Category: Latest

ৰাজ্যত ১ ছেপ্টেম্বৰৰ পৰা হ্ৰাস পাব সুৰাৰ মূল্য

১ ছেপ্টেম্বৰৰ পৰা অসমত সুৰাৰ মূল্য হ্ৰাস পাব। ১৭ আগষ্টত জাৰি কৰা এক জাননীত অসম আবকাৰী বিভাগে কয় যে ভাৰতত নিৰ্মিত বিদেশী সুৰা, বিয়েৰ, ৱাইন, ব্ৰেণ্ডি, ৰামকে ধৰি বিভিন্ন প্ৰকাৰৰ…

ৰাষ্ট্ৰীয় স্কুল দবাত শ্ৰেষ্ঠ তামিলনাডু

সৰ্বভাৰতীয় দবা ফেডাৰেশ্যনৰ তত্বাধনত সদৌ অসম দবা সন্থাই আয়োজন কৰা অনুৰ্ধৰ ১২ আৰু ১৮ বছৰৰ প্ৰতিযোগিতাখনৰ ১২ অনিৰ্ধত তামিলনাডুৰ ভেলাম্মাল বিদ্যায় পাৰথিপট্টু আৰু ১৮ অনুৰ্ধত এম এইছ এছ এছ মুগ্গাপাৰে…

সাংবাদিক নৱজিৎ দাস আৰু হাজোৰ প্ৰসেনজিৎ শৰ্মালৈ বঁটা

পৰেশ বৈশ্য ফাউণ্ডেচনে ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিক বঁটাৰ বাবে অসমৰ আগশাৰীৰ অসমীয়া দৈনিক ‘ দৈনিক অসম ‘ কাকতৰ বৰপেটা জিলাৰ সংবাদদাতা নৱজিৎ দাসক নিৰ্বাচিত কৰিছে। ইপিনে পৰেশ বৈশ্য ফাউণ্ডেচনে ২০২৪…

“মুখা”ৰ উদ্যোগত বাৰ্ষিক বিষ্ণু-জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ

স্বনামধন্য অপেছাদাৰী নাট্য সংগঠন “মুখা”ই ইতিপূৰ্বে অবিৰতভাৱে প্ৰদৰ্শন কৰি অহাৰ দৰে এইবেলিও অহা ১৬,১৭ আৰু ১৮ আগষ্টত তিনিটা দিনৰ বাবে নৱম বাৰ্ষিক বিষ্ণু-জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ, ২০২৪ অনুষ্ঠিত কৰিব বুলি…

বিশ্ব ঐতিহ্যত অন্তর্ভুক্তিৰে প্রতিজ্ঞা পূৰণ:: ৬ বছৰৰ মুৰত কাটিলে চুলি

প্রস্তাৱিত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে প্রতিটো ক্ষেত্রত সংপৃক্ত হৈ থকা ড০ জাকিৰুল আলমে বিশ্ব ঐতিহ্য স্বীকৃতি পোৱাত ৬ বছৰৰ মূৰত কাটিলে চুলি | ২০১৪ চনতে ইউনেস্কই চৰাইদেউ মৈদাম…

এফ এল এন দিৱস

সমগ্ৰ শিক্ষা বৰপেটাৰ সহযোগত তথা বৰপেটা শিক্ষাখণ্ডৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্য্যসূচীত ৯১৮ নং মেটুৱাকুছি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ধৰণৰ শিশু গীত, কবিতা আবৃত্তি, সংখ্যাৰ গীত ইত্যাদি কাৰ্যসূচী আগবঢ়ায়।…

‘মুম্বাই কাৰ্নিভেল’লৈ নিৰ্বাচিত নৃত্য শিল্পী প্ৰিয়াঞ্চী

কণমানি নৃত্য পটিয়সী প্ৰিয়াঞ্চী দাসে বিগত ২৯ জুলাইত সংস্কৃত সংগম ইন্টাৰনেছনেল প্ৰতিযোগিতাত যোগদান কৰি ‘বেষ্ট এৱাৰ্ড’ লাভ কৰি মুম্বাইত হ’ব লগীয়া ‘মুম্বাই কাৰ্নিভেল’লৈ নিৰ্বাচিত হৈছে । এগৰাকী কণমানি নৃত্য পটিয়সীয়ে…

ভাৰত – বাংলাদেশৰ সীমান্তত হাই এলাৰ্ট জাৰি

বাংলাদেশত সোমবাৰে ৰাজনৈতিক পৰিবৰ্তনৰ পৰিপ্ৰেক্ষিতত সীমান্ত সুৰক্ষা বাহিনীয়ে ৪,০৯৬ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি কৰিছে। বিএছএফৰ কাৰ্যকৰী সঞ্চালক প্ৰধান (ডিজি) দলজিৎ সিং চৌধুৰী আৰু অন্যান্য জ্যেষ্ঠ কমাণ্ডাৰসকলে নিৰাপত্তা…

গ্ৰীস্মকালীন নাট কৰ্মশালাৰ সামৰণি

বৰপেটা বিধান সভা সমষ্টি ভিত্তিক পোন্ধৰ দিনীয়া গ্ৰীস্মকালীন নাট কৰ্মশালা আজি সামৰণি পৰে ৷বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত…

চোকাপাৰা আঞ্চলিক মহিলা সমিতি গঠন

চোকাপাৰা বোৱা-কটা সমবায় সমিতিৰ প্ৰাংগণত দেওবাৰে সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি সঞ্জীৱ কোচৰ নেতৃত্বত সদৌ চোকাপাৰা আঞ্চলিক মহিলা সমিতি গঠনাৰ্থে এখন‌ সাধাৰণ সভা অনুষ্ঠিত হয়। সমাজকৰ্মী কেশৱ চন্দ্ৰ ৰায়ৰ সভাপতিত্বত…