Category: Latest

ডিমৰীয়াত বান সাহায্য বিতৰণ আম আদমি পাৰ্টীৰ

ডিমৰীয়া বিধান সভা সমষ্টিত আম আদমী পাৰ্টিৰ একাংশ সক্ৰিয় কৰ্মীয়ে বান সাহায্য বিতৰণ কৰে। ডিমৰীয়াৰ অতিকৈ পিছপৰা জনজাতীয় গাওঁ তপাতলী, কুৰকুৰীয়া আৰু জাৰীকুছিৰ বানপীড়িত চাৰি শতাধিক পৰিয়ালৰ মাজত আপৰ নেতা…

ভাৰতীয় শিক্ষণ মণ্ডলৰ স্মাৰক বক্তৃতা সম্পন্ন

উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত এই মহতী অনুষ্ঠান দীপ প্ৰজ্জ্বলন আৰু দীপমন্ত্ৰেৰে আৰম্ভ কৰা হয়৷ সভাত মুখ্য অতিথিৰূপে বিনায়কজীৰ স্মৃতিচাৰণ কৰে ৰাঃস্বঃসংঘৰ অসমক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ…

বাংলাদেশত সংৰক্ষণৰ ব্যৱস্থাৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদত ৩৯ জনৰ মৃত্যু

বাংলাদেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনাত কমেও ৩৯ জন লোক নিহত হৈছে। এতিয়ালৈকে আসন সংৰক্ষণৰ বিৰুদ্ধে চুবুৰীয়া দেশখনত আন্দোলন অব্যাহত আছে। ইয়াৰ উপৰিও শ শ লোক আহত হৈছে। আন্দোলন আৰু…

চৰাইদেউ মৈদামক্ষেত্ৰ বিতৰ্ক ৯ সংগঠনৰ সংবাদমেল

চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণক লৈ সৃষ্টি হৈছে এই বিতৰ্ক | ২০১৪ চনত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল | কিন্তু ২০১৬ চনত…

পেট্ৰল পাম্পত বৰপেটা প্ৰশাসনৰ তালাচী

জিলা আয়ুক্ত আয়ুষ নিৰ্দেশ মৰ্মে খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু জোখ মাফ পৰিদৰ্শকৰ কাৰ্যালয়ৰ যুটীয়া অভিযানত বৰপেটা জিলাৰ মন্দিয়াৰ দুটা পেট্ৰল পাম্পত অভিযান চলাই পেট্ৰল পাম্পৰ…

গ্ৰীস্মকালীন নাট কৰ্মশালা

পিনাক, বৰপেটাৰ সহযোগত বৰপেটা বিধান সভা সমষ্টি ভিত্তিক গ্ৰীস্মকালীন নাট কৰ্মশালা অনুষ্ঠিত হৈছে ৷ বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালা বন্তি প্ৰজ্জ্বলন কৰি আনুষ্ঠানিক ভাবে মুকলি কৰে…

ৰাজ্যজুৰি ‘বিদুৰভাই’ৰ মুক্তি

কেইবছৰমান আগতে আমি সৃষ্টি কৰা বিদুৰভাইৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু সমৰ্থন দেখি আচৰিত হৈছিলোঁ। মই এই চিনেমাখন মোৰ ৰাজ্যৰ লোকসকললৈ উৎসৰ্গা কৰিছোঁ কিয়নো কেৱল মাথো ৰাইজৰ চাহিদাৰ বাবেই বিদুৰভাই…

শিৱসাগৰত দলঙৰ ৰেলিং ভাঙি দিচাং নদীত পৰিল ১২ চকীয়া ট্ৰাক

তিনিচুকীয়াৰ পৰা যোৰহাটলৈ বুলি ৰদ কঢ়িয়াই নি থাকোঁতেই দলঙৰ ৰেলিংত খুন্দা মাৰি নদীত পৰে এখন ১২ চকীয়া ট্রাক | AS 06 AC 4926 নম্বৰৰ ট্ৰাকখন ৰেলিং ভাগি দিচাঙত পৰি যায়…

স্বাস্থ্য আৰু সুস্থতা সন্মিলন অনুষ্ঠিত

এন ই ফ’কাচৰ উদ্যোগত নেডফিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত স্বাস্থ্য আৰু সুস্থতা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানত বহুকেইটা বিষয়ক লৈ আলোচনা চক্র অনুষ্ঠিত হয়। আনহাতে সন্মিলনখনত গেষ্টলজি সম্পর্কে মন্তব্য ৰাখে গেষ্টচিটিৰ চবিৰ উদ্দিন…

চাৰি শতাধিক পদকেৰে শ্ৰেষ্ঠ অসম

গুৱাহাটী সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত ১২ জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ১৪ জুলাই, দেওবাৰে সফল সামৰণি পৰে । মিজোৰামৰ বাহিৰে ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ…