলা কৰ্মচাৰীসকলৰ বাবে ১৮০ দিনীয়া শিশু দত্তক ছুটি চৰকাৰৰ

অসম চৰকাৰে বুধবাৰে ৰাজ্য চৰকাৰৰ সকলো বিভাগত কাম কৰা মহিলা কৰ্মচাৰীসকলৰ বাবে ১৮০ দিনীয়া শিশু দত্তক ছুটি নীতি প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়। কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত…

জনসংযোগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক চৰাইদেউ জিলা সাংবাদিক সন্থাৰ বিদায় সম্বৰ্ধনা

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ এক বিশেষ অনুষ্ঠানত চাকৰি সূত্ৰে বদলি হৈ যোৱা চৰাইদেউ জিলাৰ জনসংযোগ বিভাগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক সন্থাৰ তৰফৰ পৰা বিশেষভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়…

উত্তৰ প্ৰদেশৰ উন্নাওত পথ দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ উন্নাওৰ ওচৰত বুধবাৰে পুৱা সংঘটিত বাছ দুৰ্ঘটনাত কমেও ১৮ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ১৯ জন লোক আহত হৈছে। আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেৰ উন্নাওৰ মাজেৰে এখন নৈশ বাছ পাৰ হৈ…

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকাবাহক হ’ব পি ভি সিন্ধু

লণ্ডন অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী গগন নাৰাঙে সোমবাৰে পেৰিছ অলিম্পিকৰ বাবে ভাৰতৰ মিছন মুৰব্বী হিচাপে বক্সাৰ মেৰী কমৰ স্থান লয়। তেওঁ এইবাৰ অলিম্পিকৰ ভাৰতৰ মিছন মুৰব্বী হ’ব। আনহাতে, পেৰিছ গেমছৰ…

পৰেশ বৈশ্য ফাউণ্ডেচনৰ বঁটা প্ৰদান অনুষ্ঠান

বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতপৰেশ বৈশ্য ফাউণ্ডেচনে বিশিষ্ট শিক্ষাবিদ, সমালোচক ড. দয়ানন্দ পাঠকক শংকৰদেৱ অধ্যয়ন বঁটা আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড. মাধুৰ্য্যমণ্ডিত বৰুৱাক অসম-ইতিহাস…

বিৰিণা গোষ্ঠী, অসমৰ জুলাই মাহৰ সাহিত্য আলাপ অনুষ্ঠানত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যুদিন পালন

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানটোত আধুনিক অসমীয়া সাহিত্যৰ স্বনামধন্য কবিগৰাকীৰ কাব্যকৃতি আৰু জীৱন-দৰ্শন সম্পৰ্কত আলোকপাত কৰি কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দৌলাশাল হাইস্কুলৰ নৱনিৰ্মিত পুথিভঁৰালত…

জনিয়াত ৩ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰী চুৰি

জনিয়া বজাৰৰ ছুৰীয়া বেটাৰী ষ্টোৰ্চৰ পৰা চোৰে তলা ভাঙি ইনভাৰ্টাৰ ছয়টা, ইৰিক্সাৰ বেটাৰী চাৰিটা আৰু ষ্টেপলেজাৰ দুটাকৈ লুটি নিয়ে। মুঠ প্ৰায় তিনি লাখ টকাৰ সম্পত্তি চোৰে লুটি নিয়া বুলি দোকানৰ…