Category: Latest

বৰপেটা জিলা ‘আমছু’ৰ গুৰুত্বপূৰ্ণ সভা

‘আমছু’ৰ বৰপেটা জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ যোগদান সভা জিলা সমিতিৰ সভাপতি আব্দুল জুব্বাৰ আলীৰ পৌৰহিত্যত হাউলীস্থ এম্বিশ্বন ইংলিচ একাডেমী প্ৰাঙ্গণত অনুষ্ঠিত হয়। সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক…

পঞ্চায়ত আৰু উপ – নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব আপে

ৰাজ্যৰ বিধান সভাৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে আন কোনো দলৰ সৈতে বুজাবুজি নকৰে। উপ – নিৰ্বাচনত কোন কোন সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত শীঘ্ৰেই দলৰ সিদ্ধান্ত…

বনশ্ৰী দাস কলিতাৰ মোৰ আই শীৰ্ষক গ্ৰন্থ উন্মোচন

বৰপেটা প্ৰেছ ক্লাবত বনশ্ৰী দাস কলিতাৰ মোৰ আই শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷ কৃতী শিক্ষক বিবেকাৰঞ্জন ৰায় চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্জলন কৰি উন্মোচনী সভা…

বজালীত ‘কাৰ্গিল বিজয় দিৱস’ত ৰনজিৎ কুমাৰ দাস

১৯৯৯ চনৰ মে’ মাহৰ পৰা যুঁজ দি ৫২৭ জন জোৱানৰ বলিদানৰ ফলস্বৰূপে ভাৰতীয় সেনাই ২৬ জুলাইত কাৰ্গিল দখল কৰিবলৈ সক্ষম হৈছিল ৷ সেই ঐতিহাসিক বিজয়ৰ উপলক্ষে ২৬ জুলাইৰ দিনটো ‘কাৰ্গিল…

৩৬ বছৰত অসমত বানপানীৰ ফলত ২৪.৮ লাখ হেক্টৰ ভূমি প্ৰভাৱিত

১৯৮৬ ৰ পৰা ২০২২ চনৰ ভিতৰত দেশত বানপানীৰ ফলত ৭১২ খন জিলাৰ ২.১০ কোটি হেক্টৰ ভূমি প্ৰভাৱিত হয়। বৃহস্পতিবাৰে চৰকাৰে প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্য দিয়া হৈছে।কেন্দ্ৰীয় জল আয়োগে (চিডব্লিউচি)…

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ চৰাইদেউ মৈদামৰ

ঐতিহাসিক চৰাইদেউ মৈদামে লাভ কৰিলে এক বিৰল স্বীকৃতি। চৰাইদেউ মৈদামে আজি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰিলে। এই স্বীকৃতি লাভৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি…

২০২৪ৰ হজ যাত্ৰাত ২০১ ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যু

২০২৪ চনত হজৰ সময়ত ২০০ তকৈও অধিক ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে, যাৰ বেছিভাগেই হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে মৃত্যু হয় বুলি চৰকাৰে বুধবাৰে লোকসভাত জনায়।লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয়…

সোণাৰিত সঙ্গীত কৰ্মশালা

ভাতখাণ্ডে সঙ্গীত মহাবিদ্যালয়, সোণাৰি শাখাৰ চতুৰ্থ বাৰ্ষিক সাংস্কৃতিক আৰু ক্ৰীড়া সপ্তাহৰ বঁটা বিতৰণী আৰু সঙ্গীত কৰ্মশালাৰ সামৰণি অনুষ্ঠান | গ্ৰীষ্মকালীন সময়ছোৱাৰ সদব্যৱহাৰ আৰু সুপ্ত প্ৰতিভাসমূহ বিকাশৰ অৰ্থে সপ্তাহযোৰা কাৰ্যসূচীৰে এলানি…

বাজেটত শিক্ষা, নিযুক্তি আৰু দক্ষতা বিকাশৰ ওপৰত বিশেষ গুৰুত্ব

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ বৰ্ষৰ বাবে মঙলবাৰে পূৰ্ণাংগ বাজেট উপস্থাপন কৰে। তেওঁ বাজেট উপস্থাপনৰ সৈতে এটা নতুন অভিলেখো স্থাপন কৰে। এইখন তেওঁৰ একেৰাহে সপ্তম বাজেট। তেওঁ…

ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ

প্ৰাণ ৰক্ষা কৰি বাংলাদেশৰ পৰা সু-কলমে স্বগৃহত উপস্থিত হ’লহি শিৱসাগৰ জেঙনিকটীয়াৰ চিকিৎসা বিজ্ঞানৰ এজন বিশেষ ছাত্ৰ। ভয়াবহ সংঘৰ্ষৰ সাক্ষী শিৱসাগৰ জেঙনীকটীয়াৰ ৰফিক আলি আৰু য়াছমিন বেগমৰ পুত্ৰ আব্বাছ আলি।বাংলাদেশৰ এখন…